পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমৰ বুৰঞ্জী লৰ্ড লিনলিথগো বাহাদুৰক ভাৰতবৰ্ষৰ গৱৰ্ণৰজেনেৰেল আৰু তাইৰয়ৰ পদত নিযুক্ত কৰি পাইছে। এওঁ ইয়াৰ আগেয়েও, খেতি-বিষয়ক অনুসন-সমিতিৰ সভাপতি হৈ এবাৰ ভাৰতৰলৈ হিছিল। এওঁ এজন শান্ত একতিৰ সাধু পুৰুষ। | ভাৰতবৰত ভাইচৰ গৱৰ্ণৰজেনেৰেল ৰাজপ্ৰতিনিধিৰ সালসলনি হোৱাৰ দেমোত, সিফালে ইংলণ্ডত, ১৯৩৫ চনৰ ২৩ জানুৱাৰী তাৰিখে, গ্ৰেটবৃটন আৰু আয়লণ্ডৰ ৰজা আৰু ভাৰতৰ সম্ৰাট পঞ্চম জৰ্জ বগী হোৱাত, তেওঁৰ বৰপুত্ৰ অষ্টম এভোৱাৰ্ড গ্ৰেটবৃটন আৰু আয়লণ্ডৰ ৰজা আৰু ভাৰতবৰ্ষৰ সম্ৰাট হয়। কিন্তু তেওঁ ৰাজপাটত উঠা মুঠেই দুবছৰ পাঁচমাহ হওঁতেই এটা দোৰ্ঘোৰ সাংসাৰিক সমস্যা উপস্থিত হয়। কাৰণ, তেওঁ মিচেচ, চিমচ নামেৰে এগৰাকী বিচক্ষণীয়া সুন্দৰী আমেৰিকানী মহিলাৰ প্ৰেমত পৰি, সেই মহিলাক বিয়া কৰাবলৈ মনস্থ কৰে; কিন্তু বৃটিচ, ৰাজনীতি মতে সেই মহিলাক ইংলও পটেশ্বৰী পাতিব নোৱাৰি। গতিকে এটা বিষম সমস্যা উপস্থিত হ’ল -আগত সমোহন প্ৰেমৰ আকৰ্ষণ, পিচত ঘনীয় ৰাজনীতিৰ আঁতুহী- টান। গতিকে, ইংলণ্ডৰ ঘাই মন্ত্ৰী মিষ্টাৰ বান্ডউইনৰ লগত ভালেমান কালোচনা আৰু আপোন-মনেৰে বিতৰ চিকালোচনা কৰাৰ পাচত, উপায়ন্তৰ হৈ, সূৰ্য-অন্ত- নোযোৱ* (১) সুবিস্তীৰ্ণ বৃটিচ, সাম্ৰাজ্যৰ অধীশ্বৰ ভাৰত-সম্ৰাট অষ্টম এভোৱাৰ্ডে প্ৰেমক ওপৰ-আসন দি, বৃটিচ-ৰাজসিংহাসন হেলাৰহে প্ৰত্যাহাৰ কৰি, পৃথিবীৰ বুৰঞ্জীত অভাবনীয় একাধ্যাৰ অৱতাৰণাৰে সৈতে এটা অপূৰ্ব অসাধাৰণ নাম ৰাখিলে। | মহাৰজা-সম্ৰাট অষ্টম এভোৱাৰ্ডে বৃটিচ ৰাজপাট প্ৰত্যাহাৰ কৰাত, তেওঁৰ সহোদ আয়েক, গীয় সম্ৰাট পঞ্চম ও দ্বিতীয় পুত্ৰ, এলবাৰ্ট ফ্ৰেডাবিক আৰ্থাৰ জৰ্জ কেঁৱৰ, যষ্ঠ অৰ্জ নামেৰে, ১৯৩৭ চনৰ মে’ মাহৰপৰা ইংলণ্ডেশৰ ভাৰত-সম্ৰাট হৈছে। বৰ্তমান মহাৰজা সম্ৰাট যষ্ঠ অৰ্জৰ পত্নী, মহাৰাণী এলিজাবেথ ইংলণ্ডৰ আৰ্ণ অৱ খেমৰ ৰূপৱতী আৰু গুণৱতী জীয়াৰী। তেওঁক সম্ৰাট ষষ্ঠ জৰ্জে, ডিউক অৱ ইয়ৰ্ক হৈ থাকোতেই, ১৯২৩ খ্ৰীষ্টাব্দৰ ২৬ এপ্ৰিলত বিয়া কৰায়। মহাৰাণী এলিজাবেথ ইংলণ্ডত ওপজা নিজ ইংৰাজ মহিলা। সম্ৰাট ৰ অল আৰু সম্ৰাজী এলিজাবেথৰ প্ৰথমা কন্যাসন্তান ৰাজকুমাৰী এলিজাবেথ এতিয়া এইটনৰ যুৱৰাণী আৰু ভাৰতবৰ তাৰী সন্ত্ৰাসী বা পাট কুঁৱৰী। যু হতে, ৰী মহাৰাগ ৰাজকুমাৰী এলিজাবেথৰ বয়স মুঠেই ১১ বছৰ হৈছিল। | বৃটিচ ৰাজকীয় উত্তৰাধিকাৰি আইন বা ৰাজনীতি অনুসাৰে, কাৰ ৰা ৰাপাটৰ অধিকাৰীৰ পুত্ৰই হওক বা কন্যই হওক, প্ৰথম সন্তানেহে লৰা ৰাণৰ পাচত বৰা বাণ হৈাট পাব পাৰে। সেই সূত্ৰ নেই, বৰ্তমান সট খ ম আ ম এলিজাবেথ এ ফলন আমাৰী এলিজাৰে তাৰী শটোৰীৰণে গনোনীত হৈ আছে। এওঁৰ পিতামহী মহাৰাণী ভিক্টোৰীয়াও সেই সূত্ৰেই ইংলও পটোৰ হৈছিল। (৯) বৃষ্টি মাত্ৰ গোলাকাৰ পৃথিৱীৰ নানান দেশ-দেশ-দেশত এনেতে ফুৰি আছে যে যাৰ দি সেইসা এম এঠাইত সূৰ্যৰ পোৰ পৰি-এ পাস কেলি এ। সেই সাৰু নুনোযোৱা দেশি চোদাৰ সাজা ফেলা যায়।