পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী হৈ, এভন বাহগৰীয়া বুঢ়াগোহাঞি ডাৰীয়াই তেওঁক ঘূণ লগাই ৰাজপাট অযোগ কৰাত, স্বৰ্গদেৱে মনৰ ধিকাৰত শিলত মূৰ আলি , ঐঃ ১৬৭৭ চনত, আত্মহত্যা কৰিলে। সেই সময়ত ভা-ডালৰীয়া, ফা-ফুকন আৰু বৰুৱা-বিষয়াসকলৰ ভিতৰত অমিল থকাৰ কাৰণেই ৰাজকোঁৱৰসকলৰ এইদৰে অকালত আৰু অবাৰত অপমৃত্যু ঘটিছিল। স্বৰ্গদেৱ চুভৈফা। | “এতেকে অজ্য হ’ল। পাত্ৰ-মন্ত্ৰী সবাৱে বহগৰীয়া বুঢ়াগোহাঞিকে আৱৰি ছিল। গোহায়েও তিনি পক্ষ ৰাজ্য ৰক্ষা কৰি আছিল। পাচে, গোহাঞে বোলে, ‘মন্ত্ৰীৰ ই কৰ্ম অকাৰ্য্য; এই বুলি বুঢ়াৰৰ মৈদামৰপৰা পৰ্বতীয়া কোঁৱৰক আনিলে। ডেক। ৰজাৰ বংশ বুলি পত্ৰি-মন্ত্ৰী সবাৱে সেৱা কৰিলে (১)। ” | দেৱক ৰখিবৰ চেষ্টা:-“জাচিলা ফুকনৰ পুতেক মো বৰবৰুৱাই লাহোৰ দী কুৰীক নিলে। স্বৰ্গদেৱে বুঢ়াগোহাঞিক সুধিব দিলে। পাচে সোধ-পোছ কৰি মোক ভাজি চক্ৰপাণিক বৰবৰুৱা পাতিলে। ভগা বৰবৰুৱা ভয়ত শৰাইঘাটলৈ পলাই গল। তাৰ পাচত, ১৬০০ শকৰ বহাগ মাহত স্বৰ্গদেৱক চোৰে যালিলে, তথাপি মৃত্যু নহ'ল। বামহাতৰ বুঢ়. আঙ্গুলি ছেদ হ’ল, মুণ্ডত ওধা, হাততো এঘ, পিঠিতে এখা, তলুৱাতত এঘা এই পাঁচ ঠাইত গালিলে, দেৱ আয়ুসেহে জীলে। পৰশুৰা -খন মৰংঘৰতে এৰি চোৰ পলাই গল। এই কাৰ্যৰ মূলত ভগা- বৰবৰুৱাকে সন্দেহ মানি থকা হ'ল। ” (২)। বুঢ়াকলৰ বালৰ সহায় তি:-“উজনিত বাহগৰীয়া বুঢ়াগোহাঞিৰ ক্ষমতালৈ ঈষ। কৰি, গুৱাহাটীত লালুকোলা বৰফুকনে আপুনি শকত হৈ থাকিবৰ অভিপ্ৰায়ে বালৰ ৰুটিখোৱা বাদুলিৰ জৰিয়তে মনছু খা নবাবলৈ তিনিটা মানুহ পঠিয়ালে। সেই তিনিটাই ক'লেগৈ, বোলে, উত্তৰে-দক্ষিণে দুশমান ঘোঁৰ, আৰু পানীয়ে দুকুৰিমান নাও আহি শৰাইঘাটত দেখা দিওহি। বুঢ়াফুকনে গড় এৰি উজাই যাবগৈ। কিন্তু লালুকমোলা বুঢ়াফুকনক চম ৰাজ্যৰ অধিকাৰী কৰিব লাগিব। এই কথা শুনি পাতাজাদাই বদলে, মই কবুল কৰিলো অৱশ্যে মামুক (লালুক-সোলাক) অচমৰ ৰাজ্যৰ অধিকাৰী কৰিম। গুৱাহাটীৰ গড় এৰি দিবৰ নিমিত্তে চাৰিলাখ ৰূপকো দিব বুলিলে। ” (৩) | চিমণি গড় –“বাললৈ মানুহ পঠিওৱা কথা শৰাইঘটীয়া মানুহে বুঢ়াগোহাঞিলৈ অনাই পঠিয়ালে। শুনি, বুঢ়াগোহাঞি ডাক্ষৰীয়াই ৰলে; গুৱাহাটী আৰু চামধৰা এই দুই ঠাইত হাত-ভৰি পিছলিলে বহিৰৰ ঠাই নেদেখো। এই বুলি, অৰ্গদেৱক নিমিত্ত কৰি তুলসীজনৰ পৰ্বতৰপৰা দিহিত লগাই, সকলোৰে নোল তুলি পড় এটা ৰাজিৰ দিলে। গড়ৰ নাম থলে লাইমতী; কি চিমণি গড় বুলিহে প্ৰখ্যাত হ'ল। (০) (১) (২) খ য়ৰ যাৰ “দুখুৰীয়া বুৰঞ্জী, ১২ পৃষ্ঠ। (৩), (), “ যুঞ্জী" -।