পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গদাপাণিৰ কাণত পৰিলগৈ (১) তেওঁ নিজৰ পতিব্ৰতা তাৰ্যাই তেনেকৈ লানা- ভুৰ বাতৰি সহিৰ নোৱাৰি, মনৰ বেগত, পৰ্বতৰপৰা নামি আহি ছদ্মবেশেৰে জয়মতীৰ কাষ চাপিল। গদাপাণিয়ে অচিনাকি ভাও জুৰি কেইবাৰাৰৰ কুঁৱৰীক এই বুলি কয়, “হেৰ মানুহজনী, তই কিয় যন্ত্ৰণা ভুতি মৰিছ, গিৰিয়েৰৰ কথা কৈ নিদিয়ন কিয়?” জয়মতীয়ে এনে হিত উপদেশ দিওঁতালৈ উলটিকে নাচায়। সাধ্বী জয়মতীয়ে পৰমেশ্বৰৰ আৰু স্বামী-গুৰুৰ চৰণ চিন্তি বেতৰ কোৰ, ভোম চোৰাত, চমটা ইত্যাদি একোতে কেৰেপ, নকৰি, সতীত্ব তেজেৰে তেজঘিনী হৈ, ল’ৰা-ৰজাৰ নৰঘাতী পাষণ্ডবিলাকৰ মনত বিস্ময় জন্মায়ে থাকিল; কিন্তু গা- পাণিৰ প্ৰাণে নহিলে! তেওঁ আকৌ কাষ চাপি কবলৈ ধৰিলে, “মানুহজনী। তই গিৰিয়ে বাতৰি কৈ দি ৰক্ষা পৰ?” এইবাৰ কুঁৱৰীয়ে কেঁৱৰক চিনি পালে। যাৰ নিমিত্তে তেওঁ অতনা যন্ত্ৰণালৈকে কটাদি নকৰি নিজৰ জীৱন উচৰ্গা কৰিছে, তেওঁ এতিয়া নিয়ে ধৰা দি সকলো নাশ কৰে। এই ভাবি, জয়মতীয়ে মিহা ক্ৰোধ দেখুৱাই, অথচ কাকুতিৰ চেৱেৰে এই সমিধান দিলে, “মোৰ গৃহশ্বৰ কথা মই নকওঁ, ইবিলাকৰ কি হৈছে? ইবিলাকক ইয়ালৈ কোনে মাতিছে? - গুচি ৰা নাযায় কিয়!(3) মুখৰ কথাতকৈয়ো জয়মতীৰ চকুৰ কাতৰ ভাবৰ সঙ্কেতে গাণিক বেচিকৈ টলালে। গণিয়ে অগত্যা চন্দ্ৰ-সূৰ্য্যাদি দেৱতাক সাক্ষী কৰি, ভাৰ্যাৰ উদ্ধাৰৰ অৰ্থে সহায় বিচাৰিবলৈ বেগাবেগিকৈ তাৰপৰা আঁতৰ হ’ল। তাৰ পাচতে চাওভালে জয়মতী কুঁৱৰীক ছয়-সাত দিন শান্তি দিয়ে; কিন্তু স্বামীৰ কুশল চিৰাই তেওঁৰ সকলো যন্ত্ৰণাৰ ওপৰত যেন শান্তি-পানী ঢালি দিয়ে, জয়মতীয়ে কোনো বিধৰ আকাৰে-প্ৰকাৰেও স্বামীৰ সন্ধান নিদিবলৈ দৃঢ়কৈ হে মন বান্ধিলে। সদৌশেহত, চৈধ্য দিন নিৰ্যাতনৰ মূৰত, ১৬৭৯ খ্ৰীষ্টাব্দত, ১৬০) শকৰ ১৩ চ'তত, বিগত জীয়ৰী জীৱনত প্ৰাণে-প্ৰাণ ধৰা দিয়া (৩) স্বামী-গুৰুৰ চৰণ ( () গঙ্গপাণি কেঁৱৰক ৰাজকীয় সেনাৰপৰা ৰক্ষা শিলতোৰ এতিয়াও শিৱসাগৰৰ লখিমীজান” বাগিচাৰপৰা দেখা পায়। সেই শিলৰ ওপৰৰ পুত্ৰ দীৰ্থ খণ্ডকে 'গদাধৰ সোনোৱা কাট' বুলি স্থানীয় লোকে নিৰ্দেশ কৰে। (২) “কৈ কোন লোৰু আসে এতে তেহে। সিমে মোত কথা কহে ঠেহে ঠেহে। " | এতিম হাজৰিকীয়াৰ “প-যুঞ্জী। ” (৩) এথিন খিয়-দুপৰীয়া, শহুদূৰৈ বাটকুৰিবাই ডোকোঁৱৰ গদাপাণি এখন গাও পালেহি। সেই সময়ত তেওঁৰ হতাশনীয় ভোকটো লাগি, “কি খাও, কি ৰওঁ গালে। আছিল এবৰত এ পলিপ, গাজ। কোৱৰে ফোনে সোমাই গৈ এই বুলি মাত লগালে, “গা কিকাছ দিও। ” গাভৰুৰ সিমান তাতৈয়াকৈৰাৰ একো উপায় কৰিৰ নোৱাৰি, হাতীফেীয়া ৰাতিৰে এৰা পইতা ভাত মিঠাখাললাৰেৰে লাফা পাতেৰে দিলে। তাকে থাই বৰ তৃপ্তি লাগি গপালি এ বুলি ক'লে, “লগ কালে, লম তোমাৰ দিল হিলে মিলা খাৰু। ” সায়ত এই গাভৰুৰে কোৱৰে যি কৰাই আনিলে। তেওঁলেই বীজ। গান আৰিকোপ জী গণ্ডি” নামেৰে বিলাস পাকোয়া নেশীপ