১৮১ চা-খেতি সতে-আস অসমীয়াৰ চাহ-বাগিছা। তেওঁ মৰণৰ আগলৈকে এন পুতেকৰ কাৰণে শন বাগিছা পাতিছিল। সেই কালত ৰোষে বৰুৱা অসমত আটাইতকৈ চহকী অসমীয়া আছিল। মায়বাহাদুৰ গাখ ৰৱাৰ পি হেমখৰ বৰুৱাই প্ৰথমতে লাহদৈগড় বাগিছাৰ গুটি- নিহে তেওঁৰ লেতেকুজান বাগিছা পালেগৈ। তেওঁৰ পাত, সায়বাহাদুৰ বিষ্ণুৰাম বৰুৱাৰ এতিষ্ঠিত বাগিছাত তেওঁৰ পুত্ৰ ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱা, ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈয়ে নিজেপতা বাগিছাত, আৰু সেই আৰ্হিৰে কেইবাজনো অসমীয়া চাহ-খেতিয়ক টনকিয়াল হৈ উঠিছে। অসমীয়া মানুহে চাহখেতি কৰি বা চাহবাগিছাৰ কাৰবাৰ চলাই কৃতকাৰ্য হোৱাৰ ভিতৰত, যোৰহাটৰ ৰায় জগন্নাথ বৰুৱা বাহাদুৰ প্ৰথম আৰু অগ্ৰগণ্য পুৰুষ। তেওঁৰ আহিয়ে অসমীয়াৰ ভিতৰত স্বাধীন কাৰবাৰত কৃতিত্ব লাভ কৰি গণ্যমান্য আৰু অৱস্থাপন্ন হ’লৈ চিৰকাল বল দিব। অসমৰ চাহ খেতিয়কক উৎসাহ দিয়াৰ অভিপ্ৰায়ে, গৱৰ্ণমেন্টে নিচেই নামনিমিত, খাজনাত সিবিলাকক মাটি দিছিল। পোনেই, ঐ ১৮৩৮ চনত, এশৰপৰা হাৰ একলৈকে, ৫ বছৰীয়া বৰন্তিত, প্ৰথম কুৰি বছৰলৈ লাখেৰকৈ দিয়া হয়; বাকী ২৫ বছৰ নিমিত্তে এত ১০• মাথোন বা ধাৰ্য কৰা হয়। ১৮৫৪াত সেই নিয়ম সলাই ৯ বছৰীয়া বৰন্তিত চাহ-খেতিৰ মাটি এত পাঁচ টকা মূলত বিক কৰাৰ নিয়ম চলে। ১৮৭ চনৰপৰা ত্ৰিশচনীয় যশক্তিমতে, এত • পাঁচ মহাকৈ চাহ-খেতিৰ মাটিৰ খাজনাৰ নিৰিখ চলিছে। আধ্যা -৪ পৰ্বতীয়া আৰু তিয়লীয়া জাতি মিৰি-মিৰি জাতিৰ বসতি অসমৰ উকা শীমাত। এই জাতিৰ মানুহেশত আৰু তৈয়াৰ দুয়ো ঠাইতে বাস কৰে। যিৰিবিলাক বৰ শাৰ। যিৰিয় শত আৰৰ-বৰোৰা কামত গৱৰ্ণমেণ্টৰ সহায় কৰে। সেই কাৰণে, গণমেন্টে মিৰিবিলাকক সমূহকৈৰি ১১৮ টকাকৈ পঁচা দিয়ে। | বিটিভি-সিং আৰু ব্ৰহ্মকুণ্ডৰ মাজৰ ঠাইত মিটিমিথিলাকে বাস কৰে। চুলি- কা, ৰেৰেলিয়া, ভিগৰু আৰু যি নামেৰে মিচিমি চাৰিজাত আছে। ইতি আনি ছোৱাত ৰৰ দুৰ্দান্ত ছিল। ১৮৫৪ এটাত মিজু আৰু আন কেইওজাত মিটিমিনে মাজেশয়ে ভৈয়ামত উপাত লগাৰলৈ ধৰে। সদৌশেহত, ১৮৬৬ সাভ, মিটিমিত ডেটা দি ৰখাৰ অৰ্থে খাতি পুৱা ৰাখিবলৈ নিয়ম কৰা হয়। তথাপি, মিটিমিৰিলাকে মাশেময়ে ১৮৯০ চনলৈকে উপছি লগাৰলৈ এৰা নাছিল। | বাড়ি-ইবিলাকৰ বিষয়ে আগেয়ে কৈ অহা হৈছে। শদিয়াত ৰা কৰা খামতি আৰু নাৰায়ণপুৰত যাপিত হোৱা খাতিৰিক গামেন্ট খাচাৰ
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৭
অৱয়ব