পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত বৃটিছ, গৱৰ্ণমেণ্টৰ পাতনি ১৯। এনৰেৰেল। বাহাদুৰ নাম ৰা লোকালবোৰ্ত ২। নৰেবোল ৰায় বাহাদুৰ সীমোহন দাস প্ৰতিনিধি মেষৰ। ২১। এনৰেবোল খানবাহাদুৰ আৰুল মজিদ মূলশান এতিনিধি ২২। এনৰেৰোল চাৰ চৈয়দ মহম্মদ চাইল। ২৩। অনবোেল মিষ্টাৰ চি. টি. ফাৰ্বচ ২৪। অনবোেল মিঃ ভনিউ, টি. ক্যাথকাৰ্ট চাহ-বাগিচাৰ প্ৰতিনিধি মেষৰ। ২৫। অনবোেল মিঃ চি. এল. প্ৰিন্সেল অসম-কাউন্সিলৰ ন-অফিচিয়েল মেম্বৰসকলৰ বাছনি মতে অনবোেল ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱাই, ইন্ডিয়া কাউন্সিল মেম্বৰ নিৰ্বাচিত হৈ, অসম-কাউন্সিলৰ আসন এৰি দিয়াত, তেওঁৰ ঠাইত জনৰেৰোল মিঃ এ. এস. প্লেফেয়াৰ লোকালবোৰ্ডৰ মেষৰ নিৰ্বাচিত হয়। অসম গৱৰ্ণমেণ্টৰ আইন উপদেষ্টা বা লিগাল বিমামব্ৰাঞ্চাৰ মনৰেবোল মিঃ আবুল মজিদ বাৰিাৰ অসম-কাউন্সিল মেম্বৰ মনোনীত হোৱাত, অনবোেল ৰায় দুলাল দেব বাহাদুৰে তেওঁৰ আসন এৰি দিবলগীয়া হয়। আৰু, ইণ্ডিয়া কাউন্সিলৰ অসম অফিচিয়েল প্ৰতিনিধি-মেম্বৰ অনুৰেঘোল মিঃ জে. চি. আৰবথনট, চি. আই. ই. চুটীৰপৰা আহি তেওঁৰ নিগাজি বিষয়-বাব চুমা উপত্যকাৰ কমিচনাৰী পদ লোৱাত, অনবোেল মিঃ হেনিকাৰে অসম-কাউন্সিলৰ আসন তেওঁক এৰি দিবলগীয়া হয়। | অনবোেল চাৰ আছে আল বাহাদুৰৰ আমোত অসম-প্ৰদেশ-হিতক ভালেমান মহৎকাৰ্য্য সাধিত হয়। তাৰ ভিতৰত (১) অসমত আইন-কলেজ (Earle Law College) এটি স্থাপন, (২) গাঁৱলীয়া স্বাস্থ্যৰ উন্নতি-বিধান, (৩) গাঁৱত বিত খোৱাপানী যোগানৰ প্ৰশস্ত ব্যৱস্থা, (৩) অসম প্ৰদেশত যাতায়াত সুচল বঢ়োৱা, (৫) স্বায়ত্তশাসন শিক্ষা দিয়াৰ অৰ্থে গাঁৱলীয়া সমাজ সংগঠন, (৬) লোকাল চেল, গৱৰ্ণমেন্ট আইন বা অসমত বায়ত্তশাসন ক্ষমতা দিয়াৰ ব্যৱা প্ৰচাৰ, (৭) আহোম উন্নতিকল্পে সিবিলাকক বিবিধ বিষয়ত গৱৰ্ণমেণ্টৰ বিশেষ অনুগ্ৰহ দান, (৮) আগৰদিনীয়া পুখি, বুৰঞ্জী, চিত্ৰিত শিল, তামৰ ফলি আৰু খনিকৰী কাৰ্য্যৰ চিন সুৰক্ষণৰ ব্যৱস্থা, (১) অসমত শিল্প-শিক্ষাধিৰ উন্নতি বিভাৰৰ মোন, এই বিলাকেই প্ৰধান। কৈ কৰলৈ গ'লে, এইজনা চীফ কমিচনাৰ আমোলত অসমৰ উন্নতিৰ এটা এনি যুগান্তৰ ঘটে। চাৰ আৰ্চলে আল মাহৰ চুঙ যাওঁতে, ১৯১৪ চনৰ ১৫ এপ্ৰিলৰপৰা অসম উপত্যকাৰ কমিচনাৰ মনৰেৰেল লেফটেনেন্ট কৰ্ণেল পি. আৰ. টি. গৰ্জন অসমৰ একটিং চীফ কমিচনাৰ হয়। পিচে, তেওঁৰ অস্থায়ী শাসনৰ কাল পূৰ্ণ হবলৈ নৌ পাওঁতেই, ইংলণ্ডত বৃটিচৰাজে জন্মনিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলগীয়া হয়; আৰু সেই হেতুকে দুটাৰ কাল উকলিৰলৈ নৌ পাওঁতেই, চাৰিমাহৰ অন্তত, চাৰ আচঁডেল আলে আকৌ অসম শাসনৰ তাৰ লৰহি লগাত পৰে। কাৰপৰা উলটি আহি চাৰ আচঁছেলে এই দেশৰ উপকাৰৰ ৰেকেইটা মহৎ গৰু কাৰ্যত পৰিণ কৰেহি। তাৰ ভিতৰত গুৱাহাত আল-কলেজ” নামেৰে আইন-লে এতিষ্ঠা আৰু অসম শোফান সে