পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তুংখুলীয়া ফৈদৰ ধাৰাবাহিক ৰাজ দুৰাকী ৰাজকৰ্মচাৰীৰ উৎপাতত ৰাজ্যজুৰি অশান্তি বিস্তাৰ হৈছিল। আনকি, ইবিলাকৰ চক্ৰান্তৰ ফেৰত, মহাসতী জয়মতী কুঁৱৰীয়েও অকাণত সগৰ্তা গৱস্থাত দেহ। এৰিব লগাত পৰে। ভেবেৰ বৰবৰুৱাক বধিবৰ সময়ত আন বুঢ়াগোহাঞিয়ে ৰাজত শান্তি স্থাপিৰ বুলি শালগ্ৰাম ম-তুলসী চুই শপত খাইছিল; কিন্তু সেই সংকল্প কাৰ্যত পৰিণত কৰিব নোৱাৰি, নিজে লুকমোলা বৰফুকনৰ হাতত বন্দী হৈ হে। এৰিব লগাত পৰে। তাৰ পৰিণামত দোৰ্ঘোৰ শান্তি ভুজি ডেৰে বৰবৰুৱা আৰু শানুসোলা বৰফুকন দুয়ো অকালমৃত্যুৰ গৰাহত পৰে। আধ্যা-৩ তুংখুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব স্বৰ্গদেৱ চুপাতা বাগদাধৰসিংহ পতিপ্ৰাণ প্ৰিয়তমা ভাৰ্য্যা জয়মতীৰ উৰাৰ্থে গদাপাণিয়ে পাকতে গৈ এলাক নগা-ৰণুৱা লৈ আহিছিল (১); কিন্তু তেওঁ আহি পোৱাৰ আগেয়েই সাধ্বীসতী জয়মতীয়ে ইফালে ত-ত্যাগ কৰিলে। পত্নী-বিয়োগৰ পাচত, গদাপাণিৰ মন উদাস হোৱাত, তেওঁ বিপদৰ ভয় এৰি, য’তে-ত’তে ঘূৰি ফুৰি (২) শেহত কলিয়াবৰত ওলালগৈ। তাতে ভিনিহিয়েক বন্দৰ বৰফুকনে তেওঁক লগ পায়। বৰফুকনে ইয়াৰ পূৰ্বৰেপৰা লৰাৰাৰ অত্যাচাৰত বিৰক্ত হৈ আছিল; গদাপাণিক লগ পোৱা মাত্ৰকে তেওঁৰপৰা আঘোপান্ত শুনি লৈ, আৰু নিজৰৰ মনোভাব ব্যক্ত কৰি, “কলিয়াবৰত থকা ভা-ভাঙ্গৰীয়া, ফা-ফুকন, বৰুৱা-ৰাজখোৱা, বৰ-বুক সকলে একযোগ হৈ, ১৬৮১ চনৰ ২• শাওণত তুংখুঙ্গীয়া বুঢ়াৰজা শ্ৰীশ্ৰীগদাধৰসিংহ মহাৰজাক কলিয়াবৰতে ৰজা পাতি, পিচদিন গড়গাওঁ নগৰলৈ উজাই লৈ গলগৈ। ” (৩) | তাৰ পাচত, গড়গাওঁ নগৰত, ১৬০৩ শক বা খ্ৰঃ ১৬৮১ চনত, শাওণৰ ২২ দিন | (১) আগোপনৰ কাণত গদাপাণিয়ে নামচা চাদৰ কাঞ্চল নামেৰে নগা ৰাজমা এগৰাকীৰ আশ্ৰমত বাস কৰে। এয়মতীৰ নিৰ্যাতনৰ কথা শুনি, তেওঁৰু উৰ কৰিবলৈ বলা সএত সহায় কৰি চি, কাফাই গদাপাণিৰু লৰালৰিকৈ পঠিয়াই দিয়ে। | (২) গোসাইৰ জৰিয়তে বৰ বৰফুকনৰ সাহায্য লাভাৰ্থে গণিয়ে উত্তৰ কোল কলাবাৰীত শিপতীয়া সৰু বনমালী বাপুৰ সত্ৰত দিনাৰে আলহীৰূপে বাস কৰিলি; “কি আপোনাৰ সেৱক চামওৰী অৰ্গদেৱ (লা ) নই যোৱা যে আমি গোসাই বাপুৰে বা জল বি,ি সামান্সপে নোবাৰ দি সোপোহা কৰি,উদাসীন হাটীৰ বালে বালি। পাড়ে, ৰজ (গলপাশি) বিচাৰি নাপাই ধৰিশিয়ে পাই শান্তিতে মাৰিলে। -না বা না “ আৰুৰী ,১০ পৃ। | (৩) বিষয়াৰ “ জী ১৫-১৬ পৃষ্ঠা।