সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। ি চৈধ্যৰ সহস্ৰ, ৰাক্ষস সহিতে, খৰে কৰিলেক ৰণ। মানুষ শ্ৰীৰামে, সবাকে মাৰিয়া, পঠাইলা যম কাৰণ উহাক সুমৰি, ফুটে মোৰ প্ৰাণ, কৰো যাই প্ৰতিকাৰ। দুইভাইক মাৰি, সীতাক হৰোহে৷ কৰি আছে৷ এহিসাৰ। PRIP ছবি। এৰা নলাগাওঁ ঘাঞ্চ, আসা দুয়ো যাওঁ মায়া কৰি। ৰামক মাৰিবে৷ মান সাৰি॥ শুনিয়ো মাৰিচ সাচ, প্ৰথমে সীতাক হৰি, শূপ নখী বহিনীয়ে, সীতা সম সুবদনী, আনি পাছে যুদ্ধ কৰি, সীতাৰ কহিলা কথা, তিনিয়ো লোকত নাহি, শুনি চিত্ত ধৰিতে নপাৰোঁ। ঝাণ্টে চলা কামে হেৰা মৰে৷