পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৮ সমৰ বুৰঞ্জী ভিতৰত গণ্য; আৰু সিৰিলাকে ৰাই দিব লাগে। কিন্তু, টোপানীত বাস কৰা খাতিবিলাকে গৱৰ্ণমেন্টৰে সৈতে মিত্ৰতাহে ৰাখিছে; কৰ-কাটল একো শােধাৰ নালাগেঠ লিফো-এই জাতিৰ আদি বসতি ঠাই পাটকাই পৰ্বতৰ নামনিত। ভাত চিংফৌক কাকীয়ান বােলে। বুঢ়ীদিহিং, ন-দিহিং আৰু টোপনীৰ মাজত বাস কৰা বিলাককহে চিংফৌ নামেৰে জনা যায়। চিংফৌ বৰ যুঁজ জাতি। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ইহঁতৰৰ গা উঠিছিল। তেতিয়া চিংফৌহঁতে আহােম স্বৰ্গদেৱক নমনা হৈ উঠিছিল। তাৰেপৰা বহুকাল নিটাল মাৰি থাকি, তিশাম ৰজাৰ যােগে, ১৮৪৩ খ্ৰীষ্টৰত, সিহঁত আকৌ এবাৰ কি উঠিছিল, আৰু কেইবামাহলৈকে গৱৰ্ণমেণ্টৰে সৈতে সিহঁতে ৰণ পাতিছিল। সদৌশেহত, চিংফৌহঁত বৃটিচ গৱৰ্ণমেন্ট শৰণাগত হ’বলৈ বাধ্য হ’ল। এতিয়া সিহঁতে কানি খাই আগৰ তেজ হেৰুৱাইছে। | আৰৰ-বৃটিচ অসমৰ উত্তৰ-পূব প্ৰান্তত আবৰ পৰ্বত। ইহঁতৰ দোৱান মিৰিৰে সৈতে অলপ মিলে। কিন্তু, ইহঁত বৰ আকৰা জাতি। সহজে বৰাৰ নােৱাৰি কাৰণেই ইহঁতক আবৰ বােলা যায়। ইহঁতে ১৮৪৮ টাৰপৰা মাজে-সময়ে ভৈয়ামৰ বৃটিচ ৰাজ্যত উপৱৱ কৰি আছিল। তাৰ পাচত, ১৮৫৮ খ্রীষ্টাব্দত আবৰৰ এটা ভাঙৰ উৎপাত অসহনীয় হৈ উঠে। সেই বাৰে গৱৰ্ণমেন্টে সিহঁতৰ বিৰুতে কেইবাবাৰে ৰ-যাত্ৰা কৰাই সিহঁতক বলে নােৱাৰিছিল। সদৌশেহত, ১৮৫৯ ঐটাত, বৃটিচৰ বৰ শকত সৈন্য-বল পঠিয়াই হে আবৰহঁতক অলপ শান্ত কৰােৱা হয়। তেতিয়াৰেপৰা সিহঁতক কোৰ, শােণ, কানি, ধপাত, মচেৰাপ ইত্যাদি দি বৰিবৰ নিয়ম কৰা হয়। কিন্তু, আবৰৰ সিমানতাে প্রকৃতপক্ষে বৰাৰ পৰা নহ'ল। ১৮৯৩ষ্টাব্দত আৰহঁতে বৃটিচ পুলিচৰ ওপৰত আক্ৰমণ কৰি আকৌ ভয়ানক উৎপাত লগায়। গতিকে, গৱৰ্ণমেন্টে পুনঃ সিহঁতৰ বিৰুদ্ধে শৰিৰ লগাত পৰে, আৰু একেৰাহে লাভৰছৰ লাগি, ১৯•• টাহে আবৰক বঢ়াই-দাই অলপ শান্ত কৰিব পাৰিছে। কিন্তু, সিমানতে নাৰতৰ ভালকৈ ধৰাৰ পৰা নহ'ল। সিহঁতে আকৌ ১৯১১ এটাৰৰ মাৰ্চ মাহত, শদিয়াৰ পলিটিকেল এজেন্ট মিঃ উইলিয়ামচ, আজ গ্রিগেন আৰু • ন বৃষ্টি, এজাক কাটি গৱৰ্ণমেণ্টৰে সৈতে ফেৰ পাতি লয়। গৱৰ্ণমেন্টে বিপুল আয়ােজনৰে সৈতে আৰৰৰ বিৰুদ্ধে যাত্রা কমাই সিহতক বশ মনাইছে। আবৰ পৰতত মিঃ উইলিয়ানৰ প্ৰতিফলক স্থাপন কৰি, আৰৰ পর্বত নামনি ৰাজ্য বৃষ্টি, শাসনৰ অধীনলৈ আনি, শদিয়াৰে সৈতে একেটা শীমাত-বিভাগ কৰা হৈছে। | একা-ৰং জিলাৰ উত্তৰ সীমাত একা পৰ্বত। একা দুজাত,হাৰিখােৰ। একা আৰু কপাটোৰ একা। শেহৰ বিধ বৰ দুৰ্দাত। সিহঁতৰ টাগি যাই বৃটি, এজাৰ গাঁৱত ভালেমান উপৱ কৰাৰ দোষত, ৮২ ষ্টাৰত তাৰ ধৰি আনি গুৱাহাটীৰ বৰফাটেক ৰণী কৰি ৰখা হৈছিল। তাৰ পাচত, ১৮৭২ এটাত এৰি বিয়া মাত্রকে ‘াগি ৰাই আকৌ বালিপাৰাৰ গাওঁ আৰু থানা আক্রমণ কৰিলেহি। তাৰ পাতত নাই উৎপাত লগােত, টাগি আৰু ৰাই আনি লৈ ৰাস