সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৱতী নাৰ পাতিলীয়া জাতি কৰিবলৈ দিয়া হয়। তাৰ পাচত, গৱৰ্ণমেন্টে শীমা ঠেলি নিয়া বুলি, একাইতে ১৮৯৩ সাত লক্ষীধৰ চৌধুৰীক মুখ্য কৰি, কেইবাজনো দেশ কৰ্মচাৰীক ধৰি নি আটক কৰিলেগৈ। সেইবাৰ গৱৰ্ণমেন্টে ততালিকে সিহঁতক বশ কৰিব নোৱাৰিছিল; কিন্তু সদৌশেহত আকাবিলাক আপুনি শৰণাগত হোৱাত, বৃটিচ, গৱৰ্ণমেন্টে সিহঁতক বছৰি •• টকা পঁচা দিবলৈ নিয়ম কৰে। গুৰুলা-একা পৰ্বতৰ পূৰে ফলা পৰ্বত। ডফলাৰ দেৱান মিৰি আৰু বাৰৰ লগত অলপ মিলে। আহোম ৰাজধত ফলাহঁতৰ উৎপাতৰ কথা ইতিপূৰ্বতে কৈ অহা হৈছে। বৃটিচ শাসনতো সিহঁতে ১৮৫২ টালৈকে ঘনাই উপত্ৰৱ কৰিছিল। আন কি, সিহঁতক পঁচা দিবলৈ নিয়ম কৰাৰ পাচতো, ৮৭০ আৰু ১৮৭২ খ্ৰীষ্টাব্দত, সিহঁতে বৃটি, গাওঁ আক্ৰমণ কৰিছিল। সদৌশেহত, নানা উপায়েৰে সিহঁতক বই লৈ, বছৰি ১৩০ টকা পচা দিবলৈ গৱৰ্ণমেন্টে নিয়ম চলাইছে। | পাটাই ভফলাৰে এটা বলী ঠাল-বিশেষ। আপাটাবিলাকক ‘মা’ নামেও জানা যায়। উত্তৰ-লক্ষীমপুৰ মহকুমাৰ উত্তৰ সীমাৰ প্ৰান্ত পৰ্বতশাৰীৰ নামনিত আটা বা আৰিকৰ ৰসতি। ১৮৯৬ খ্ৰীষ্টাব্দত সিহঁতে বৃটিচ, ৰাতি সোমাই বৃটিচ, প্ৰজা গোটাচেৰেক ধৰি নিয়াত, গৱৰ্ণমেন্টে সিহঁতৰ বিৰুদ্ধে এদল সৈন্য পঠিয়াই সিহঁতে ধৰি নিয়া মানুহ উদ্ধাৰ কৰি আনে। কিন্তু, পাটালাবিলাকে এতিয়াও বৃটিচৰ বশ মনা নাই। | মগা-নয় বা নাঠ, শৰৰপৰা নগা বোলা হৈছে। কোনোৱে নাগ’ শব্দৰপৰাও নগাৰ উৎপত্তি ধৰে; সেই মতে নগাহঁতৰ নাগ বা সৰ্পৰ লগত তুলনা কৰা হয়। আলামী নাবিলাকৰ বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে। তাত ৰাজেও, লঠা, খনমা, নামচীয়া, অকিয়াল, টাৰীয়া প্ৰভৃতি কেইবিধমান নগা আছে। সিহতে আহোম স্বৰ্গদেৱৰ দিনৰেপৰা ভৈয়ামৰ মানুহৰে সৈতে কাৰৰ চলাই আছিল। এতিয়াও সিহঁতে সেই নিয়মেই চলিছে। ১৮৯ ষ্টাত ‘নগাহিল’ত হোৱা নমা-ৰণৰ পাৰপৰা বৃটি, শাসন মানি নগাইতে আৰু কোনো উৎপাত লগোৱা নাই। | দুয়া—১৮ এটা ভুয়া দুৱাৰ দেৱানগিৰি বৃটিচ, গৱৰ্ণমেন্টে এল কৰাৰ কথা ইতিপূৰ্বতে কৈ অহা হৈছে। তাৰ পাচত, ভুটীয়াৰিলাকে বৃটিচ ৰাত মাজে-সময়ে উপৱ কৰিবলৈ এৰা নাছিল। শেহত, ৰাৰ ভুয়া দুৱাৰ আৰু পূৰ্ব কৰিয়াৰ দুৱাৰ পৰ্য্যত গমেন্টে লোৱাৰ ৰাষত হয়। সেই ৰাৰে উৰি হাটত বছৰি ৫০০টা ভুয়া পচা দিবলৈ কি হয়। তাত ৰাজে, চাৰ-দুৱাৰৰ আৰু ১০০০ টকা আৰু খেয়ে ভুয়া ১০ টকাকৈ ছৰি পচা বিয়াৰ নিয়ৰ চলিত হয়। | যিকিৰ-মিকিবিলাক সমৰ এটা গভীয়া জাতি। এই ভিৰ লিখিত বুৰঞ্জীমূলক তথ্য পাৰলৈ নাই। ৰায়হাৰ কুমাৰ ভূঞা সম্পাদিত “বিৰিখ খণ্ড বুৰীত কিভীমূলক “মিকিৰ আদি কবি একাধ্যা সমিৰি হৈছে, তাৰপৰা মিকি তিনি বিষয়ক অলপ আকাশ পোৱা যায়। সেই মতে, “তি পৰে