সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান তাৰ কাৰণ সেই জ্যোতিক মণ্ডপৰ ভেঙ্গঃ প্রাপ্তি। সংগৰিত যিমান- বিলাক তেজীয়ান বস্তু আছে তাৰ ভিতৰত পূৰ্য্যাদি নবগ্রহই সমধিক । সন্তান বা বস্তু ওপজা মাত্রেই সেই নবগ্ৰহৰ তেজ সঙ্গীৰ শৰীৰত প্রবেশ কৰে। ভেভিয়। কোন গ্রহৰ কিমান ভেজ তেজ পোৱাৰ কি কি গুণ খণ্ডিল বা বৰ্ত্তিব পালে আৰু সেইটোকে বিজ্ঞান মুনি সকলে ফলিত পিছে । যেনে সূৰ্য্য দ্বাৰা ঠিক কৰি আমাৰ পূৰ্ব্ব পুৰুষ ঋষি জ্যোতিষ শাস্ত্ৰ নিৰ্ম্মাণ কৰি আমাক জানিব মেষ ৰাশিৰ ২য় অংশত চন্দ্র কর্কট ৰাশিৰ পঞ্চম অংশত আছে । এনেকৈ মঙ্গলাদি গ্রহ বেলেগ বেলেগ ৰাণিৰ বেলেগ বেলেগ অংশত বা এক ৰাশিৰ এক অংশত অথবা ভিন্ন অংশত আছে এতিয়া বহির্জগতত্ত সম্বন্ধ হোৱা সময়ত কাৰপৰা কিমান ভেঙ্গ পালে আৰু ভাৰ কি ফল এই তত্ত্ব আবিষ্কাৰ কৰিবলৈ আজি - কালিৰ জড় বিজ্ঞানে কিমান খিনি অগ্ৰসৰ হব পাৰিছে ও পাৰিৰ সেই বিষয়ৰ সত্য মীমাংসা কৰিবলৈ মই পাঠককে অনুৰোধ কৰিলো । এই বিষয়ে অতি সাহসেৰে কব পাৰে৷ যে এই তত্ত্ব আবিষ্কাৰক ঋষিসকল ইদানীন্তন বৈজ্ঞানিক প্ৰবৰ সকলতকৈ বহুত ওপৰ খাপত । এডিয়া পাঠকে কব পাৰে যে সেই গ্রহবিলাকৰ তেজ ( ৰশ্মি ) আমি যাৰ যিমান খিনি পাইছো তাৰ ফল আমি ভোগ কৰিছো ও কৰিম । এতিয়া আকৌ ৰাতি পুৱাই সিবিলাকক কাবৌ কৰাৰ পৰা আমাৰ কি হৰ । ইয়াৰ উত্তৰপ্ত কোৱা যাব যে আমি হিন্দু। হিন্দুয়ে সদায় সাগৰ নদ-নদী, ভূমি-পৰ্ব্বত, গ্রহ-উপগ্রহ প্রভৃতি সকলোতে এটি তদধিষ্ঠাতা দেবতা আছে বুলি স্বীকাৰ কৰো ।