পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ সমৰ বুৰী কৰ বিষয়ে জান কৰোৱা হয়; তাৰ পাচতো সেই কাৰ্য ১৮• এটালৈকে চলে। ইয়াৰ ভিতৰত জেনেৰেল জেকিৰ বিচাৰ আৰু সিদ্ধান্ত অনুযায়ী, ব্ৰহ্মভোৰ, ক্ষোভৰ আৰু আন তেনেকুৱা লাখো মাটিৰপৰা দেৱোত্তৰ ভূমি পৃথক কৰা হয়। আৰু আহোমৰা এত্ত দেৱোত্তৰ ভূমিৰ ৰাহ পূৰ্ণে ৰেহাই দি, যিবিলাক ব্ৰহ্মো, ৰ্মোত আৰু আন আন তেনেবিধৰ মাটি যথাৰ্থতে আহোম স্বৰ্গদেৱে দান কৰিছিল, সেইবোৰৰ পূৰাত আধলিকৈয়ে ৰাজহ ধাৰ্য্য কৰি ৰখা হ’ল; কিন্তু যিবোৰ লাখে বা নিশিখে মাটি আহোম স্বৰ্গদেৱে দান কৰাৰ ভাল প্ৰমাণ পোৰ নগ'ল, সেইবোৰ মাটি বায়তোৱাৰী শ্ৰেণীভুক্ত কৰি, সকলোবিধ সাধাৰণ মাটিৰ ৰাজহ পূৰাত : এটকাকৈ ধাৰ্য কৰা হয়। তাৰ পাচত, খ্ৰীঃ ৮৭২ চনৰপৰা ১৮৭৯ চনলৈকে গৱৰ্ণমেন্টে অসমত এ নিয়ম-নিৰ্বক বিষয়ে আকৌ সাত বছৰ বিষৰ লিখালিখিকৈ আলোচনা কৰে; কি সদৌশেহত জেনেৰেল জেকিৰ নিয়ম-নিৰ্বন্ধেই বাহাল ৰয়। সেই কালত অৰ্থ- ৰাই দিওঁতাৰিলাককে লাখোৰ বোলা হৈছিল, কিন্তু আচলতে সিবিলাক নিশিখেৰৰহে। নিশিখেদাৰবিলাকে আৰু এটা সুবিধা ভোগ কৰে যে সিবিলাকৰ পতিত মাটিৰপৰা কোনো আৰ্জন নহলে, তাৰ বাবে সিবিলাকে ৰাজহু দিব নালাগে। এই নিপিখেৰাজত্বৰ লেখ অকল কামৰূপ জিলাতে চাৰিভাগৰ তিনিভাগ পৰিছে; আহোম ৰাজৰ শেহছোৱাত, বিশেষকৈ গুৱাহাটীত আহোম ৰাজধানী পাতিৰৰপৰা, ব্ৰহ্মেত্ত আৰু ধৰ্মোত্তৰ মাটিৰ লেখ বাঢ়ি উঠা, কামৰূপ বিলাত নিশিখেৰৰ সংখ্যা ভালেমান বাঢ়িল। ওপৰত কোৱা কেইবিধত বাজেও অসমত চমুৱা, খাত, দহকুৰীয়া আৰু দুপইচীয়া লাখো না নিশিখেৰাজ ভূ-স্ব আছে। চমুৱাদাৰে ৰায়ভোৱাৰী নিৰিখেই ৰাজহ দিব লাগে; কিন্তু এটা সুবিধা এই যে তেওঁ সাধনীদাৰ, মৌজাদাৰ, তহসিলদাৰ প্ৰভৃতি বিষয়াৰ জৰিয়তে নোশোধাই, পোনহাতে ৰাৰ্ভৰালত ৰাজহ জমা দিবগৈ পাৰে, আৰু মুঠ জমাৰ ওপৰত তেওঁ শতকৰা ১০ দহ টকাকৈ কমিচন পায়। এনে ভূ-ত্ব অসমত মুঠেই একেখন। গোটই অসমত খাত মুঠেই ৪ চাৰিখন,এখন নগাঁৱত, এখন লক্ষীমপুৰত, দুখন কামৰূপত। ইয়াৰ ভিতৰত দুজন খাতদাৰক মৌজাদাৰ বুলিয়েই ধৰিব পাৰি। আনখন হাতত মাথোন পটা বাজে বাজে বায়তৰ নামত নিৰ্বি থাকাৰৰ নামত দিয়া হয়। অনুৰীয়া , ৰাজহ ফুৰি টকাৰ ওপৰ হ'লে, বাধিকাৰীয়ে মুঠ ৰাহৰ আৰু ৰেহাই পায়; আৰু টকাৰপৰা কুৰি টকাৰ ভিতৰত হ'লে, দহৰ ওপৰৰ যি ৰা হয়, ভাৰহে অৰ্ধেক ৰেহাই দিয়া হয়। এই বিধৰ বৰ খাত শিৱসাগৰ চাৰিখন আছে। দুপইচীয়া ভূখৰ খাত মুঠেই খন। ইয়াৰ মুঠ মাটিকালি ২৫৫ এক; আৰু ৰাহ বিঘাত ৮ পাইকৈ দিব লাগে। এনে কুখ কেৱল ৰং আৰু লক্ষীমপুৰত হে আছে। | টিস্থায়ী টি অসমৰকল গুৱালপাৰাত হে ৰৈছে। পূৰ দুৱাৰ কেইখন এৰি, ন চিশীয়া আৰু ৮ন লাদিনীয়া মন্তিৰ ভূমিয়েই গোটেই জিলা- খনকে সামৰিছে। সেই ১৯ খনৰ খন চৌধুৰী বিলাকৰ জিলাত; বাকী ১০ খনৰ