পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তুংখুৰীয়া কৈ ধৰাবাহিক ৰা ১৬১২ শকৰ ৰহাগত তেওঁৰ ৰৈৰহে সৈতে তেওঁক ঘৰতে মাৰি নিল কৰা হ'ল। (১) | মিৰি আক্রমণ:-১৬৮৭ ঞ্জাত মিৰিতে ৰাতি শদিয়া আক্রমণ কৰি শদিয়াখােৱা গােহাঞি আৰু ৰূপ-সন্দিকৈৰ ঘৰত জুই দিয়ে। সেই অপৰাধত গদাধৰ- সিংহ স্বৰ্গদেৱে এল অসমীয়া সৈন্যৰে সৈতে মৌপিয়া ফুকনক সেনাপতিকৈ পঠিয়াই মিৰিচাং আক্রমণ কৰায়। মিৰিহঁতৰণত ঘাটি শৰণাগত হ'ল; আৰু ভৱিষ্যতলৈ উৎপাত ৩চাৰৰ অভিপ্রায়ে, মিৰি চাত দুটা কোঠ মৰাই, তাৰপৰা ইমূৰে-সিমূৰে ব্ৰহ্মপুত্ৰত লগাই দুটা মাটি-গড় বন্ধোৱা হয়। | এগা-আক্রমণ—১৬৯২ খ্রীষ্টাব্দত নগাহঁতে বৈয়াৰ গাওঁবিলাকত উপৱ কৰেহি। পিচে, মহাৰ গদাধৰ সিংহই সিহঁতক সমুচিত শান্তি দিয়াৰ পাচত, ক্ষতিপূৰণ লৈ, সেইবাৰলৈ ক্ষমা কৰিলে। তাৰ অলপৰ পাচতে, নামচাৰ নগাবিলাকেও বিয়োহ তুলিছিল। কিন্তু স্বৰ্গদেৱে দিহিঙ্গীয়া ফুকন আৰু চেটিয়া ভগা-ৰৰফুকনক শােকন লগত দি পঠিয়াই সিহঁতৰ প্রধান প্রধান নেতাবিলাকক ধৰাই আনি বধ কৰােৱাত সকল উৎপাত কেঁচা পৰিল। নগা-নেতাবিলাকে বন্দী-বেটীৰে সৈতে দুটি নাগিনী কুঁৱৰী বৰ্গদেৱক দি সেৱা কৰিলেহি। | বৰ্গদেৱ গদাধৰ সিংহই শাসনকার্যত যেনে সুখ্যাতি লাভ কৰিছিল, সেইদৰে তেওঁ ভালেমান সৎকর্ষ সাধন কৰিও কীৰ্তিচিন ৰাখিছিল। তেওঁৰ ৰাজত্বৰ কালত গােটেই দৰং ৰাজ্যৰ মাটি পিয়ল কৰােৱা হয় ; তাৰপৰাহে অসমত মাটি-পিয়ল কৰাৰ নিয়ম চলে। মহাৰজা গদাধৰসিংহ স্বৰ্গদেৱে সেই সময়তে, ঐঃ ১৬৮৫ চনত, বিশ্বনাথৰ দৌল বন্ধায়। তাত বাজেও, স্বৰ্গদেৱে ভালেমান আলি, পুখুৰী, মৌল (২) আদি কৰাইছিল, তাৰ ভিতৰত ধােদৰ (৩) আলি, অকাৰ আলি, বৰবৰুৱা আলি, ফুকনৰ আলি, ৰহদৈ আলি, ৰহদৈ দৌল, ভােগৰৈ পুখুৰী, ভােগলৈ লাল, লঙ্কাকত সােণাদৈ পুখুৰী, ৰা গড়, গােটা দৌল, দিলৈৰ শিলৰ সঁকো, বগী দৌল, বগী পুখুৰী, ৰহদৈৰ শিলৰ সঁকো, উমানন্দ দৌল এইবিলাকেই প্রধান। স্বৰ্গদেৱ গদাধৰ সিংহই ডাক্ষৰীয়া-বিষয়াসকলৰ অন্যায়-উপদ্ৰৱ গুচাই দেশত শান্তি বিস্তাৰ কৰে, আৰু তেতিয়াৰপৰা পুনৰপি ৰাৰ ৰা-ক্ষমতা বাঢ়িবলৈ ধৰে। এইদৰে, ১৪ বছৰ ৮ মাহ ১ দিন সুখ্যাতিৰে ৰাজত্ব কৰি, ঐ ১৬৫ চনত, (১) মিল,-“তুগুলী বুৰঞ্জী", ২২, ২০ পৃষ্ঠা। (২) ১৬০৬ গত তিংঙ্গত পুখুৰী খনাই, আউনীআটীয়া, ৰেজেনাকাটায়। কাটলীপৰীয় মহাজন- সকলক অনাই যজ্ঞ কৰাই নাগ পুতিলে। উহর্ণি নাম হলে হল। ১৩১৩ শত মাইৱেলাত দৌল যাই পুখুৰীখনাই উদগি নাম ধ'লে ভােগলৈ। তাৰ পাচত লাৰুত পুখুৰী খনাই উদগি নাম থলে 'সােপাল -ঐখ দুৱৰাৰৰৱৰ দুখুজীয়া বুৰঞ্জী'—১৮ আৰু ২৫ পৃষ্ঠা। | (৩) যে বুলিলে বহি খাবলৈ পায়। সেই চলতে যেয়ে সেরে যাে হৈ যােত চাচ্ছে না বিলি। পি, বােপৰীক্ষার্থে বােদ-ঘৰত লগাই দিয়া । ফলি মােৰােৰ ওলাই লৰ গৰিলে; কি আল গােটা সিমানতে নলবিল, গৰু গাহী লাইলি হয়। তাৰ পাণ্ড, ফাকিল মা বিলাক বা আলি বলে লগােৱা । তাৰ লেলা বালি। কাৰ মান ও আলি এ খাত হিত আনি।