পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হাতত পৰিল। শেহান্তৰত, ই-সেনাপতি ৰজা ৰামসিংহই আহােমৰ পৰা সহিৰ নােৱাৰি পলাব লগাত পৰে। এই ৰণ-জলে পলম ঘটিছিল মাখােন দৈৱৰ গণনাৰ যেত। উলটি যাবৰ সময়ত এশীয়া সৈন্তৰ নিপুণতা দেখি, পাওৰেৰে চাহৰ সেনাপতি মীর্জা বা জয়সিংহৰ পুত্ৰ ৰ ৰামসিংহে এই বুলি বখানিছিল,- প্রত্যেক অসমীয়া সেনাই নাও বাব পাৰে, কাড় মাৰিব পাৰে, মাটি কাটিৰ পাৰে, বন্দুক মাৰিব পাৰে। এনেকুৱা সকলাে কামত নিপুণ সেনা মই ভাৰতবৰ্ষৰ আন কোনাে ঠাইত দেখা নাছিলো।” ১৬৭• এটাত শৰাই ঘাটৰ ৰণত আহােমৰ এয় হােৱাত, মানাহ নৈলৈকে আহােম ৰাজ্য বহলাই, তাত চকী আৰু ৰাট পাতি, বঁটাৰূপে লাচিত ঘোৰা-কোঁৱৰক বৰফুকন পাতি গুৱাহাটীত নিগাজীকৈ ৰখা হয়। অলপ দিনৰ পাচতে লাচিত বৰফুকনৰ সকাল- মৃত্যু হােৱাত, ককায়েক লালক নিমাতী ফুকনৰ বৰফুকন পতা হয়। চুন্যতফা, চুষা, চুহুং, গােৰৰকোৱৰ ৰু চুজিফা স্বৰ্গদেৱ চক্ৰধবজসিংহৰ পাচত, তেওঁৰ ভায়েক চুগতফা কোৱৰ, ঐ ১৬৪১ চনত না হয়। তেওঁ শিঙৰিঘৰ উঠাৰ পাচত, হিন্দুমতে উদয়াদিত্য নাম লয়। (১) চুন্যতফা স্বৰ্গদেৱে গুৱাহাটীত ৰামগড়, পানীগড়, উজনিত বৰাগ-আলি প্রভৃতি কৰাই কিছুমান কীৰ্তিচিন্ ৰাখে। ফলা-আক্রমণলৈ গৈ বিষমৰূপে ঘাটি হাত সেনাপতি ৰজাই বৰ লাজ দিয়ে; সেই আপাহতে স্বৰ্গদেৱৰ ভায়েক সৰু- গগাহাঞিৰ লগাই, ঐঃ ১৬৭১ চনত, ভেবে হাজৰিকাই ৰজাক বধ কৰালে ; আৰু তেওঁৰ লােকান্তৰৰ পাচত, সেই ভায়েক সৰুগগাহাঞি বা চুফা কোৱৰক জঃ ১৬৭২ চনত ৰা পতা হয়। হিন্দুমতে তেওঁক মধ্বজ নামেৰেও জনা মুহলশান সােহাৰি পেলামগৈ।” এনেতে, এটা চৰীয়াই শুৰি গৈ ৰজাত অনলে। ফলে চলজে লাচিতক অনতিপলমে মতাই নি সুধিলে, “তই সঁচাকৈয়ে মুছলমানক জিৰিব পাৰিৰিনে?” মাটিতে এই বুলি তালিকে সাহসেৰে প্ৰত্যুত্তৰ দিলে, “আমি স্বৰ্গদেৱ-ঈশ্বৰ। এতে সুধিলে, “কেনেকৈ পাৰিৰি? লাঠিতে বি, ধী, গহীনভাৱে উত্তৰত এই বুলি নিৰেদিতে, যাজকীয় ৰে সৈতে বিনিমগৈ নেই।” ৰাই লাচিতৰ মূৰৰপৰা পৰিলৈকে এবাৰ একা মনেৰে চাই লৈ, কড়-মা তৰােৰাল-খুৰৰাৱা, বেবি-চলােৱা, যতী-সৰা এনে গােটাচেৰে বিৰু বিলৰ পৰীক্ষা কৰি চালে। সেই পৰীক্ষাত লাটিভে এনী তিনােতা কেক-পি কাণৰ বি সি এপাড় সবাই পায়; এলােতে এটা খেলিনেলিকৈ পুতি দিয়া কলগুলি হেই হাে হাে কৰে। চেৰি এৰি বো, ইটাৰপৰা পিয়াই সিটোলৈ উঠ, চলি খুেৱা; জীবনে দেখবেশিৰি, তলা দি ৰ কৰি নেতা। যাই কে িনি হৈ কৈ , ও, মােৰ মৰে বিহ। তোই মুছলমানক জিরি মােৰ মানা ক্ষা কৰিব পাৰি। এক মই আজিয়েই এবণেতি বিৰ ৰাৰ দিলে। সেই অনুসৰি, লাটি পেলেই “ মোৰ পতা । অৰ পা, ভেও নিজ বিভাযাৰীৰি লাৰুলৰ চিনাকি মি বাই বিশে। | ১) অতি আবেগ আহা সে পায় না । কাৰ “তু *৮ ।