পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৱৰ্ণৰ গৱৰ্ণমেন্ট চাৰ উইলিয়াম মাৰি :- ভাৰতীয় শাসন সংস্কাৰৰ ফল স্বৰূপে, অসমত গৱৰ্ণৰী শাসন স্থাপন কৰাৰ লগে লগে, চাৰ উইলিয়াম মাৰি, অসমৰ পোন-প্ৰথম গৱৰ্ণৰ নিযুক্ত হয়। তেওঁ গৱৰ্ণৰী পদত নিযুক্ত হৈয়েই তিনি মাহলৈ দুটা লৈ বিলাতলৈ গৈছিল; তাৰ- পৰা ঘূৰি আহি, খ্ৰঃ ১৯২১ চনৰ ১৩ মাৰ্চৰপৰা, তেওঁ অসম গৱৰ্ণৰী গাঙ্গীত বহেহি। তেওঁৰ আমোলত লেখত লবলগীয়া বিশেষ ঘটনা একো হোৱা নাই এই শাসনৰ শেহ ছোৱাত শিক্ষাবিভাগীয় মন্ত্ৰী বা এডুকেচন মিনিষ্টাৰ খানবাহাদুৰ আৰুল মজিদ অকালমৃত্যু হোৱাত, অনবোেল চাৰ চৈয়দ মহম্মদ চাদুল এডুকেচন মিনিষ্টাৰ হয়। | চাৰ জন হেৰি কাৰচাৰ উইলিয়াম মাৰিচ ইউনাইটেড প্ৰভিঞ্চ বা যুক্তপ্ৰদেশৰ গৱৰ্ণৰ হৈ যোৱাত, চাৰ জন হেৰি কাৰ খ্ৰী: ১৯২২ চনৰ ১০ অক্টোবৰ তাৰিখে অসমৰ গৱৰ্ণৰী গাঙ্গীত বহেহি। তেওঁৰ শাসনৰ আৰম্ভণতে লোকাল লেফ গৱৰ্ণমেণ্ট মিনিষ্টাৰ বা স্বায়ত্তশাসন বিভাগীয় মন্ত্ৰী ঘনশ্যাম বৰুৱা ৰায় বাহাদুৰৰ অকালমৃত্যু হোৱাত, তেওঁৰ ঠাইত অনৰেয়েল ৰায় বাহাদুৰ প্ৰমোদচন্দ্ৰ দত্ত চি. আই. ই. লোকাল চেলফ গৱৰ্ণমেন্ট মিনিষ্টাৰৰ পদত নিযুক্ত হয়। তাত বাজে এই শাসনত লেখত লবলগীয়া কাৰ্যাদি বিশেষ একো হোৱা নাছিল। চৰণোৰি যো- চাৰ হেৰি কাৰ চাহাব পেঞ্চনত যোৱাত, তেওঁৰ মূৰে ঐ: ১৯২৭ চনৰ ২৮ জুনৰপৰা চাৰ লৌৰি হেমণ্ড অসমৰ গৱৰ্ণৰ হয়হি। এওঁৰ পূৰা পাঁচ বছৰীয়া কামোলত যিবোৰ দেশহিতকৰ কাৰ্য্য সম্পাদিত হৈছিল, তাৰ ভিতৰত অসমৰ বি’ কানিৰ বছৰি কাটন ১৬•• মোনৰপৰা ৪০• চাৰিশ মোনলৈ ক্ৰমাৎ কমোৱা, দেশত চৌদিশে যাতায়াতৰ উন্নতি সাধন, নিপানী গাখীৰ যোগানৰ ব্যৱস্থা, ধল-বিপ্লৱত বিয়ে বায়তক সহায় কৰাৰ উপায় বিধান এইবোনেই প্ৰধান। চাৰ সৌৰি হেমণ্ডৰ আমোলতে “চাইমন কমিটীয়ে খিলঙলৈ আহি অসমৰ কাউন্সিল নিৰ্বাচন সমষ্টিৰ স্বাৰ্থ- সত্ত-যোগ্যতাধি ( Feanchise) বিষয়ক তথ্য আহৰণ কৰি নিয়েছি। | চাৰ মাইকেল কী:- ১৯৩২ চনৰ জুলাই মাহত চাৰ মাইকেল কী অসমৰ গৱৰ্ণৰ হৈ আহে। তেওঁ এখন বৰ মিষ্টভাষী ৰাইজৰক শাসনকৰ্তা আছিল। বৃটিচৰ পূৰ্ববৰ্তী বজাৰ গতি আহোমৰ এতি চাৰ মাইকেলে বিশেষ অনুৰাগ দেখুৱাই- ছিল (১)। ভালেমান ৰাজহুৱা আৰু ৰাজকীয় সাঠানৰ সংসৰ্গত তেওঁ সুচিন্তিত | ১) “at desire and thought in an oven otunificance that you andi should not in friendly then , who were the rulinic Man is con- turice into the distant past and i, the representative o anothe rulingrede today tistory, thought; had thus created bond of similarity, ympathy and urder. andin between our r . 1 hot thin tollowfulls between the ruler of the Ps and the rulers of the Phant may las through al me unknown vioinitue of thicture" more reply by Sr Michad sune, , , , LGovernor of an, ৮ ০ na dd ti by son on o hus, General Sorkar, Ahon Association on the poon of h u how dontrace bola s Dibruah on the aio April, ie Bd. odin shohon Araboi sononion০৬ .০.১