পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাহ-খেতি সৰহভাগ আগৰ ৰাজহ ৰেহাই পোৰা মাটি। এতিয়া সেইবোৰ এটা চিন্তায়ী মাত বাৰ্য হৈছে॥ ধন লাদিনীয়া ৰাতি ৰ ভিতৰত নৰ বছৰি তাক হয়; দুখন লাখেৰা আৰু নিলিখো গৱৰ্ণমেন্টে জমিদাৰৰপৰা গান গাইছে। | পুৰ-দুৱাৰ জমিদাৰী ৫ পাঁচ ভাগত বিক। -(১) বিনী, (২ চিলী, (৩) চিৰাং, (০) বিষ্ণু, নাক (০) ওমা। ইয়াৰ ভিতৰত শেহৰ তিনি ভাগ সম্পূৰ্ণ গৱৰ্ণমেন্ট সম্পত্তি; আৰু ইয়াৰ বন্তি খৰচ অসমৰ ৰায়ভোৱাৰীৰ নিচিনা বিভিন্ন ইমানেই হে যে ইয়াৰ সৰহভাগ মাটিৰেই একচনীয়া বৰ, আৰু ৰাহৰ নিৰিখো খাচ অসমৰ ৰায়ভোৱাৰী স্বত্বৰ নিৰিখতকৈ কম। বিজনী আৰু চিশী সেই নাম ৰাজবংশধৰৰ জমিদাৰী। চিদলী জমিদাৰী গৱৰ্ণমেন্টে চলায়; জমিদাৰে মুঠেই “মালিকানা” বুলি মুঠ জমাৰপৰা শতকৰা ২০ টকাকৈ ৰাহৰ তাগ পায়। বিনী জমিদাৰী ১৯০১ খ্ৰীষ্টাব্দত ৰাণীৰ নামে দহ বছৰলৈ নতুন বন্দবস্ত কৰা হৈছিল, আৰু সেইমতে ৰাণী মুঠ ৰাজহৰ শতকৰা ৮০ টকাৰ গৰাকিনী আছিল। তাৰ পাচত, ১৯১১ টা ৩১ মাৰ্চত সেই বস্তি কাল উকলি যোত, পুনঃ ৰলৰতিৰ প্ৰকাৰ গৃহীত নোহোৱালৈকে আগৰ বৰতিৰ নিয়ম- নিৰ দিন দীঘলাই দিয়া হয়। ১৯১৮ খ্ৰষ্টাব্দৰ শেহছোৱাত বিজনীৰ ৰাণী অভয়েৰী দেৱীৰ মৃত্যু হোৱাত, কুমাৰ যোগে নাৰায়ণ ভূপবাহাদুৰ বিজনীৰ জমিদাৰ হয়; তাৰ পাচত, ১৯৩৭ টা ১৮ মুনত তেওঁৰ অকালমৃত্যু হোৱাত, কুমাৰ ভৈৰৱনাৰায়ণ ভূপবাহাদুৰ ৰিজনীৰাজৰ অধিকাৰ হৈছে। ঐঃ ১৯২১ চনৰপৰা বিজনী জমিদাৰী “কোৰ্ট অব ওয়াৰ্ড বা গৱৰ্ণমেন্ট পোনহতীয়া তত্বাৱধানত ৰখা হৈছে। আধ্যা-৩ চাহ-খেতি অসমত চাহৰ খেতিটো আদিৰেপৰা বলী আছিল। এমত অতি উত্তম চাই উৎপন্ন হয় কাৰণেই, এই চাহৰ সংগত নাওহতীয়া অসমৰ নাম আজিকালি পৃথিবী উন্নত দেশবিলাকত প্ৰখ্যাত হৈছে। কিন্তু, এই খেতি অসমৰ অসমীয়া খেতি নহয়; অৰ্থাৎ বৃষ্টিচ, গৱৰ্ণমেণ্টৰ আগমনৰ পূৰে অসমত চাহ খেতি নাছিল। উনি অসমৰ অতি পূৰ শদিয়া বলত আদিতে বনৰীয়া চাহ পোৱা গৈছিল। ১৮২৩ চনত, মিঃ বৰাট চ চাহাবে সেই বনৰীয়া চাহগছ বাৰিষাৰ কৰে। তাৰ পাচত, বৃষ্টি, এজেট কাপ্তান নেকি চাহাবৰ আমোলত, মিঃ গ চাহাৰৰ চীন দেশলৈ পঠিয়াই অসমৰ চাহৰ পৰীক্ষা কৰোৱাত, অমৰ আৰু চীনৰ চাহগছ একে সঁচৰ বুলি প্ৰমাণিত হয়, আৰু ভেআিৰপৰা অসমৰ বনৰীয় চাহগছৰ পাত ছিদি ভাটীলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়। বৃটিছ, গৱৰ্ণমেণ্টৰ শাসনে অসম দেশৰ মানুহৰ ৱাৰ বিৰূপে