পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত বৃটি, গৱৰ্ণমেণ্টৰ পাতনি হোৱাত, ভাৰত গৱৰ্ণমেন্টে পুনৰ সুবিচাৰ কৰি তাতকৈ অলপ কমাই এটা নিয়মীয়া নিৰিখ ধাৰ্য কৰি দিয়ে। চাৰ চাৰ্লচ, চে, লায়েল-চাৰ উইলিয়াম ওৱা দুটীত যাওঁতে, ১৮৯০ জালৰ ১৭ জুলাইৰপৰা ৪ অক্টোবৰলৈকে, চাৰ চালচ, হেমচ, লায়েল একটিং চীফ কমিচনাৰ হৈছিল। তেওঁ এজন বুৰঞ্জী পিপাসু শাসনকৰ্তা আছিল (১)। | মিষ্টাৰ এইচ. জে. কটন চাৰ উইলিয়াম ওয়াৰ্ড চাহাবে পেচ লৈ কামৰপৰা মেলানি লোৱাত, ১৮৯৬ এটাৰৰ নবেম্বৰ মাহত, অনবোেল মিটাৰ এইচ. জে কটন (পাচত চাৰ হেৰি কটন) অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁৰ আমোলত, ঐ: ১৮৯৭ চনৰ ১২ জুনত, এটা অতি ভয় ভূমিকম্প অসমৰ ৰাষানী খিলং আৰু আন আন নগৰ উছনায় কৰে। ১৮৯৮ টাত লুচাই পাহাৰৰ উত্তৰ আৰু দক্ষিণ ভাগ একেলগ কৰি, অসমৰ চীফ-কমিচনাৰ অধীনত ৰখা হয়। তেওঁৰ দিনতে ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল বা বাই লাট লৰ্ড কান চাহাৰ বাহাদুৰে ১৮৯৯ টাত গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত পদাৰ্পণ কৰেহি। লৰ্ড কাৰ্জনে অসমৰ অতি উজনি ভাগ মাৰ্ঘেৰীত, লিডু প্ৰভৃতি ঠাইলৈকে পৰ্যটন কৰে। তেওঁ ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটীত অসমৰ এজাৰপৰা অভিনন্দন পত্ৰ গ্ৰহণ কৰিছিল। গুৱাহাটীত অসমৰ সকলো জিলাৰ মূৰিয়াল মানুহৰে সৈতে গঠিত এখন বিৰাট দৰবাৰ বহিছিল; তাত প্ৰজাসকলৰ ফালৰপৰা ঘাই লাট বাহাদুৰক সন্মান কৰি এখনি অভিনন্দন-পত্ৰ দিয়া হৈছিল। চাৰ হেৰি কটন চীফ-কমিচনাৰ যত্নতে গুৱাহাটীত পুনঃ দ্বিতীয় শ্ৰেণীৰ কলেজ এটা আৰু ডিব্ৰুগড়ত ‘বেৰি-হোৱাইট-মেছিলে স্কুল স্থাপিত হয়। কটন বাহাদুৰে উনৈছ আৰু কুৰি দুটা শতাব্দীৰ ভাৰত-সম্ৰাজ্ঞী মহাৰাণী ভিক্টোৰিয়া ১৯•• ষ্টাফত বগী হোৱাত, তেওঁৰ বৰপুত্ৰ সপ্তম এভোৱাৰ্ড ইংলণ্ডৰ মহাৰজা আৰু ভাৰতবৰ্ষৰ সম্ৰাট হয়। চাৰ হেৰি কটন, পেচনত যোৱাৰ দুৰছৰৰ পাচত, ঃ ১৯০৪ চনৰ ডিচেম্বৰ মাহত, ভাৰত-কংগ্ৰেছ মহাসভাৰ সভাপতি হৈ অহাৰ চেগতে, তেওঁ আকৌ এবাৰ অসম চৰলৈ আহিছিল। তেওঁৰ প্ৰদাৰকতাৰ টি এ সমীয়া ৰাইজে গুৱাহাটীৰ কাৰ্জন হল’ত মাল পাথৰৰ কটন এতিমূৰ্তি এটা : ১৯০৫ চনৰ এপ্ৰিল মাহত প্ৰতিষ্ঠা কৰে। তেওঁৰ সৰ্বোচ্চ কীতি কটন কলেজ অসমত অণি জিলিকি আছে। | চাৰ নেকিলাৰ:-১৯ এটাৰৰ এপ্ৰিল মাহত কটন চাহাবে কী কামৰপৰা এনীয়াকৈ মেলানি লোৱাৰ অভিপ্ৰায়ে টা লৈ যোৱাত, এনৰেৰোল মিষ্টাৰ

েবি. (পাচত চাৰ বেফিল্ড) ফুলাৰ চাহাৰে অসমৰ চীফ কমিচনাৰী শাসনভাৰ গ্ৰহণ

(১) চাৰ এৱাৰ্ড সেই অসম বুৰী" পাক লাগি চাৰ চাৰ্লচ লায়েলৰ প্ৰেৰণাৰে ফল। বেলে- in 18, sir Charlon byall, c. s. i, who was then officiating a chief Commi. sion of Mon, pointed out that the time bad come for sustained and systembe wace Neth prog of deatruction of such ashonico manuaript sri survive , b 4 , f rew up them for the p oeution o horipal ৪ in a province"Introduction to "Eitor of Age," by Mr. ১. . ১an 08 to heornment of Mam,