সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান সৃষ্টিকরা। বিক্ষুক স্মৰণ কৰাৰ ान - হে বিষ্ণো ! তোমাৰ ওপৰত স্থিণ্ডিৰ তাৰ আাছে। অতএব তুমি মোৰ উন্নতিৰ অর্থে যিসকলক পূর্ব্বোক্ত গুণাদিৰ আৱন্ধক হয় সে সকলোকে কৰা । ৰুদ্ৰক স্মৰণ কৰাৰ স্নানে CE 427 1 ভোষাৰ ওপৰত সংহাৰৰ ভাৰ আছে। অতএব তুমি মোৰ উন্নতিৰ নিমিত্তে য সকল পূৰ্ব্বোক্ত গুণাদিৰ অভাৰ আৱশ্যক হয়, সেই সকলো সংহার কৰা। এই দৰে নিতৌ ৰাতিপুৱাই কোনো কাৰ্য্যন্ত লিপ্ত নোহোৱাতেই যদি চিন্তা কৰিব পাৰে ভেস্তে প্রতি দিনৰ কাৰ্য্যবোৰ ক্ৰমাৎ সৎ হৰৰ নিতান্ত সম্ভব জুৰুলি থাকিব নোৱাৰি । সূৰ্য্যাদি হুক স্মৰণ কৰিব দিয়াৰ পৰা যে কি এটি অলৌকিক বৈজ্ঞানিক ভৱৰ উল্লেখ কৰিছে, পাঠকক অলপ বুজাবলৈ চেষ্টা কৰে।। যি তত্ত্ব আজিলৈকে কোনো ইদানিয়ন বৈজ্ঞানিকে উলিয়াব পৰা নাই, সেই তত্ত্ব এই ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰবা গুণৰ প্ৰাৰ্থক্য মনে দেখা যায়, অর্থাৎ আয়ুৰ্ব্বেলোক ঔষধবিলাকৰ অথবা ভারী ঔষধবোৰৰ টপা গানবিলাকৰ ভাৰতম্যানুসাৰে ভিন্ন ভিন্ন ঔষধ প্রস্তুত হয় আৰু সেই সেই ঔষধৰ যেনে ভিন্ন ভি গুণ দেখা নায় । ভেজোৰহুল পদাৰ্থবিলাকৰ তেত্ব স তাৰতম্যাঙ্গুসাৰে সেই ভেজ ( ৰশ্মি ) পোৱা স্বাবৰ জঙ্গমৰ বেলেগ বেলেগ গুণ জন্মে। এই কথা সুব্যক্ত কৰিব লাগিলে কোৱা যায় যে প্রত্যেক মানুহৰে শৰীৰ ক্ষিত্যাদি পঞ্চ মহাভূতৰ বিকাৰ রাধাষ । তাৰ ভিতৰত এজন পণ্ডিত জন জন মূর্খ । এজন শি অন্ত্যজন দুষ্ট ইত্যাদি গুণৰ বা কাৰ্য্যৰ তাৰতম্য কিয় দেখা যায় :