অতুলনীয় ব; গোটেই ইউৰোত এনে এখন গ্ৰন্থ নোলাব। স্বৰ্গদেৱৰে সৈতে চিনাতলিত মাছ-পহ মাৰি ৰং চাবলৈ যাওঁতে সেই বাহুতে শূল ধৰি পৰ্বতীয়া আইকুঁৱৰী অগী হ’ল। | অথিকা দেৱী বা মৰিকা বা দ্ৰৌপদী কুঁৱৰী ১৭৬১ খ্ৰীষ্টাব্দত স্বৰ্গী হোৱাত, স্বৰ্গদেৱে ঐঃ ১৭৩৯ চনত, মাদুৰিয়াল লাইথেপেন বৰগোহাঞিৰ পুতেক ভগাজনা লাল বৰগোহাঞিৰ জীয়েক, কালুগঞা বৰপাতৰৰ ভাৰ্যা অনাদৰী গাভৰুক বিয়া কৰাই আনি কুঁৱৰী পাতিলে ১}। | মহাৰাণী পতাৰ পাচত, অনাদীৰ নাম সৰ্বেশ্বৰী হয়। তেওঁৰ সেই নামেৰেও ৰূপ আৰু সোণৰ মোহ মৰোৱা হৈছিল। সৰ্বেশ্বৰী কুঁৱৰীৰ আমোলত “কেৰি-জমাও দৌল বকোৱা হয়। | ওপৰত কোৱাৰ দৰে, নিজৰ কুঁৱৰীসকলৰ মহাৰাণী পাতি লৈ, ভেৰ কুৰি বছৰ ৰাজ কৰাৰ পাচত, খ্ৰীঃ ১৭৪৪ চনত, মহাৰজ। শিৱসিংহ অগী হয়। তেওঁৰ দিনৰপৰাই ৰাজাৰ্যতকৈ পূজা-সেৱা আদি ধৰ্ম কত ৰজাৰ ৰাপ, চৰি উঠাত, আহোমৰ ৰাজকীয় শাৰীৰিক বল-বীৰ্য ক্ৰমাৎ পৰি আহিবলৈ ধৰিলে। খ্ৰীঃ ১৭৩৯ চনত বিল, গউইন, লিষ্টাৰ আৰু মিল এই চাৰিজন বিশিষ্ট ইউৰোপীয়া পৰিাক চাহাবে ৰংপুৰ নগৰলৈ আহি, শিৱসিংহ স্বৰ্গদেৱৰ চৰণত দীঘল দি পৰি সেৱা কৰি ওলগ লৈছিল। স্বৰ্গদেৱ চুনো বা প্ৰমভসিংহ অগমেৱ শিৱসিংহ স্বগী হোৱাত, তেওঁৰ অম্বিকা দেৱী কুঁৱৰীৰ গৰ্ভজাত পুত্ৰ, তিপাম ৰজাক ৰজা পাতিবলৈ কালুগা বৰপাত্ৰগোহাঞি, দিহিঙ্গীয়া বৰগোহাঞি আৰ দিহিকীয়া নাওৰৈা ফুকনে ভিতৰাল মানুহে সৈতে এফলীয়া হৈ যত্ন কৰিছিল; এনেতে পুখুৰীপৰীয়া বুঢ়াগোহাঞি আৰু বকতিয়ালৰ বৰবৰুৱাই মনাহি দি উঠিলে, ৰোল, গীৰা কসিংহ মহাৰজাৰ নিৰ্দেশ মতে, তেওঁৰ পুতেকসকল হে ৰা হ'ব পায়, সিবিলাকৰ জীৱিত কালত অপৰ ৰজা হ'ব নোৱাৰে। এই বাদ-বিসংবাদ ফলত মদাধিকা ব অম্বিকা দেৱীৰ পুত্ৰ তিপাম ৰজা আহোম ৰাজপাটত উঠিব নোৱাৰিলে; স্বৰ্গদেৱ শিৱসিংহৰ পাচত, ৰজাৰ পুতেকৰ হ’ব নোৱাৰাত, মহাৰা সিংহ স্বৰ্গদেৱৰ পূৰ্বৰ আদেশ অনুসৰি, বৰ ভায়েক এমসিংহ হে ৰজা হ’ল (২)। তেওঁ ১০ জাত শিঙৰিঘৰ উঠি আহোম থামতে চুনো নাম নয়। স্বৰ্গ (১) মিলনাথ দুৱৰা বৰুৱাৰ “তুংখুয়া বুৰঞ্জী”—৩৯ পৃষ্ঠা, ৭২ ছে। • I in recorded that in so four uropean, whose name appy to hore been Bill, Godwin, Liter, and wil, visited aiba sinha • Bangpur, অhe king ne thon at the principal go a be city where it in ala, th dia Mim home by telling prostrat a his feet"Sir Edward Gait into of Manen, is,. (২) মিলা এ ভূখী ফু••১ পা।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৪
অৱয়ব