পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী তালৰ ফালে পৰিবৰ্তন ঘটালে, চাহ খেতিয়ে ৰ সূতী অসমভূমিৰ উৎকৰ্ষতা লেইৰে বঢ়ালে। ইয়াত বাওে, চাহখেতিয়ে অসমীয়া মানুহলৈ জীৱিকা আনৰ এটা যুগৰ বাট মুকলি কৰিলে। চাহখেতিৰ নিমিত্তে ভাৰতবৰ্ষৰ আন আন ঠাইৰপৰা কোৰধৰা বুলি মানুহ মানিবলগীয়া হোত, আৰু শেহান্তত সেই মানুহৰ সৰহভাগ ইয়াতে বসতি কৰি থকাত, অসমদেশৰ লোকসংখ্যাও ভালেমান গুণে বাঢ়িছে; এনে কি, বৰ্তমান অসমৰ মুঠ লোকসংখ্যাৰ চাৰি-ভাগৰ এভাগ এইদৰে বসতি কৰা নতুন মানুষ। তদুপৰি, এই চাহ খেতিৰ নিমিত্তেই অসমত আহাদিৰ চলাচল, ৰেল আৰু ৰাট-ঘাটৰ সুৰাৱা হৈছে। মুঠকৈ ক'বলৈ গ'লে, এই চাহখেতিৰপৰা অসময়েশৰ মাটি আৰু মানুহৰ বিতৰ উন্নতি হ'ব লাগিছে। | অসমত পোন-প্ৰথম চাহখেতি ব্ৰহ্মপুত্ৰ আৰু কুণ্ডিল নৈৰ মাজৰ বালি চাপৰিত বৃটিচ গৱৰ্ণমেন্টে মুকলি কৰে। সেই ঠাইত চাহৰ খেতি ভাল নোহোৱাত, কেইবছৰমানৰ পাচ, তাৰপৰা খেতি তুলি নি, জয়পুৰত নতুনকৈ চাহ-বাগিছা খোলা হয়। তাৰ পাচত, ১৮০• জাত গৱৰ্ণমেন্টে সেই ৰাগি অসম কোম্পানী বিক্ৰয় কৰে। সিবিলাকে তাৰ লগতে ডিব্ৰুগড়ত বুঢ়ীদিহিং আৰু টিৰিী নৈৰ মাজৰ চাপৰিত নতুনকৈ বাগিছা খুলি তাৰ উমতি ক্ৰমাৎ বঢ়াবলৈ ধৰে। তেতিয়া চাহগুটি প্ৰায় সমুদায় চীনদেশৰপৰা এনোৱা হৈছিল। আগভোখৰত এই চাহ-খেতিত কোম্পানীয়ে লাভ দেখুৱাব পৰা নাছিল, বৰ এই খেতিৰপৰা সিবিলাকৰ বিস্তৰ ক্ষতিহে হৈছিল। কিন্তু, ১৮৫২ এটা পৰা ইয়াৰ উন্নতি হ'বলৈ ধৰাত, কোম্পানীয়ে এই কাৰবাৰত লাতৰ মুখ দেখে। ১৮ ভাত ••• এক মাটিত এই খেতি বিস্তাৰিত হয়, আৰু কোম্পানীয় ৭৬০০০ পাউ চাহৰ ৰপ্তানি দেখায়। গৱৰ্ণমেণ্টৰপৰা কিনি লোৱাৰ পাচত, কোম্পানীয়ে উনি অসমত ১৮৫৩ ষ্টাৰলৈকে আৰু মাখন চাহ-বাগিছ নতুনকৈ খোল। ১৮৫৮ খ্ৰীষ্টাৰত উইলিয়মচন কোম্পানীয়ে যোৰহাটত চাহ বাগিছ খোল। উজনি অসমত “অসম কোম্পানীতে চাহ-খেতিৰ বহুত উন্নতি কৰি তাৰপৰা ৰিন্তৰ লাভ কৰা দেখি, পাচলৈ আন আন ইংৰাজ কোম্পানীয়েও অসমৰ আন আন ঠাইত নতুনকৈ চাহ-বাগিছ। খুলি লপ দিনৰ ভিতৰতে এই কাৰবাৰ জিলিকাই তুলিলে। উনি অসমৰ বাহিৰেই চুমা উপত্যকাতো চাহ-বাগিছা খুলিবলৈ কোম্পানীয়ে কাৰ কৰিবলৈ ধৰিলে। কাৰ জিলাতে বনৰীয়া চাহগছ পোৱ গণ; গতিকে ১৫ টা কাহাৰ আৰু হিট মিলাতে নতুননতুনকৈ চাহ-বাগিছ খোলা হয়। তাৰ পাচত, হয়ে উপত্যকাতে চাহ-বাগিছাৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰে, না এই খেতিৰ কাৰবাৰৰপৰা ইউৰোপীয় কোম্পানীয়ে কোটি-কোটি টকা লাত কৰিবলৈ ধৰিলে। সঙ্গে কথা, আজিকালি অসমীয়া মানুহে অসমৰ চাহ-খেতিত উৎসাহেৰে হাত দিছে। আক, কোনো-কোনোৰ তাৰপৰা বিৰ লাভ কৰি ৰৰ উমত এ না কৰিছে। অসমীয়াৰ ভিতৰত শাহগড়ৰ ৰোৰ বৰুৱাই পোন-খমে খাসিয়া খুলি শট খুেৱায়। তেওঁ এতিষ্ঠা কৰা “লাহগৈ চাহ বাগিছা