সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4. OCT 1955 GAUHTI गानনো পেশার হিন্দুৰ আচাৰ বিজ্ঞান হিন্দুৰ স্মৃতি শাস্ত্ৰত ব্রাহ্ম মুহূৰ্ত্তত নিজাৰ পৰা উঠৰৰ উপদেশ দিছে। যথা ব্ৰহ্মপুৰাণে - • ব্রাহ্মে মুহূর্তে বুধ্যেত স্মৰেৰ্দ্দেববন্ ঋধিন অর্থ- ব্রাহ্মমুহূৰ্ত্তত নিদ্ৰাৰ পৰা উঠিব ঋষিগণক স্মৰণ কৰিব। ব্রাহ্মমুহূৰ্ত্ত নিৰূপণ 66 ৰাত্রেশ্চ পশ্চিমে যামে মুহূর্তো য়ঃ ' " আৰু দেৱগণক ও কৰিছে যে, - তৃতীয়কঃ । " স ব্রাহ্ম ইতি বিখ্যাতো বিহিত: সম্প্রবোধনে ” ॥ - অর্থ --- ৰাতিৰ শেষ প্ৰহৰৰ তৃতীয় মুহূৰ্ত্তক ব্রাহ্মমুহূর্ত বোলে । তাকে জাগৰণৰ সময বিধান কৰিছে। মুহূৰ্ত্ত হৈছে দিন ও ৰাতিৰ ১৫ ভাগৰ এভাগ কাল । দিবা রাত্রি সমান হলে ছদণ্ডত এক মুহূর্ত্ত হয় । পিন বা ৰাতিব কম বেচি হলে তদনুসাৰে তদন্তৰ