সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাচাৰ বিজ্ঞান প্রশ্বাস বন্ধ কৰিলে শ্বাসযন্ত্ৰৰ ( হাওঁভাওঁৰ ) ৰোগ জন্মে। কিন্তু ইয়াতে এইখিনি পাঠকৰ ওচৰত সংক্ষেপে কৈ থওঁ যে, পুরে গুণ সকলক জয় কৰিবৰ উপায় আমাৰ যোগ শাস্ত্ৰত উক্ত কৰিছে । তদনুসাৰে চলিব পাৰিলে পূৰ্ব্বোক্ত স্বাভাৱিক গুণ সমুদায় নির্লিপ্ত থকাত শৰীৰ বিমান স্থায়ী হব পাৰে তাতকৈ অনেক গুণে স্থায়ী হয়। আনকি জৰা মৰণ ৰহিত হৈ সাধাৰণ দেহৰ দ্বাৰা অসাধ্য সাধন কৰিব পাৰে। নচেৎ যোগ শাস্ত্রোক্ত উপায় অবলম্বন নকৰি আমাৰ ইচ্ছা মতে পূর্ব্বোক্ত কৰিলে পুৰ্ব্ব প্রদর্শিত দোষ স্বাভাৱিক গুণ বা কাৰ্য্যৰ ব্যাঘাত জন্মি মানুহক অগ্নবলী সৰ্ব্বকাৰ্য্য ক্ষম ও অগ্নায়ু কৰে। সেই কাৰণে সৰ্ব্বজ্ঞ ঋষিৰিলাকে নিদ্রাভঙ্গাদি স্বাভাৱিক কাৰ্য্যৰ কোন কোন সময, তাক ভালকৈ বুজি চাই সেই সেই কালও সেই সেই কাৰ্য্য কৰিবৰ উপদেশ দিছে। তেনে- হলে ৰুজিব রাগে যে ঋষি-মুনি সকলে যে আমাৰ ব্ৰাহ্ম মুহূৰ্ত্তত নিদ্ৰা ত্যাগ কৰিবৰ কথা কৈছে সেইটোৱে স্বাভাবিক নিদ্রা ত্যাগৰ উপযুক্ত সময় । ত্রিকালদর্শী ঋষি-মুনি সকলৰ কথা এৰি দি জগতৰ পশু-পক্ষী প্রভৃতি ইতৰ প্ৰাণীৰ ফালে চালেও ৰেচ বুজিৰ পৰা যায যে অৰণ্যস্থ বা গৃহপালিত পশু-পক্ষী বিলাকে ব্র মুহূৰ্ত্তত কিয় নিদ্রা ত্যাগ কৰে ? সিহঁ গুক সেই সময়ত নিজা ত্যাগ কৰিবৰ কথা কোনে শিকাইছে ? সেই স্বাভাবিক গুণ ৰা কাৰ্য্যৰ বলেৰে সিহঁতে ব্রাহ্ম মুহূৰ্ত্তত জাগি মানুহতকৈ তুলনাত শতগুণে দীর্ঘ জীৱন লাভ নকৰে নে ? আগৰ দিনৰ হোজা মানুহবিলাকে। সেই সমযত জাগি অপাৰ আনন্দৰ নিপান স্বাস্থ্য