পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| মিটাৰ ভি. কিটপেট্ৰিক—চাৰ চাৰ্লচ ইলিয়ট চাহাব বাহাদুৰৰ পাচত, মিষ্টাৰ ডি. ফিটপেট্ৰিক ঃ ১৮৭ চনত অসমৰ নিগাজি চীফ কমিচনাৰ হয়। তেওঁ এজন বৰ মনৰ অতি মৰমিয়াৰ শাসনকৰ্তা আছিল। কিন্তু, তেওঁৰ শাসনৰ কাল পূৰ্ণ হ’বলৈ নৌ পাওঁতেই, ঐ ১৮৮৯ চনৰ জুলাই মাহত, তেওঁ অসম এৰি যায়। তেওঁৰ যিনতে উত্তৰ-চাই ৰাধানী আইজলত বৃটিচ পলিটিকেল এজেন্ট এজন নিগাজিকৈ ৰাখিবলৈ নিয়ম কৰা হয়। | মিষ্টাৰ ওয়েষ্টলেণ্ড-মিষ্টাৰ ফিজপেট্ৰিক চাহাৰ হঠাৎ অসমৰপৰা যাব লগীয়া হোৱাত, তেওঁৰ ঠাইত মিষ্টাৰ জে, ওৱেষ্টলেণ্ড চাহাৰ, ১৮৮৯ খ্ৰীষ্টাব্দত জুলাই মাহৰপৰা অক্টোবৰলৈকে গহি , অসমত এটিং বা স্থায়ী চীফ-কমিচনাৰ হৈছিলহি। | অমৰেৰোগ মিষ্টাৰ জে. ডি. কুইষ্ট:-: ১৮৮৯ চনৰ অক্টোবৰ মাহত অনবোেল মিষ্টাৰ জে. ডি কুইন্টন চাহাৰে অসমৰ চীফ কমিচনাৰী বিষয়-ৰাৰ গ্ৰহণ কৰেহি। তেওঁৰ শাসনৰ কালত আও নগাৰ ৰাজ্য বৃটিচ দখলৰ ভিতৰ কৰা হয়। তাৰ পাচত, মণিপুৰত, ঐ ১৮৯০ চনত, এটা ভয়ানক বিহে উপস্থিত হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই মণিপুৰত তেওঁক আৰু পলিটিকেল এজেন্ট মিঃ গ্ৰীউদ এমূখ্যে পাঁচজন ইউৰোপীয় বৃটিচ বিষয়াক মণিপুৰীয়াবিলাকে ছলেৰে বধ কৰে। সেই পৰাধৰ বাবে মণিপুৰৰ ৰজাৰ মন্ত্ৰী ভায়েক কুলচন্দ্ৰক ‘কলিয়াপানীলৈ মেলা’ হয়, আৰু যাই সেনাপতি যুৱৰাজ বিকেন্দ্ৰজিত (১) আৰু প্ৰধান সেনাপতি টাল জেনেৰেলৰ ফাচি হয়। সেই সময়ৰ ৰা সুৰচচিঙ্গক দেশান্তৰিত কৰি, ৰাজবংশৰ চূড়াচত্ৰচিং নামেৰে নাবালক এজনক পতা হয়। তেতিয়াৰপৰা মণিপুৰ ৰাজ্য অসমৰ চীফ কমিচনাৰৰ পোনহতীয়া ভাৱধানত শাসন কৰা হৈছে। জেনেৰেল চাৰ এইচ. কলে:-অনবোেল মিষ্টাৰ কুইন্ট চাহাবৰ অপমৃত্যু হোৱাত, জেনেৰেল চাৰ এইচ, কলেট চাহাব এমাহমানলৈ অসমৰ একটিং চীফ-কমিচনাৰ হৈছিলহি। কলেটু চাহাব পায়হিমানে, মাজতে কেইদিনমানৰ নিমিত্তে, মিঃ এ. টি. কেলে চাহাৰে চীফ-কমিচনাৰ অফিচৰ চাৰ্জ লৈছিলগৈ। চাৰ উইলিয়াম ওয়াৰ্ড-মিঃ কুইন্টন চাহাবৰ ঠাইত মিষ্টাৰ ভলিউ.ই ওৱাৰ্ড (পাত চাৰ উইলিয়াম ওয়াৰ্ড), জীঃ ১৮৯১ চনৰ মে’ মাহত, নিগাজিকৈ অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁ ইয়াৰ ৰছৰচাৰেকৰ আগেয়ে অসমৰ পুত্ৰ উপত্যকাখণ্ডত এ কমিচনাৰ নাছিল। তেওঁৰ শাসনৰ কালত অসমৰ মাটিৰ শ্ৰেণী বিভাগ কৰি প্ৰায় দু পৰিমাণে ৰাজহৰ নিৰিখ বঢ়াৰলৈ প্ৰস্তাৱ কৰা হৈছিল। সেই ৰাৰে অসমৰ প্ৰত্যেক জিলা আৰু মহুকুমাত ৰায়তে ৰ-আপত্তিৰ শত পাতি হলমূল লগাই দিছিল। ৰং জিলাৰ অৰ্গত পাথৰিঘাট তহচীনৰ ৰায়তৰিলাকে এটা সৰুৱা বিদ্ৰোহ ৰে ঘটনা ঘটাই, কিছুমানে ৰাজকীয় শান্তিক এক গুলী খাই সে এৰিৰ লগন্না | হৈছিল। পিছে, সেই একাৰিত নিৰিখ দুয়া অসমীয়া এলাৰ পৰুে ৰৰ সহনীয় যেন | (১) মণিপুৰ খুৰা যিকেৰিত এজন ভীমৰা পুৰুৰ আছিল। যে বিল গেণীয় বৰ ভাৰত ভিী মালি।