পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰেহি। এই জনা চীফ কমিচনাৰৰ শাসনৰ কালতে ঃ ১৯০২ চনৰ ২৬ জুন তাৰিখে ইংলণ্ডত আৰু ভাৰতবৰ্ষৰ নানা দেশত ভাৰত-সম্ৰাট মহাৰজা সপ্তম এভোৱাৰ্ডৰ ৰা- ভিষেক-উৎসৰ পতা হয়। গাওঁবুঢ়াক বঁটা দান, মৌজাদাৰী প্ৰথা পুনঃ প্ৰচলন, শিক্ষা- বিগৰ উয়ত নতুন নিয়ম, অসমীয়া সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ বি, এ, পৰীক্ষালৈকে প্ৰচলন, মাটিৰ কুৰিবছৰীয়া বৰষ্ঠী, চকাৰী পদত অসমীয়াৰ আগবাছনি গান, দুখীয়া আহোম ছাত্ৰক বিনা-মাচুলে গৱৰ্ণমেন্ট ফুল-পঢ়াশালি আৰু কলেজত পঢ়িবলৈ চত্ৰ ন প্ৰভৃতি ভালেমান এলাহিতকৰ কাৰ্য তেওঁৰ আমোলত সম্পাদিত হয় (১)। তেওঁৰ শাসনতে : ১৯৩৫ চনৰ ১৬ অক্টোবৰ তাৰিখে, বঙ্গদেশৰপৰা চট্টগ্ৰাম, ঢাকা, ময়মনচিং, চাহী, দিনাজপুৰ, মালদহ, জলপাইগুৰি, প্ৰভৃতি বিভাগ আৰু কেইখনমান বিলা অসমত লগ লগাই, “পূৰ্ব আৰু অসম” নামেৰে নতুন প্ৰদেশ সৃষ্টি কৰি, এজন দুৰণীয়া লাট বা লেফটেনেন্ট গৱৰ্ণৰৰ শাসনত ৰখা হয়। আক, চাৰ বেফিল্ডফুলাৰ চাহাৰেই সেই নতুন এদেশৰ প্ৰথম দুৱলীয়া লাট। স, গত আৰু লও সমসাময়িক কথা:কৰ্ণেল কিটিং অসমৰ পোন প্ৰথম চীফ কমিচনাৰ। চাৰ বেফি, ফুলাৰ এই ছোৱা শাসনৰ সদৌশেহতীয়া চীফ কমিচনাৰ। ১৮৯৭ টা ১২ জুনত এটা বৰ ডাঙ্গৰ ভূইপৰ উৎপাত হৈছিল। ঐঃ ১৮৯০ চনত মণিপুৰত এটা ভয়ানক বিদ্ৰোহ হয়। সেই বিদ্ৰোহ কমাবলৈ যাওঁতে চীফ কমিচনাৰ মিঃ কুইন্টন কটা যায়। ১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জন অসম পৰ্যটনলৈ আহিছিল। ১৯০০ খ্ৰীষ্টাব্দত, ইংলণ্ডত, ভাৰতবৰ্ষৰ সম্ৰাজ্ঞী ইংলণ্ডৰ পটোৰী মহাৰাণী ভিক্টোৰীয়া বগী হয়। মহাৰাণ ভিক্টোৰীয়াই তিনি কুৰি বছৰ ৰাজপাট খাইছিল। মহাৰাণী ভিক্টোৰীয়াৰ সমান প্ৰখ্যাতী আৰু পূজনীয়া পটেশ্বৰী পৃথিবীত আজিলৈকে আন কোনো হোৱা নাই। হোজা অশিক্ষিত গাঁৱলীয়া ভাৰতীয় প্ৰজাই আজিকোপাতি “মহাৰাণী দোহাই দি শান্তি আহ্বান কৰে। ঐঃ ১৯•• চন আৰণতে মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়া বগী হোৱাত, তেওঁৰ বৰপুতেক যুৰ প্ৰিল অৱ ওৱেলচে সপ্তম এভোৰ্ড নাম লৈ, বৃটিচ ৰাজসিংহাসনত বহি, ভাৰত-সম্ৰাট হয়। তেওঁ অতি শান্তিপ্ৰিয় ৰা আছিল; সেই আপাহতে সম্ৰাট সপ্তম এভোৱাৰ্ড পৃথিৰীত “শান্তি ৰক্ষক আখ্যাৰে প্ৰখ্যাত আছিল। | অসমত এইছোৱা চীফ কমিচনাৰী শাসনৰ কালত ভাৰতবৰত লৰ্ড নৰ্থক, লৰ্ড লিটন, লৰ্ড বিপন, শৰ্ড ভৰিণ, লৰ্ড লেভাউন, লৰ্ড এলগিন (২) আৰু লৰ্ড কান এই কেইজন গৱৰ্ণৰ-জেনেৰেল তাইৰয় হয়। সেই কালত, লৰ্ড লিটন আমোসত, মহাৰাণী ভিক্টোৰীয়াই আত সম্ৰাজ্ঞী ৰা ভাৰতেশ্বৰী খিতাপ লোলঞ্জ বিপনৰ দ্বাৰাই জাতৰত ৰায়শাসনৰ আৰ্হি মিউনিটিপাশিল স্থাপন; তফৰিণৰ দিনত। | (১ চাৰ মেৰি ফুলাৰৰ চীফ কমিচনাৰী আদালতে, চকাৰী মিমতে, এই লেখকক চুপাৰি- টেন্টে পাতি তেওঁৰ আৱধানত চাৰিৰ অসমীয়া শিকল আৰু লাগপুৰলৈ পলাইনে মত শিক্ষাত লৈগত ৰাই অনোনা হয়। সেই হেমতে এই লেখকই দামেৰে ব্যায়ামগুৰি এখন দিগনেটে প্ৰচাৰ কৰে। এসমত কোন শিক্ষামন এৰভিৰি।