আধ্যা-২ অসমত ভূ-স্বত্বৰ নিয়ম-প্ৰণালী গুৱালপাৰাত বাজে অসমত ৰায়ভৰ অং আইকৈ ভিনিৰিখ -যেনে, (১) ৰায়ভোৱাৰী, (২) নিশিখেৰাজ, (৩) লাখে। | (১) ৰায়ভোৱাৰী-এই স্বত্ব অনুসৰি ৰায়তে চকাৰ ৰা গৱৰ্ণমেণ্টৰপৰা একচনীয়া আৰু ম্যাদী (১• চনীয়া, ২০ চনীয়, ৩০ চনীয়া) বক্ষবন্তিত মাটি ভোগ দখল কৰে; আৰু সেই মাটি বায়তে নিজ ইচ্ছামতে সমুদায় ৰা তাৰ কোনো দাগ ইস্তফা দিব পাৰে, আৰু নতুনকৈ চকাৰী মাটি লগাই লবও পাৰে। ১৮৮৬ খ্ৰীষ্টাব্দলৈকে অসমত ৰায়চোৱাৰী ব একচনীয়া মাথোন আছিল। তেতিয়া মাটিত ৰায়ভৰ ভোগ দখলত বাজে খান কোনো স্বত্ব নাছিল। কিন্তু, ১৮৮৬ খ্ৰীষ্টাব্দৰ মাজ ভাগত, ৰাহৰ নিয়ম-নিৰ্বমতে, যেতিয়া ম্যাদী বন্দবস্তিৰ মাটিত ৰায়তৰ দূৰত্ব আগতকৈ বেছি স্থায়ী কলীয়া হয়, তেতিয়াৰপৰা সেই ঘৰ বলত ৰায়তে নিজ পটাৰ মাটি যান, বিক্ৰয়, হাতৰ আৰু পৈতৃক সম্পত্তিৰূপে ব্যৱহাৰ কৰিব পৰা হ'ল। তদুপৰি, মাদী বৰতি চলিৰৰপৰা ৰৰন্তিৰ নিৰ্ধাৰিত কালৰ ভিতৰত ৰাহৰ নিৰিখ লৰিৰ ৰা ৰাঢ়ি আশা চিল; আৰু গৱৰ্ণমেন্টে চকাৰী কাৰ্যোপলকে কোনো ম্যাদী পটাৰ মাটি ললে, ৰাতে তাৰ মূলম্বৰূপে ক্ষতিপূৰণ পাৰ পৰা হ'ল। কিন্তু, একচনীয়া বৰতি সেইবোৰ বা নাই, গৱৰ্ণমেন্টে চৰ্কাৰী কাৰ্যোপলক্ষে কোনো একচনীয়া পটাৰ মাটি ললে, ৰায়তে তাৰ মূল্য- বৰূপ ক্ষতিপূৰণ দাবী কৰিব নোৱাৰে; কেৱল ঘৰ, গছ, শত ইত্যাদিৰ মূল্যহে পাৰ পাৰে। (১) বিপিজে আৰু (৩) লাজ-নিশিথে মাটি নয়তে একে ৰাহত ভোগ-খল কৰিবলৈ পায়। তাত ৰাজে, সেই মাটিৰ গৰাকীয়ে তাৰ ওপৰত চিৰস্থায়ী বা চায়, যদ্যপি বঙ্গদেশীয় দখলীগ ৰী ইয়াত নাখাটে। লাখে মাটিতে সেইবোৰ ঘকে পোৱা যায়; কিন্তু তাৰ উপৰি সেই মাটিৰ ৰা নপূণে নেই পোৱা যায়, অৰ্থাৎ ৰজাঘৰত তাৰ ৰাৰে ৰাৰ সমূলি শোখাৰ নালাগে। এই নীতি আহোম ৰা আহিছোৱাৰেপৰা চলি আহিছিল। পিচে, হো গলে না বৰ্গমৰ চাৱসিংহই “ৰিকাটন” বুলি, পূৰাত। • পাঁচ তাকৈ নিলিখো মাটি কলগায়, আৰু মানৰ দিনতো’ সেই কৰ চলিছিল। অসম যেতিয়া টি খলত পৰিল, তেতিয়া ওপৰত কোৱা টাইৰোৰ খ শোপ পাইছিল। যা হৈছিল; কিন্তু সেই কালৰ বৃটি, শাসনকৰ্তা মিষ্টাৰ ডেভিড ৰুট চাহাৰে তাক মূল বা নকৰি, গৰ নিতি নিৰিখৰ লগতে আৰু অলপ যোণ বি, নিশি আৰ পাবো কো- বিৰে একাকাৰে পূত। খলিকৈ ৰা ধাৰ কৰে। | ১৮৩০ টা যেনেল মেৰি। কাৰী ৰাধান বেশি থাকাই অসম আহোম এ দেৱোৰ, কাৰ, শোভৰ আৰু আন আন সেই বিখৰ '
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯৩
অৱয়ব