সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান " আৰু সেই দেবভাসকল সন্তুষ্ট হলে ভক্তৰ মনোৰথ পূৰ্ণ কৰে বুলিও মানে। গতিকে পূৰ্ব্ব কথিত তেজঃ প্রাপ্তিৰ পৰা আমাৰ বেয়া হব লগা হলেও বা অধিষ্ঠাতা দুৰ্য্যাদি দেবতাৰ অনুগ্ৰহ হলে সকলো বেয়া গুচি ভাল হব পাৰে। সেই নিমিত্তে ঋষি- বিলাকে ৰাতি পুৱাই সূৰ্য্যাদি দেবতাৰ অনুগ্রহ পাৰলৈ আমাক " কুস্তু সর্ব্বে মম সুপ্রভাতম, বুলি স্তুতি কৰিব কৈছে । জান প্ৰকাৰে কবলৈ গলে জগতত দেখা যায় যে যিবোৰ বস্তুয়ে সূৰ্য্যৰ তেজ ( ৰ'প ) কম পাই সেইবোৰ বস্তু দুৰ্ব্বন শিখিল ও অকৰ্ম্মণ্য হয়। আৰু যিবোৰে তাক পায় সেইবোৰ সৰল দৃঢ় ও কর্মঠ হয় ই নিশ্চিত। তেনেহলে ৰাতি পুৱাই কৰ্ম্মক্ষেত্ৰত প্ৰৰিষ্ট হোৱাৰ আগেয়ে ভেজ: পুঞ্জ সূর্য্যাদি গ্ৰহৰ আকাৰৰ ধ্যানধাৰা কৰ্ম্ম- শক্তি লাভ কৰা নিতান্ত উচিত বিবেচনা কৰি সূৰ্য্যাদি গ্ৰহৰ চিন্তা কৰিবলৈ উপদেশ দিছে। এইদৰে শৰীৰ ও মন সতেজ কৰিলৈ গুৰুদেৱৰ স্মৰণ বন্দন কৰিবৰ উপদেশ দিছে। যথা— প্রাতঃ শিৰসি শুক্লাজে দ্বিনেত্রং দ্বিভুজং গুৰুম্। প্রসন্ন বদনং শান্তং স্মত্তেন্নাম পূৰ্বৰকম্ ॥১ নমোহস্ত গুৰণে তন্মৈ ইষ্টদেব স্বৰূপিণে । যন্য বাক্যামৃতং হস্তি বিষং সংসাৰসংজ্ঞকম্ ॥২ অর্থ - যোগ শাস্ত্রোক্ত মন্ত্রকন্বিত সহস্রদল কমলত দ্বিনেত্র প্রসন্ন মুখ শান্ত নৰৰূপী গুৰুদেৱৰ নাম গ্রহণ পূৰ্ব্বক স্মৰণ কৰিৰ । সেই ইষ্ট দেৱতাৰ স্বৰূপ গুৰুদেৱ नगान কৰো৷ যাৰ উপদেশ ৰূপ অম্বতে সংসাৰ ৰূপ বিষক নাশ কৰে .