মাচাৰ বিজ্ঞান ভদ্বিষয় ভাবনা কৰিবৰ উপদেশ দিছে। উক্ত অদ্বৈত জ্ঞান ল প্রকৃষ্ট উপায় বুলি যি ভক্তি যোগটি বিশদ কৰি ব্যাসদেৱে কউন্ডে শ্রীমদ্ভাগবণ্ড নামে সুবৃহৎ গ্ৰন্থখনি ৰচিত হৈছে; সেই ভক্তি যোগৰ সাৰ-তত্বখিনি নিম্নলিখিত শ্লোক দুটিৰ দ্বাৰা সৰিকক বুজাইছে । যথা- লোকেশ! চৈÈন্য মরাধিদের! গ্রীকান্ত ! বিষ্ণো! ভবদায়ৈৱ। প্রাতঃ সমুলার ভব প্ৰিয়ার্থং সংসাৰ যাত্ৰামবস্তুয়িয়ে ॥১॥ জানামি ধৰ্ম্ম: নামে প্রবৃত্তিঃ জানামাধর্ম্মংনচমে নিবৃত্তঃ । স্বরা হৃষীকেশ। হৃদিগ্বিতেন যথানিযুক্তোহস্মি তথা কৰোমি ॥২॥ - অর্থ – হে লোকেশ্বৰ । হে চৈতন্যময়। হে অধিদেব । হে লক্ষ্মীকান্ত। হে বিষ্ণো । তোমাৰ প্ৰীতিৰ নিমিত্তে তোমাৰ আদেশানুসাৰে ৰাঙি- পুৱাই উঠি সংসাৰৰ কাৰ্যসকল সম্পাদন কৰিম । মই ধৰ্ম্ম জানে। কিন্তু ভাত মোৰ স্বতঃ প্রবৃত্তি নজন্মে, আৰু মই অবশ্য জানো কিন্তু ভাত মোৰ স্বতঃ নিম্নত্তি নহয় । হে হৃদয়েশ্বৰ! হৃদয়স্বহৈ তুমি মোৰু যেনেকৈ নিযুক্ত কৰা মই তেনেকৈ কাৰ্য্য কৰিম । পাঠক ইয়াৰ দ্বাৰা কি সুন্দৰ উপদেশ পোৱা যাই । অনাসক্তভাবে যে সমস্ত কাৰ্য্য কৰিব লাগে, আৰু সেই কাৰ্য্যৰ ফলে যে আমাক বন্ধন কৰি নোৱাৰে তাক বুজাইছে । উপদেশটি দৃষ্টান্তৰ দ্ব'ৰা অলপ ব্যক্ত কৰা যাওক । আমি চাকৰ ৰাখি খেতি বাতি সকলোকে কৰোঁ, সেই খেতিৰ লাভালাভ কৰি ? গৰাকীৰনে চাকৰৰ ? ইয়াত পাঠকে তৱশ্যে কৰ যে ইয়াত চাকৰৰ লাভ লোকচান একো নাই । লাভা- লাভ যিহয় যি সকলে৷ গৰাকীৰহে হৰ। তেনেহলে সংসাৰৰ যি
পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৯
অৱয়ব