এত গিয়ে পানি ১ আৰ চিপাহী-বিদ্ৰোহ এইবোৰ ইটনাৰ ভিতৰত আটাইতকৈ নাই; এই বিলোহ পো-এনে ৰাৰ্যাৱৰ উত্তৰ-পছিম এল কানপুৰ জিলাত উঠে, তাৰপৰা সি গোটেই গতৰত বিয়পি পৰে। আৰ্যাৱৰ্তত নানাচাহাৰ আৰু মাজ-ভাৰতত টাটিয়াটো নামেৰে দুজন এই বিদ্ৰোহ নায়ক ছিল,টাটিক ধৰি ফাটি দিয়া গ'ল, নানাহাৰ পলাই নিৰুদ্দেশ হ’ল। এই যুগৰ সততাপৰি বাইক হৈছে “মহাৰাৰ ঘোষণা পত্ৰ; ১৮। চনৰ চিপাহী বিদ্ৰোহৰ পাচত, ১৮৫৮ খ্ৰীষ্টাব্দত, “ই-ইণ্ডিয়া কোম্পানী হাতৰপৰা ভাৰত-সাম্ৰাজ্য চলি লৈ, ভাৰতীয় প্ৰজাৰ ধৰ্ম্ম-বিশ্বসত আয়াত নলগাবলৈ আৰু ভাৰতৰ ৰাজকোৱসকলক ভাজি বৃটিচৰাজ্য নবঢ়াবলৈ বুলি মহাৰাণী ভাৰতেৰী ভিক্টোৰিয়াই ইংলণ্ডৰপৰা এই ঘোষণাপত্ৰেৰে এতিতি দিয়ে। | চীফ কমিচনাৰী গৱৰ্ণমেন্ট কৰ্ণেল কিটিং-এৱেই অসমৰ পোৰ চীফ-কমিচনাৰ। কৰ্ণেল হপকিন চাহাৰে পেচন লৈ কামৰপৰা মেলানি লোৱাত, ১৮৭৪ চনত, সমশে বঙ্গদেশৰপৰা বেলেগ কৰি, এজন সুকীয়া চীফ কমিচনাৰৰ শাসনৰ তলত ৰখা হয়; আৰু সেই চনতে কৰ্ণেল কিটিং চাহাবৰ শাসনৰ কালতে বঙ্গদেশৰপৰা কাছাৰ আৰু ছিলট এই দুখন জিলা ছিদি আনি অসমত চামিল কৰি, এই এদেশৰ সীমা আগতকৈ ভালেমান গুণে বঢ়োৱা হয়। আৰু ১৮৭৫ খ্ৰীষ্টাব্দত, লঠা নাক বশ কৰি, উখা পৰ্বতত এজন বৃটিচ, কৰ্মচাৰী নিগাজিকৈ ৰখাৰ নিয়ম কৰা হয়। বছৰ দহেকমানৰ পাচত, মকচাং পৰ্বতত মহকুমা পতাত, উধা তাৰ লগত চামিল হয়। | চাৰ এচ চি. বেণী-কৰ্ণেল কিটিং চাহাবে অসমৰপৰা বিদায় লোত, এ ১৮৭৮ চনৰ ডিচেম্বৰ মাহত চাৰ এচ. টি. বেলী অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁৰ আমোণত, ১৮৭৯ খ্ৰীষ্টাৰত, নগাপৰ্বত ধনমা নগা-লাগে, আৰু সেই ৰণত বৃটিচৰ জয় হয়। চাৰ বেলী এজন বহাশী শাসনকৰ্তা আছিল, আৰু অসমৰ উন্নতিৰ ৰে তেওঁ ভালেমান পুৰুষাৰ্থ কৰিছিল। | মিষ্টাৰ চি. ইলিয়ট-চাৰ এচ. চি. বেলী চাহাৰৰ পাচত, মিষ্টাৰ (পাত চাৰ চালচ) ইলিয়ট চাহাৰ আহাৰ ক ১৮১ চনৰপৰা কাৰৰ টীফ-কমিচনাৰ হয়ছি। তেওঁ এজন অতি মৰমিয়াল আৰু বিদ্যোৎসাহী শাসনকৰ্তা আছিল। তেওঁৰ শাসন কামত অসমত শিক্ষাৰ বিষৰ উন্নতি হয়। এৱেশিকা বা এন্টা মহলাত উত্তীৰ্ণ হৈ অসমীয়া ছাতৰে কলিকতাৰ কলেজত পঢ়িবলৈ মাহে ২০ টকাকৈ বি এলপানীৰ বৃত্তি জোগ কৰিবলৈ পাইছিল, সেইটি উদাৰচেতা ইলিয়ট বাহাদুৰৰে অনুগ্ৰহৰ ফল। | মিষ্টাৰ ভৰিত ৰাঙ-মিষ্টাৰ ইলিয়ট চাত যাওঁতে, ১৮৮০ টাকা। ৭ ই। অক্টোবৰলৈকে তিনিমাহ, আৰু চাৰ চালচ ইলিয়টে অসমৰ চীফ কৰিৰ পৰা বৰ দুৱলীয়া গৱৰ্ণৰৰ গলৈ পলোয়তি লোৱাত, ১৮৮৫ লৰ ২৬ ফেবীণ ১ চনৰ ৩১ অবোৰলৈকে দুবছৰ কাঠমাহ মিঃ ও চাহৰ এম এটিং চীফ কমিচনাৰ হৈছিল।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৯
অৱয়ব