পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰৰ পুতেক পানীংকনৰে মন বিধাৰণ। বৰ্গদেৱৰ এমুল অনুসৰি ৰৰফুকন আৰু পানীংকনক গুৱাহাটীৰপৰা ধৰাই গড়গাওঁ নগৰলৈ অনোৱা হ'ল। দুই ফুকনক লোেৰ আগৰ চৰালৈ আনি, তিনি না ভাবীয়াই সোধা-পোছ কৰিলে। দুই ফুকনেও বাটি ললে, বোলে, আমাৰ অপৰাধক চহি মাৰি-কাটি পেলাৰহে লাগে। ৱেৰ লাভাম-পুষীয়া বন্দী, যেইখান কৰে। পাচে, স্বৰ্গদেৱে গুনি ভাঙৰৰূপে দায় ধৰিলে। বৰপাগগাহাঞি বৰগোহাঞি, বুঢ়াগোহাঞি বৰবৰুৱা, মৌপিয়া ফুকন, লৌধুকন, তাংে ফুকন এই সকলে স্বৰ্গদেৱৰ চৰণত মাতিলে। ১৬০০ শকৰ বহাগৰ তিনদিন যাওঁতে স্বৰ্গদেৱে বৰফুকন আৰু পানীফুকন দুইৰো দায় ক্ষমা কৰি ঘৰলৈ খেদিলে। সন্দিকৈ নেওগক বৰফুকন পাতিলে। লালুকীৰ ফৈদীয়া তেবাক ফুকন পাতিলে। দিহিকীয়া লাখো ফুকনৰ পুতেক ভকতিক পানীফুকন পাতিলে। (১)। | (খ) ১৬০৭ শকৰ আঘোত সদে পোৱা গ'ল, চেংৰাই ফুকন, খামৰাক ফুকন, খেতৌ খামচিন ফুকন আৰু পানীফুকন এই চাৰিয়ে স্বৰ্গদেৱক দ্ৰোহ কৰিবলৈ আলচিছে। ফিলিহিয়াল বুঢ়াগোহাঞি হলৌফুকন, আনো হাজৰিকীয়া দুই-চাৰি যোগ একা জনা গ'ল। বৰ্গদেৱ গদাধৰ সিংহই চাৰিংৰা, বৰপাত্ৰগোহাঞি বৰগোহাঞি, বৰচেটিয়া বৰবৰুৱা, দুৱৰা ফুকন, নাওবৈচা ফুকন এই সকলক লৈ বিদ্ৰোহীক ধৰিবলৈ স্বয়ং ভটিয়াই গ'ল। আৰীয়া-বিষয়াসকলক ঠায়ে ঠায়ে কোঠ পাতি ৰবলৈ দি, চামৰা গড়ৰ উজনিত লুইতৰ দক্ষিণে বালিত বাহৰ পাতি স্বৰ্গদেৱ নিজে ৰলগৈ। তালৈকে বৰবৰুৱাৰ ভায়েক পানীফুকনকো বুদ্ধি কৰি মই আনিলে। খামৰা ফুকন আৰু চেংৰাই ফুকনক বৰফুকনে ধৰি আনি স্বৰ্গদেৱৰ বালি-বাহৰত ঠেকালেহি। তাৰপৰা কলিয়াবৰলৈ উঠি, দিলিহিয়াল বুঢ়াগোহাঞিক ভাঙ্গি, কুঁৱৈগঞা মৌ গগাহাঞিৰ বুঢ়াগোহাঞি পাতিলে। বৰবৰুৱালৈ চাই, পানীফুকনক নামাৰি ঘৰলৈ খেদিলে। খামৰাক আৰু চেংৰাই এই দুই ফুকনক স্বৰ্গদেৱ গদাধৰ সিংহই আগত থাকি বধ কৰাই, কলাপটুৱাৰ ভুত শালত বহুৱাই ডিঙিত তামোল-হাচত দি লুইতত উটাই পঠিয়ালে। ” (২) (গ) ১৬০৭ শকৰ ভাগত ভগা-পানীফুকনে গদাধৰসিংহ স্বৰ্গদেৱক ভাঙ্গি চাৰিং- জাক ৰজা পতাৰ উদ্দেশ্যে দ্ৰোহ আচৰ সম্ভেদ পাই, বৰ্গদেৱে ভগা-পানীফুকনক ঘৰৰপৰা ধৰাই আনি হাতীশালত বন্দী কৰি থোকালে। তাৰ পাচত, স্বৰ্গদেৱে, বোলে, পূৰ্বেই মোক অনিষ্টক আচৰিলে, তেতিয়াই আক মাৰিব লাগিছিল, নামাৰি ৰাখিলো। এতিয়াও দেখে আশয় সেইএহে। এইবুলি আহিনৰ তিনদিন যাওঁতে ৰজাহাটত পানীফুকনক গদাধৰসিংহ স্বৰ্গদেৱে আগত থাকি ছেপাই মৰালে; (৩)। (ক) কেঁৱৰণোৰা:-মিলিহিয়াল ভগা-বুঢ়াগোহাঞিয়ে হিচৈয়াল কোৱৰক বোজ দি পুহিছে বুলি সভে পাই, বিচাৰ কৰি, সেই লাদি বুঢ়াগোহাঞিক (১), ২), “খুনীমুখী ১—১৯। ৩ বিল- *২২ পৃষ্ঠা।