পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত বৃটি, গৱৰ্ণমেণ্টৰ পাতনি মহাৰাণী ভিক্টোৰীয়াৰ ৫০ বছৰীয়া শাসন উপনীয় সোণালী জুবিলি; এলগিনৰ দিনত মহাৰাণী ভিক্টোৰীয়াৰ • বছৰীয়া ৰাজত্বৰ হীৰাৱতী জুবিলি; কাৰ্জনৰ আমোলত ইংলণ্ডত ভাৰততাৰী ভিক্টোৰীয়া অগী হোৱা, সম্ৰাট সপ্তম এভোৱাৰ্ড ৰাজপাটত উঠা, গৱৰ্ণৰ জেনেৰেলৰ অসম আগমন, বাছেদনৰ উৎপাত, পূৰ্ববঙ্গ আৰু অসম দেশ গঠন আৰু তাৰ শাসন কাপে নতুনকৈ এজন লেফটেনেন্ট গৱৰ্ণৰ বা দুৱৰীয়া লাট চাহাবৰ বিষয়- বাব দা এইবোৰই ঘাই ঘটনা। লেফটেনেন্ট গৱৰ্ণৰী গৱৰ্ণমেন্ট চাৰ সেলট হেয়াৰঃ- ১৯০৬ চনৰ ১৯ আগষ্টত চাৰ ৱেমফিল্ড ফুলাৰ চাহাবে তেওঁৰ বিষয়বাব ইস্তফা দি যাবলগীয়া হোৱাত, অনৰেৰোল মিটাৰ এল, (পাচত চাৰ লেঞ্চল) হেয়াৰ চাহাব “পূৰ্ববঙ্গ আৰু অসম” প্ৰদেশৰ দুৱলীয়া গৱৰ্ণৰ হয়। তেওঁৰ শাসনকাল বঙ্গৰিভাগৰ উৎপাত-অশান্তিৰে পূৰ্ণ আছিল। তেওঁৰ আমোলত, ১৯০৮ খ্ৰীষ্টাৰৰ ফেব্ৰুৱাৰী মাহত, যোৰহাটত এখন কৃষি আৰু শিল্প প্ৰদৰ্শনী বিৰাট মেলা পতা হৈছিল। চাৰ লেঞ্চলট হেয়াৰৰ আমোত নতুন প্ৰদেশৰ ব্যৱস্থাপক সভাত মিঃ মাণিকচন্দ্ৰ বৰুৱাক মুখ্য কৰি, তিনিজন অসমীয়া আৰু এজন চাহকৰ ইংৰাজ অসমৰ প্ৰতিনিধি সভ্য নিযুক্ত হয়। তেওঁৰ দিনতে ৰঙ্গিয়াৰপৰা টংলালৈ উত্তৰপৰীয়া ৰেলওৱে লাইন বঢ়োৱা হয়, আৰু পাতুঘাটৰ উত্তৰপাৰৰ আমিনগাওঁ ষ্টেচনৰপৰা পোনাই কলিকতালৈ চমু ৰেল-বাট যুগুত হৈ উঠে। এই শাসনতে, ১৯১১ এটাৰৰ মাৰ্চ মাহত, আবৰ পৰ্বতলৈ যাওঁতে শদিয়াৰ এচিষ্টান্ট পলিটিকেল এজেন্ট মিষ্টাৰ ইউলিয়ন আৰু ডাক্তৰ গ্ৰিগ্ৰেৰচনক সদলে বৰ-আবৰে বধ কৰে; সেই বাৰে বৰ আবৰৰ বিৰুদ্ধে বৃটিচ ৰণ-যাত্ৰা কৰোৱা হয়। তেওঁৰ দিনতে ভাৰত-সম্ৰাট সপ্তম এভোৱাৰ্ড ১১১ খ্ৰীষ্টাৰত স্বৰ্গী হয়; আৰু যুৱৰাজ এ (তেতিয়াৰ প্ৰি, অৱ ওতে) পঞ্চম জজ নামেৰে গ্ৰেট ব্ৰিটেইন আৰু আয়ালণ্ডৰ ৰাজপাটত উঠি ভাৰতৰৰ আট হয়। ১৯১১ খ্ৰষ্টাব্দৰ আগষ্ট মাহত পাঁচ বছৰ পূৰ্ণ কৰি, চাৰ লেটু হেয়াৰ চাহাবে এই এদেশৰপৰা পেনত বিদায় লয়। | চাৰ চাৱাৰেণী:-১৯১১ খ্ৰীষ্টাব্দ, ২৩ আগষ্টৰপৰা চাৰ চাৰ্লচ টুৱা বেশী চাহাৰ বাহাদুৰ পূৰ্বৰ আৰু অসম” এদেশৰ দুৱলীয়া লাট (লেফটেনেন্ট, গৱৰ্ণৰ) হৈ আছে। এখেত অসমৰ আগৰ চীফ কমিচনাৰ চাৰ এচ. চি বেণী চাহাৰ বাহাদুৰৰ ভতিজা। চাৰ চাৰ্লচ ৰেলী ইয়াৰ আগেয়েও, ১৯০৮ ষ্টাৰত তিনিমাহৰ নিমিত্তে এই দেশৰ একটিং দুলীয়া লাট হৈছিলহি। সেই অলপ সময়ৰ ভিতৰতে তেখেতে কেইটা গতিয়াল কহিতকৰ কাৰ্য সাধন কৰে; তাৰ ভিতৰত মীয়া ভাষা আৰু সাহিত্যৰ উকিতে তেখেতে যি কৰিলে, দি অসমীয়া জাতীয় স্মৃতিফলিত পতে মিলিকি থাকি।