পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ্গদেৱ চুং ৰা অৰ্গনাৰায়ণ বিনামুতে জাতৰ গুৱাই অধিকাৰ-শালুক-লোলা বুঢ়াকনে বোলে, আমি দেখোঁ গুৱাহাটীৰ গড়ত শক্তক সমুখ হৈ বহিছে; মাজ ৰাজ্যত গড় বাজে কালৈ? আমালৈকেহে বাজে। সেই পাহত শালুক বুঢ়াকন বালেৰে সৈতে বহিপৰীয়া বুঢ়াগোহাঞিক ধৰিবলৈ আগয়াটি পালেহি। পানীফুকন আৰু মিৰি সন্দিকৈ ফুকনে ইয়াৰ সদে, বুঢ়াগোহাঞিলৈ দি পঠিয়ালে। সেই হেগতে, ১৬•• শকৰ ১৫ ফাগুনত লালুৰুসোলা বুঢ়াফুকনে মিত্ৰভাৱে বালক গুৱাহাটী গড় এৰি দি, উজাই গৈ কলিয়াবৰ পাই স্বয়ং প্ৰৱৰ্তিৰ ধৰিলে, বিষয়াও প্ৰাণ কৰিব ধৰিলে। পানীফুকনক ভাজি কঁাড়ী-ডেকাক ফুকন পাতিলে; মিৰি-সন্দিকৈ ভাজি চেটিয়া-খোৱাক ফুকন পাতিলে; দীলা গোহাঞিক বুঢ়াগোহাঞি ডাক্ষৰীয়া পাতিলে। (১) | বগৰীয়া বুঢ়াগোহাঞি বৰঃ-“লাকমোলা বৰফুকনে ৰা হৈ জিলিকি উঠা দেখি, স্বৰ্গদেৱে তিনিওজনা ডাজৰীয়াক গুৱাহাটীলৈ পাঁচিলে। সিকি ভটিয়াই বিশ্বনাথত ৰলহি। শৰাইঘটীয়াৰেৰে উজাই আহি তাতে ব’ল। পাচে, লাকসোলাই সভে পাই, তেওঁৰ ফলীয়া মানুহ লৈ তাতে গোহাঞিসকলক বেৰি ধৰিলেগৈ। বাহগৰীয়া বুঢ়াগোহাঞি গোপনে ৰামৰয় ৰাজখোৱাৰ ঘৰেদি নগাওঁলৈ যাৰলৈ ধৰোতে, তাতে ধৰি তেওঁক বন্দী কৰা হ'ল। তাৰ পাচত, কলিয়াবৰত সোল বৰগোহাঞিৰ বাৰীত বাহগৰীয়া আন বুঢ়াগোহাঞিক লালুকমোলা বৰফুকনে বয়ষ্ণু ৰাৰ ক্ষমতাৰে খোনা গোহাঞি চাওডাং বৰুৱাৰ ৰাৰাই ৰধ কৰালে। (২) দুভৈকাৰ্গদেৱ বন্দীঃ-বাঁহগৰীয়া বুঢ়াগোহাঞি প্ৰমুখ্যে ভা-ভাজৰীয়া আৰু বিষয়াহিক লালুকে নিজ ক্ষমতাৰে বধ কৰা শুনি, স্বৰ্গদেৱে গড়গঞা সন্দিকৈৰ পুতেক ফুকন পাতি বুঢ়াফুকনক ধৰিবলৈ পাঁচিলে। পিচে, লাকসোলা বৰফুকনে গড়গাঁৱলৈকে খেদি গৈ, তাতে স্বৰ্গদেৱ চুভৈফাক বন্দী কৰি থলে। ” (৩) | বৰ্গদেৱ চুলিফা ৰা ল'ৰা-ৰজা। চুভৈফা স্বৰ্গদেৱৰ লোকাভৰৰ পাচত, চামগুৰীয়া ফৈদৰ চৈধ্য ৰছৰীয়া চুলি কোৱৰক, খ্ৰঃ ১৬৭৯ চনত ৰজা পতা হয়। হিন্দুমতে, চুলিফা অৰ্গদেৱে যত্ন নাম লয় (৫। তেওঁ ল’ৰাকালতে ৰজা হৈছিল কাৰণে, তেওঁক ‘ল ’ নামেৰেও জনা যায়। ল'ৰা-ৰজাক ৰজা পাতিয়েই লালুকসোলা বৰফুকনে তেওঁৰ হতুৱাই বন্দী চুছৈফা বৰ্গদেৱক বধ কৰালে। এই ৰাজত লাইথেপেনা বৰগোহাঞ্চি ভাৰীয়া আৰু দীঘলা বুঢ়াগোহাঞি ডাঙ্গৰীয়া হয়; লাকশোল। বৰফুকনৰ ভায়েক মঙ্গীক বৰবৰুৱা, লানমাখৰু চেটিয়াৰ নাতি বন্দৰ ৰাজখোৱাক বৰফুকন পতা হয়; লালুলোনা বৰফুকনৰ পাঁচবছৰীয়া জীয়েক বৰফুৰী, ভায়েক ভাৰধৰাৰ বাৰৰছৰীয়া জীয়ে পৰ্বতীয়া কুঁৱৰী হ'ল। ৩) ৯. (১ - ৰুগী* ১০-১২।