৭১ স্বৰ্গদেৱ চুংফা ফেসিংহ (১) এমসিংহৰ ৰাজত দিহিকীয়া সোণাই বৰগোহাঞি, পুখুৰীপৰীয়া খাপে যুঢ়াগোহাঞ্জি আৰু কালুগা মৃত্যুঞ্জয় বৰপাত্ৰগোহাঞি আছিল; পিচে, ৰাজত্ৰোহৰ অপৰাধত চিহিলীয়া বৰগোহাঞিক ভাজি লাইথেপেনা বৰগোহাঞিৰ পুতেক খামচং গোহাঞি বৰগোহাঞি আৰু কালুগা বৰপাত্ৰক ভাগি কেন্দুৰীয়া বৰপাত্ৰৰ পুতেকক বৰপাত্ৰগোহাঞ্জি পতা হয়। এমসিংহ স্বৰ্গদেৱৰ দিনত ভালেমান দৌল আৰু পকীঘৰ হোৱা হৈছিল; তাৰ ভিতৰত, খ্ৰঃ ১৭৪৬ চনৰপৰা ১৭৫ চনলৈকে এই সময়ত কৰোৱা ৰংপুৰৰ-ৰংঘৰ (১), গড়গাওঁ নগৰৰ সিংহ দুৱাৰ, গুৱাহাটীত শুথেৰ দৌল, মহাৰা সিংহ স্বৰ্গদেৱ অগী হোৱা ঠাইত ‘হেশ্বৰ শিৱমন্দিৰ' এই বোৰেই প্ৰধান। এই বাজতে আহোমৰ কামৰূপ ৰাজ্যত মানুহ-পিয়ল প্ৰথাৰ প্ৰচলন আত হয়। স্বৰ্গদেৱ চুমো বা ৰাজেশ্বৰসিংহ ঐ: ১৭৫১ চনত প্ৰমসিংহ বৰ্গদেৱৰ লোকান্তৰ হোৱাত, ভায়েক ৰাজেশ্বৰসিংহ না হয়। তেওঁ শিঙৰিঘৰ উঠি, আহোম প্ৰথামতে চুমেফা নাম লয়। তেওঁৰ ৰাজত ফুৱৈগঞা বুঢ়াগোহাঞি, মাদুৰিয়াল বৰগোহাঞি, লেচেঙ্গিয়াল বৰপাত্ৰগোহাঞি, বকতিয়ালৰ গেলো বা কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু দুৱৰাৰ বৰফুকন হয়। এমসিংহ বৰ্গদেৱৰ পাচত তেওঁৰ ভায়েক মোহনমালা কেৱৰে হে সিংহাসন পাব লাগিছিল; পিচে সৰুতে বসন্ত ৰোগত তেওঁ ঘুণীয়া হোৱা হেতুকে, তেওঁক ছাট পেলাই তেওঁতকৈ সক ভায়েক চুমো কোৱৰক ৰা পতা হয়। আক, পাচলৈ সেই কথাত বিষম পাই জানোবা বিদ্ৰোহ আচৰে, সেই আশঙ্কত মন্ত্ৰীসকলৰ মন্ত্ৰণামতে বৰ্গদেৱে ককায়েক মোহনমালাক নগৰৰপৰা আঁতৰাই ৰাখিলে। মোহনমালা কেৱৰে, সেই বেজাৰতে, মৰাণৰ বিদ্ৰোহী দলৰ লগত যোগ দিয়েগৈ। ফলাৰ উপজৱ-১৭৫৮ খ্ৰীষ্টাব্দত ডফলাহঁতে আকৌ ঘিলাধাৰীৰ প্ৰবিলাকৰ ওপৰত উপদ্ৰৱ কৰেহি। স্বৰ্গদেৱ ৰাজেশ্বৰসিংহই এইবাৰ ভফলাহঁতক সমূলঞ্চে হে কৰিবৰ অভিপ্ৰায়ে, ডফলা-দুৱাৰবোৰৰ প্ৰত্যেকত একোটাকৈ কোঠ মাই, তেতিয়াৰপৰা ভফলাহঁতক ভৈয়ামলৈ নামিব নিদিয়া কৰিলে। গতিকে, ডফলাহঁত বৰ আকাশত পৰি, বিস্তৰ উপহাৰৰে সৈতে আহোম ৰজাত শৰণাগত হয়হি। পিচে, স্বৰ্গদেৱে ভাদৰীয়াসকলৰ সৈতে আলোচনা কৰি এই স্থিৰ কৰিলে যে, ভবিষ্যতে কোনো উপত্ৰৰ নকৰে যদি, ডফলাইতে পৰ্বতৰ নামনিবাসী আৰু ফল-দুৱাৰৰ ওচৰৰ এতি বায়তৰপৰা বছৰি এৰা ধান আৰু ৩২৩) কড়ি পচা পাৰ পাৰিব। ডফলাইত তাতে মাতি হ'ল। মিকিৰ দমন-মিকিৰবিলাকে ভালেমান দিনৰেপৰা মাজে মাজে ভৈয়ামৰ এবিলাকক উপত্ৰৱ কৰিছিলহি। সেইকাৰণে, সিহঁতক মাৰৰ নিমিত্তে - (১) এই বংশৰ ওপৰশলাত সিপে পাতি বহি আছে যা আগৰ নিত মাল এ বাক্স তালুসো-মেলা আলি নং গলি। এই বৰ শিৱসাগৰ লগত আজি কোলতি বিলে হৈ বিছি।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৫
অৱয়ব