পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত বৃটি, গৱৰ্ণমেণ্টৰ পাতনি। বাগ্মিতাৰ পৰিচয় দিছিল ১)। দেশত যাতায়াভৰ উন্নতি সাধনৰ লগে লগে তেওঁ প্ৰাদেশিক ৰাঙল টনকিয়াল কৰিবলৈ পাৰ্যমানে যত্ন কৰিছিল; সেই যত্নৰ ফলস্বৰূপ, অটনিমিয়াৰ কমিটীৰ অনুমোদন মতে, ভাৰত গৱৰ্ণমেণ্ট বুজিৰপৰা অসমৰ উৎপন পেট্ৰোল-শুদ্ধ ভাগ ৪,••••• পলিচ লাখ টকা অসম গৱৰ্ণমেণ্টৰ জিলৈ বছৰি প্ৰাপ্তিৰ ব্যৱস্থা লাভ হয়। প্ৰাদেশিক সংস্কৃত স্বায়ত্তশাসন 'Provincial Autonomy) অসম প্ৰদেশত সফল কৰাৰ অৰ্থে তেওঁ তাৰ সূচনাৰ দিহা লগাই দি যায়। বৰ দুখৰ বিবৰ, ১৯৩৭ খ্ৰীষ্টাব্দৰ ৪ মাৰ্চ তাৰিখে ৰাজকাৰ্যৰপৰা অৱসৰ লৈ যোৱাৰপৰা ৬ মাহ পূৰ নৌ হওঁতেই. স্বদেশ বিলাতত, চাৰ মাইকেল কী বাহাদুৰৰ অকালমৃত্যু হয়। | চাৰ ৰবাৰ্ট শীল বীভ-: ১৯৩৭ চনৰ ৫ মাৰ্চৰপৰা চাৰ ৰবাৰ্ট নীল ৰী চাহাব বাহাদুৰ অসমৰ গৱৰ্ণৰ হৈছিল। | অসম ভাৰত-ইংলণ্ডীয় সমসাময়িক কথা | খ্ৰীঃ ১৯২১ চনৰপৰ। ১৯৩২ চনলৈকে এই ১১ বছৰত ভাৰতবৰ্ষত গৱৰ্ণৰ জেনেৰেল। লৰ্ড ৰিঙ্গি পাঁচ আৰু লৰ্ড আয়উইনৰ ছয় বছৰীয়া শাসনকাল পাৰ হয়। তাৰ পাচত, লৰ্ড উইলিংডন গৱৰ্ণৰ জেনেৰেলৰ শাসন ১৯৩৮ খ্ৰীষ্টাব্দৰ এপ্ৰিললৈকে চলে। লৰ্ড বিডিঙ্গৰ দিনত লগা অসহযোগিতাৰ আন্দোলন ক্ৰমাৎ চৰি উঠি, লৰ্ড আয়উইন আমোলত সি গৱৰ্ণমেণ্টৰ আইন-কানুন অমান্য কৰা (Civil Disobedience) ব্যৱস্থাত পৰিণত হৈ, ভাৰতজুৰি অহিংসামূলক অসহযোগিতাৰ Non-violent Non-০০- operation and civil Disobedience) উৎপাত-অশান্তি বাঢ়ি উঠিছিল; আৰু তাৰে সন্ধি-সমালোচনাৰ অৰ্থে ইংলণ্ডত ভাৰতীয় আৰু বৃটিচ, প্ৰতিনিধিসকলেৰে গঠিত এখন মেৰচৰা-মেল (Round Table Conference) বহিছিল। সেই মেৰচৰা- মেললৈ কংগ্ৰেছৰ তৰফে মহাত্মা গান্ধী, মুছলিমৰ হৈ মৌলানা মহম্মদ আলি, হিন্দুৰ হৈ পণ্ডিত মদনমোহন মালব্য, অসমৰপৰা ঘূত চন্দ্ৰধৰ বৰুৱা এইসকল প্ৰতিনিধি সদস্য গৈছিল। বিলাতত দ্বিতীয় মেৰচৰা-মেলৰ কাৰ্য চলি থাকোতেই লৰ্ড উইলিংডন ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল আৰু ভাইচৰ মকৰণ হৈ আহে। ইংলণ্ডত ২য়, মেৰচৰা-মেল বহাৰ আগতে ভাৰতৰ প্ৰজা-প্ৰতিনিধি মহাত্মা মোহনঠাদ কমা গান্ধী আৰু বৃটিচ, প্ৰতিনিধি গৱৰ্ণৰ জেনেৰেল লৰ্ড আয়ন মাজত সমিলমিল মিটমাটৰ এখন পোচ-আলোচনা-মেল (Gandhi.frewin Pot) বহিছিল। ১৯০৬ চনৰ ১৬ এপ্ৰিল তাৰিখে লৰ্ড উইলিংডনৰ শাসনকাল উৰুলিলত তেওঁৰ ঠাইত লৰ্ড লিলিথগো ভাৰতবৰ্ষৰ তাইৰয় আৰু গৱৰ্ণৰ জেনেৰে হৈছেহি। লৰ্ড সিলিংগো ইয়াৰ আগতে লণ্ডনত বহা মেৰচৰা-মেলৰ (Bound Table Conference) আলোচনাৰ সিন্ধান্ত দিবলৈ গঠিত হোৱা পালিয়েটৰী কৰিটাৰ প্ৰেটিজেন্ট আছিল। সেই বিষয়-ৰাৰ সৰোষনকৈ চলি যা শতকৰা গুণৰ ৰাৰেই, ভাৰতবৰত নতুনকৈ গায়ত্তশাসন-সংকাৰ গফল কৰাৰ প্ৰিায়ে, গৰত-পাটে (১) Do Act, only gk Buyaan - col Director, D, E, s. Moon,