পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৭২
অসমৰ বুৰঞ্জী

১৭ অসমৰ বুৰী গৱামেট ইন এচাৰ এই দুটা প্ৰধান। তাৰ পাচত, “মিউনিচিপাল বিল” হাতত লোৱা হৈছিল, কিন্তু সি কাৰ্যত ফলিয়াবলৈ নৌ পাওঁতেই তেওঁৰ দিন উকলিল। আল বাহাৰৰ শাসনকালত, ১৯১৪ খ্ৰীষ্টাব্দৰ • আগষ্ট তাৰিখে, বৃটিচ-ৰাৰে অৰ্মান ৰজাৰ বিৰুদ্ধে ৰ ঘোষণা কৰে। অলপ দিনৰ পাচত সি এখন অপূৰ্ব মহাৰণত পৰিণত হয়। সেই মহাৰণত এপক্ষে জাৰ্মানি, অতীয়া, তুৰ আৰু বুলগেৰিয়া এই চাৰিখন; আন পক্ষে ফ্ৰান্স, বৃটেইন, ইটালী, বেলজিয়াম, চাৰ্ভিয়া, মন্টেনিগ্ৰো, ৰুমানিয়া, কচিয়া, জাপান, উত্তৰ-আমেৰিকা যুক্তৰাজ্য প্ৰভৃতি ২৬ খন সাম্ৰাজ্য লগ লাগিছিল। সেই মহাৰণে দুয়োপক্ষ অশেষ ধন-জন নাশ কৰি পৃথিৱীত মহাপ্ৰলয় ঘটোৱাৰ নিচিনা কৰে। সেই মহাৰণৰ সংসৰ্গতে চাৰ আৰ্চভেল লৰ সকাউন্সিল গৱৰ্ণমেণ্ট আৰু এবছৰলৈ বঢ়োৱা হয়; কিন্তু ৰণৰ সামৰণি নৌ-পৰোতেই, তাৰ তৃতীয় বছৰত, খ্ৰ: ১৯১৭ চনৰ এপ্ৰিল মাহত তেওঁ পেনত অৱসৰ লয়। চাৰ আচঁডেল আৰ্ল আমেলতে ভাৰত-শাসন- সংস্কাৰ-সংক্ৰান্ত অনুসন্ধানৰ উদ্দেতে ইংলণ্ডৰপৰা ভাৰত-মন্ত্ৰী ( Secretary of state for India) ৰাইট অনবোেল এডউইন মন্টাও চাহাব বাহাদুৰে ভাৰতবৰ্ষলৈ আহি ইয়াৰ লাগতিয়াল কেলবিলাকত শাসন-সংস্কাৰ-বিষয়ক সাক্ষ্য গ্ৰহণ কৰিছিলহি। সেই প্ৰসঙ্গতে কলিকতা কেন্দ্ৰত অসমৰ প্ৰতিনিধি ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা, মিঃ গঙ্গাগোবিশ ফুকন, ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা, মিঃ তৰুণৰাম ফুকন, শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা, ঘূত নবীনচন্দ্ৰ বৰদলৈ আৰু শ্ৰীযুত প্ৰসন্নকুমাৰ বৰুৱা এইসকলে অভিনন্দন পৰেৰে সৈতে সাক্ষ্য দিছিলগৈ। অসমৰ চীফ কমিচনাৰসকলৰ ভিতৰত চাৰ আচঁডেল আল বাহাদুৰক সৰ্বপ্ৰধান বুলিব পাৰি। কৰ্ণেল গঙল-এওঁ অসমতে বিষয়-বাৰ খাই বুঢ়া হোৱা এজন পুৰণি বৃটিচ বিষয়। সৈনিক বিভাগৰপৰা ওলাই, ঃ ১৮৮ চনত, লেফটেনেন্ট পি. আৰ. টি. গৰ্ডন শিৱসাগৰত এচিষ্টান্ট কমিচনাৰ হয়। তাৰপৰা ক্ৰমাৎ পদোন্নতি লাভ কৰি, অসম উপত্যকাৰ কেইখন জিলাতে ডেপুটী কমিচনাৰী কৰি, সদৌশেহত সেই উপত্যকাৰে কমিচনাৰ পদত নিগাজি হৈ বহে। সেই দৰেই, সৈনিক বিভাগীয় খিতাপদা ক্ৰমাৎ বাঢ়ি যোৱাত, তেওঁ কাপ্টা, মেজৰ আৰু লেফটেনেন্ট-কৰ্ণেস হয়গৈ। চাৰ আচঁডেল গাৰ্ল ছুটীত যাওঁতে, ঐঃ ১৯১৪ চনৰ ১৫ এপ্ৰিলৰপৰা ৩১ জুলাইলৈকে, লেফটেনেন্ট কৰ্ণেল গৰ্ডন বাহাদুৰ অসমৰ এটিং চীফ কমিচনাৰ হৈছিল। তেওঁ এজন সাহিত্যানুৰাগ অ্যপ্ৰিয় পুৰ আছিল। তেওঁৰ আমোসত অসমীয়া সাহিত্য আৰু অসম বুৰঞ্জীয়ে ভালকৈ এচিপ, উন্নতি লাভ কৰে। তেওঁৰ যত্নৰ ফলতে অসমীয়া অভিধান “হেমকোষ পোহৰলৈ ওলায়। কৰ্ণেল গৰ্ডনে অসমত বৃটিচৰ পূৰ্ববৰ্তী আহোম ৰাজবংশী লোক বৰ ৰা আৰু সন্মান কৰিছিল, আৰু সিবিলাকৰ উন্নতিত তেওঁ বৰ সন্তোষ পাইছিল। তেওঁ একেৰাহে বাৰ ৰছৰ কাল অসমৰ কমিচনাৰী পদত নিগা থাকি, বুঢ়া ৰয়সত সেই পদৰপৰা পেঞ্চন লৈ বিলাতলৈ যায়। চাৰ মিকচ, বিটবেল-১৯১৭ খ্ৰীষ্টাব্দৰ এপ্ৰিলৰপৰা চাৰ নিকলা, বিটুন ৰেল অসমৰ চাফ, কমিচনাৰ হয়। তাৰ আগেয়ে তেওঁ অসমৰ “ভিৰেক্টৰ গৱ লেও