৮ সিংহ বৰ্গদেতে, ১৭৬৫ ষ্টাত, দুফালৰপৰা দুলাক অসমীয়া সেনা পঠিয়াই মিকি পৰ্বত কাম কৰায়। পিচে, মিকিৰবিলাক ৰণত বিষমৰপে ঘাটি আহোৰ কাৰ ওচৰত শৰণাগত হ’লছি। তেতিয়াৰপৰা সিহতে আহোৰ আৰু কৰ শোধাৰলৈ গাত লয়॥ | লতাটাৰণ:-হ্মদেশৰ ৰাৰ সেনাপতি মানতৰাই, ১৭৫৮ চনত, মণিপুৰ শে নাম কৰেগৈ; তাকে সহিব নোৱাৰি মণিপুৰৰ জা জয়সিংহই সপৰিয়ালে কছাৰী ৰাৰ আয় লৈ, তাৰপৰা কছাৰী ৰাৰ জৰিয়তে সন্দেশ-পত্ৰৰে সৈতে আহোম ৰজাৰ সাহায্য ভিক্ষা কৰি কটকী পঠিয়ালে, বোলে, অনুমতি পালে, দুয়ে ৰাই বৰ্গদেৱৰ চৰণত শৰণাপন্ন হবহি থো ে(১)। বৰ্গদেৱে ১৭৬৭ এটাৰত, হনা ভিতৰুৱাল ফুকনক সেনাপতি পাতি, মণিপুৰ ৰা উদ্ধাৰ কৰিবৰ নিমিত্তে এজাক লৈ পঠিয়ালে। আহোম সেনাপতিয়ে বিতৰ হাবি-লতা কাটি নগা পৰ্বতেদি পোনাই যাওঁতে বাটতে ‘দিমোহ' হৈ উজাই চৰাইদেও পৰ্বতৰ পোন পালেগৈ। সিমানতে আহাৰ-পাটিৰ নাটনি পৰাত, খাবলৈ নাপাই, বনকলৰ ৰস-পানী খাই, আই মূৰ ভাৰ হৈ, ভালেমান সৈন্যৰ মৃত্যু হয়। সেই বাতৰি পাই স্বৰ্গদেৱে হৰনাথ ফুকনক উলটি আহিবলৈ আদেশ দি ঘূৰাই আনি তেওঁক অপৰাধী কৰিলে। তাৰ পাচত, ৭৬ ষ্টাব্দত, ৰকতিয়ালৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক বৰসেনাপতি পাতি পুনঃ যুলৈ পঠোৱা হয়। ইয়াকে কটাৰণ” বোলা হয় (২)। সিফালে মানতৰাই আহোম অসংখ্য সেনা আহিছে বুলি উৰ বাতৰি পাই, ভয়ত মণিপুৰ ৰাজ্য এৰি গুচি গ'ল। মণিপুৰী ৰজা অয়সিংহই সেইবাবে কৃতজ্ঞ হৈ, নিজৰ জীয়েক কুঙ্গনয়নীক বাসযোগ্য যৌতুকেৰ সৈতে সালতাকৈ স্বৰ্গদেৱলৈ বিয়া দি, আহোম ৰজাৰে সৈতে বৈবাহিক সূত্ৰেৰে মিতিৰ পাতিলে। | দুৱী কু য়লী-কীৰ্তি বৰবৰুৱাৰ কটকীয়ালিত (৩) স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই মণিপুৰী ৰাজকুমাৰী কুনয়নীক যথামৰ্যাদাৰে সৈতে গৌৰীসাগৰলৈকে নাই, সোণাই নৈৰপাৰত, স্বৰ্গদেৱে চকলং কৰি বিবাহ কৰে; এই বিবাহত কীৰ্তি বৰবৰুৱাই কন্যাৰ পিতৃ হৈ কাদান কৰিছিল। মণিপুৰীয়া কুৱঁৰীয়ে খনাত পুখুৰী খনালে, আৰু দিচৈৰ নামনিত সচৰাই নামেৰে হাবিত মনাইমাৰি গাৱত খাত তালে। তাতে যুতীয়া মগলুবোক (মণিপুৰী) বসতি কৰিবলৈ দিয়ালে। তাৰ পাচত তিনিওজনা ভাৰীয়াত সোধ-পোছ কৰি, কুনয়নী কুৰৰীক স্বৰ্গদেৱে বানা আইকুৰী পাতিলে। (৪) স্বৰ্গমেৰ ৰাজেশৰসিংহৰ আমোত ভালেমান লাগতিয়াল আলি, দৌল, পকীঘৰ । ১৬ (১ লিনা মা খুন , , , ৩। এই এতে বেলে, “পীয় বা এম মণী। পম গৰিলা যা না মন কবি কোকে বিষয়ও। ” -“লী ( ০১ পৃ. ৩ছে। ০ লিঃ- যাৰ “ তু মুলী, ৫৯-৭২। যে এই আই, আৰু শং, মা।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৬
অৱয়ব