W আচাৰ বিজ্ঞান কম বেচি হয় । কিন্তু ব্ৰাহ্মমুহূৰ্ত্তৰ কম বেচি নহয় তেনেহলে দুৰ্য্যোদয়ৰ পুৰ্ব্বৰৰ্ত্তী মুহুৰ্ত্তৰ পুৰ্ব্বগুণ মুহূৰ্ত্তই ব্ৰাহ্মমুহূৰ্ত্ত কাল; সেই সময়ত হিন্দুবিলাকে নিদ্ৰাৰ পৰা জাগিৰ । পাঠক । সেই সময়ৰ সৌন্দর্য্য ও উপকাৰীতা সম্বন্ধে অগপ আলোচনা দেখা যায় যে সেই সমযটো ন দিবা ন ৰাত্রি, ও পোহৰৰ সন্ধি সময়। প্রকৃতি দেবীৰ লীলাকাল সাম্যাবস্থাৰ অৰসৰ । সুখ-দুখৰ গলে সেই সমযত জগতৰ উগ্রভাব হয় । সমুদ্ৰৰ উত্তাল তৰঙ্গ মাৰ এসনেচ্ছ ভয়ঙ্কৰ ধুমুহাৰ পিচত নাশৰ পিচত্ত মনত যেনেকুৱা এটি দিয়ে, ব্রাহ্মমুহূৰ্ত্তত জগতৰ ফালে কৰিৰলৈ গলে অর্থাৎ আন্ধাৰ বায়ু পিত্ত কফৰ মুঠতে কৰলৈ মধ্যবর্তী সময় । নেথাকে । স নাভাব পৰিস্ফুট যোৱাৰ পিচত অথবা জগৎ কিম্বা বিকাৰঞ্জন্ত ৰোগীৰ বিকাৰ- অনির্বচনীয় আনন্দ আছি দেখা চালেও ঠিক তেনেকুৱা এটি অপুৰ্ব্ব আনন্দ উদিত হয। সেই সময়ত মলয়াচলৰ পৰা চলন- গন্ধৰাহী স্বহুগতি সুশীতল সমীরণ বিচৰণ কৰে । সেই সমীৰণ সেৰন কৰিলে, শৰীৰ সুস্থ থাকে আৰু মনতো এটি সুন্দৰ ফুৰ্ত্তি জন্মে। সুগন্ধ স্বছ শীতল সমীরণ যে আমালোকৰ জীৱন ৰূপ, ইয়াক আধুনিক শিক্ষিত সম্প্রদাযেও স্বীকাৰ কৰে । সেই কাৰণে আমাৰ পূৰ্ব্বাচাৰ্যবিলাকে বতাহ জগতৰ 'প্ৰাণ' নাম এটি ৰাখিছে। ইয়াৰ বিপৰীত আচৰণ কৰিলে বিপৰীত ফল পোৱা যায় । যথা প্রভাতে মৈথুনং নিদ্রা সদ্যঃ প্রাণ হুৰানিট, শুল্ক মাংসং প্রিয়ো বৃদ্ধা বালার্কস্তৰুণ দধি ॥ -
পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২০
অৱয়ব