পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত বৃটিচ, গৱৰ্ণমেণ্টৰ পাতনি ১৭ বিক, এও এগ্ৰিকাৰৰ পদত আছিল। তেওঁৰ শাসনতে ইউৰোপৰ জাৰ্মান মহাৰণ সন্ধিৱা হৈ, খ্ৰীঃ ১৯১৮ চনৰ নবেম্বৰৰপৰা স্থগিত হয়, আৰু ১৯১৯ ঐটাৰৰ ২৮ জুনত জৰ্মনিৰ লগত সৰি ৰাপিত হয়। এই শাসনত ভাৰতবৰ্ষৰ শাসনশংকাৰ। বিষয়ক তথ্য অনুসন্ধান কৰিবলৈ লৰ্ড চাউলৰোৰ সভাপতিত্বত এখন পাৰ্লেমেন্টাৰী। কমিটীয়ে ভাৰতবৰ্ষৰ ঘাই ঘাই কেন্দ্ৰবিলাকত বহি গণ্যমান্য প্ৰতিনিধিসকলৰ সাক্ষ্য গ্ৰহণ কৰিছিলহি। অসম উপত্যকাৰপৰা আহোম এচোচিয়েচনৰ জেনেৰেল চেক্ৰেটৰী ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাই আহোমৰ হৈ, শ্ৰীযুত নবীনচন্দ্ৰ বৰদলৈয়ে অসম এচোচিয়েচনৰ হৈ, আৰু ৰজাৰাহাদুৰ প্ৰভাতচন্দ্ৰ বৰুৱাই জমিদাৰৰ হৈ কলিকতাত সাক্ষ্য দিছিলগৈ। তাৰ পাচত, শাসন-সংস্কাৰৰ প্ৰস্তাৱাদি ইংলণ্ডত পাৰ্নিয়ামেণ্ট ৰাজসভাত ‘বিল’ৰূপে আলোচিত হৈ “ইণ্ডিয়া গৱৰ্ণমেন্ট এক্ট” নামেৰে আইন গৃহীত হয়; আৰু সেই অনুসৰি এতিয়া ভাৰতবৰ্ষৰ শাসনকাৰ্য পৰিচালিত হৈছে। সেই নতুন আইন অনুযায়ী অসমৰ নতুন গৱৰ্ণমেন্ট স্থাপিত হোৱাৰ পাচত, ঐঃ ১৯২১ চনৰ ৩ জানুৱাৰীৰপৰা ৩ মাৰ্চলৈকে, চাৰ নিকলা বিট বেলসমৰ একটি গৱৰ্ণৰ হৈছিল। | অসম, ভাৰত আৰু ইংলণ্ডীয় সমসাময়িক কথা | ১৯১২ খ্ৰীষ্টাব্দৰ ১ এপ্ৰিলৰপৰা অসম প্ৰদেশত সকাউন্সিল চীফ, কমিচনাৰৰ শাসন প্ৰচলিত হয়। ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীত পো-প্ৰথম অসম কাউন্সিল গঠিত হয়। এই কাউন্সিল বৰ মানী আৰু কাজুৱা আছিল। চাৰ আচঁডেল আ এই নতুন গৱৰ্ণমেণ্টৰ প্ৰথম চীফ কমিচনাৰ। তেওঁ ভালেমান দেহিতকৰ কাৰ্য কৰি যশস্যা লাভ কৰিছিল। অনবোেল চাৰ বিচ বেল অসমৰ সদৌশেহতীয়া চীফ, কমিচনাৰ আৰু পোন-প্ৰথম গৱৰ্ণৰ। ১৯১২ খ্ৰীষ্টিয়ান চনৰপৰা ১৯২০ চনলৈকে এই ছোৱাত ভাৰতবৰ্ষৰ ঘাই শাট চাহাব গৱৰ্ণৰ জেনেৰেল লৰ্ড হাৰ্ডিঞ্জ আৰু লৰ্ড চেচফোৰ্ড আছিল। পূৰ্ববৰ্তী জনৰ আমোসত আৰম্ভ হোৱা জৰ্মান মহাৰণ পৰবৰ্ত্তীজনৰ শাসনকালত টুলটুলীয়াকৈ পৰি উঠে; সেই সংসৰ্গত গোটেই ভাৰতত তোলপাৰ লাগিছিল, আৰু ভাৰতৰ সৈন্য গৈ তাত ৰা কৰিছিল। পৃথিবীব্যাপী এই মহাৰণত ভক্ত ভাৰতীয় প্ৰজাৰ সহযোগিতাত তুষ্ট হৈ, ইংলণ্ডত বৃটিচৰাজে ভাৰতবাসীক স্বায়ত্তশাসনৰ অধিকাৰ হিৰলৈ উপচি আগবাঢ়ে; সেই অৰ্থে সেই কালৰ ভাৰত-মন্ত্ৰী মিঃ মন্টাণ্ড চাহাৰ ভাৰত পৰ্যটন কৰিবলৈ আহে। ভাৰত-মন্ত্ৰী তাৰতৰলৈ অহা সেয়ে দ্বিতীয়বাৰ। তেওঁ এত্যেক প্ৰদেশৰ প্ৰধান প্ৰধান প্ৰতিনিধি লোকৰ লগত পৰামৰ্শ কৰি উঠি, ভাৰতবাসীক বায়ত্তশাসনৰ যথোচিত এক্তিয়াৰ দিবলৈ বুলি যাই লাটচাহাৰ লৰ্ড চেমচফোৰ্ডৰে সৈতে যুগুতি কৰিছিল। পিচে, সেই এক্তিয়াৰ দান অসাৰ আৰু অসম্পূৰ্ণ বোধ কবি, ভাৰতবাশীয়ে তাত তুষ্ট নহৈ, গৱৰ্ণমেণ্টৰ লগত অসহযোগিতা বা “ন-কো-অপাৰেচন (Non-c-operation * আন্দোলনত ধৰি হলস্থূল লগায়। ইফালে ভাৰতত সেই ৰাজনৈতিক উৎপাতৰ অশান্তি চলি থাকোতেই সিফালে ইংলগত তাৰ আচল গুৰিয়াল মহাখনা ভাৰত-মন্ত্ৰী মিঃ মাগুৰ অকাল মৃত্যু ঘটে।