পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমত বৃটি, গৱৰ্ণমেণ্টৰ পাতনি হােৱাত, ভাৰত গৱৰ্ণমেন্টে পুনৰ সুবিচাৰ কৰি তাতকৈ অলপ কমাই এটা নিয়মীয়া নিৰিখ ধার্য কৰি দিয়ে। চাৰ চার্লচ, চে, লায়েল-চাৰ উইলিয়াম ওৱা দুটীত যাওঁতে, ১৮৯০ জালৰ ১৭ জুলাইৰপৰা ৪ অক্টোবৰলৈকে, চাৰ চালচ, হেমচ, লায়েল একটিং চীফ কমিচনাৰ হৈছিল। তেওঁ এজন বুৰঞ্জী পিপাসু শাসনকর্তা আছিল (১)। | মিষ্টাৰ এইচ. জে. কটন চাৰ উইলিয়াম ওয়ার্ড চাহাবে পেচ লৈ কামৰপৰা মেলানি লােৱাত, ১৮৯৬ এটাৰৰ নবেম্বৰ মাহত, অনবোেল মিটাৰ এইচ. জে কটন (পাচত চাৰ হেৰি কটন) অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁৰ আমােলত, ঐ: ১৮৯৭ চনৰ ১২ জুনত, এটা অতি ভয় ভূমিকম্প অসমৰ ৰাষানী খিলং আৰু আন আন নগৰ উছনায় কৰে। ১৮৯৮ টাত লুচাই পাহাৰৰ উত্তৰ আৰু দক্ষিণ ভাগ একেলগ কৰি, অসমৰ চীফ-কমিচনাৰ অধীনত ৰখা হয়। তেওঁৰ দিনতে ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল বা বাই লাট লর্ড কান চাহাৰ বাহাদুৰে ১৮৯৯ টাত গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত পদার্পণ কৰেহি। লর্ড কার্জনে অসমৰ অতি উজনি ভাগ মাৰ্ঘেৰীত, লিডু প্রভৃতি ঠাইলৈকে পর্যটন কৰে। তেওঁ ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটীত অসমৰ এজাৰপৰা অভিনন্দন পত্র গ্রহণ কৰিছিল। গুৱাহাটীত অসমৰ সকলাে জিলাৰ মূৰিয়াল মানুহৰে সৈতে গঠিত এখন বিৰাট দৰবাৰ বহিছিল; তাত প্ৰজাসকলৰ ফালৰপৰা ঘাই লাট বাহাদুৰক সন্মান কৰি এখনি অভিনন্দন-পত্ৰ দিয়া হৈছিল। চাৰ হেৰি কটন চীফ-কমিচনাৰ যত্নতে গুৱাহাটীত পুনঃ দ্বিতীয় শ্ৰেণীৰ কলেজ এটা আৰু ডিব্ৰুগড়ত ‘বেৰি-হােৱাইট-মেছিলে স্কুল স্থাপিত হয়। কটন বাহাদুৰে উনৈছ আৰু কুৰি দুটা শতাব্দীৰ ভাৰত-সম্রাজ্ঞী মহাৰাণী ভিক্টোৰিয়া ১৯•• ষ্টাফত বগী হােৱাত, তেওঁৰ বৰপুত্র সপ্তম এভােৱার্ড ইংলণ্ডৰ মহাৰজা আৰু ভাৰতবৰ্ষৰ সম্রাট হয়। চাৰ হেৰি কটন, পেচনত যােৱাৰ দুৰছৰৰ পাচত, ঃ ১৯০৪ চনৰ ডিচেম্বৰ মাহত, ভাৰত-কংগ্ৰেছ মহাসভাৰ সভাপতি হৈ অহাৰ চেগতে, তেওঁ আকৌ এবাৰ অসম চৰলৈ আহিছিল। তেওঁৰ প্ৰদাৰকতাৰ টি এ সমীয়া ৰাইজে গুৱাহাটীৰ কার্জন হল’ত মাল পাথৰৰ কটন এতিমূর্তি এটা : ১৯০৫ চনৰ এপ্রিল মাহত প্রতিষ্ঠা কৰে। তেওঁৰ সর্বোচ্চ কীতি কটন কলেজ অসমত অণি জিলিকি আছে। | চাৰ নেকিলাৰ:-১৯ এটাৰৰ এপ্রিল মাহত কটন চাহাবে কী কামৰপৰা এনীয়াকৈ মেলানি লােৱাৰ অভিপ্রায়ে টা লৈ যােৱাত, এনৰেৰােল মিষ্টাৰ

েবি. (পাচত চাৰ বেফিল্ড) ফুলাৰ চাহাৰে অসমৰ চীফ কমিচনাৰী শাসনভাৰ গ্ৰহণ

(১) চাৰ এৱাৰ্ড সেই অসম বুৰী" পাক লাগি চাৰ চার্লচ লায়েলৰ প্রেৰণাৰে ফল। বেলে- in 18, sir Charlon byall, c. s. i, who was then officiating a chief Commi. sion of Mon, pointed out that the time bad come for sustained and systembe wace Neth prog of deatruction of such ashonico manuaript sri survive , b 4 , f rew up them for the p oeution o horipal ৪ in a province"Introduction to "Eitor of Age," by Mr. ১. . ১an 08 to heornment of Mam,