চাহাৰৰ দিনৰপৰা অসমত ৰাহৰ নিৰিখ চৰিবলৈ আৰম্ভ হয়। তেওঁৰ শাসনৰ কালতে, ১৮৭১ চনৰপৰ, অসম আৰু বঙ্গদেশৰ গৰাকী, দুৱলীয়া নাট চাৰ অল ফেলে চাৰ ৰাহুৰে অসমৰ পঢ়াশালি আৰু আদালভৰপৰা ভাষা চাই, তাৰ ঠাইত আকৌ অসমীয়া ভাষা চলাবলৈ নিয়ম কৰে। সেই বাবে অসমীয়া শিক্ষিত সমাজত তেওঁৰ নামৰ বিশেষ খ্যাতি আছে। অসম, ভাৰত আৰু ইংলণ্ডৰ সমসাময়িক কথা আদিতে এসম দেশত বৃটিছ গৱৰ্ণমেন্ট “ই-ইণ্ডিয়া কোম্পানীৰ তলে চলিছিল। সেই কাৰণে, তেতিয়া অসমত বৃটিচৰ শাসনকালটোক কোম্পানীৰ দিন বোলা হৈছিল। যটিকে শোনতে নামনি অসম খণ্ডহে নিৰ খাচ, দখললৈ নিছিল। উনি অসমৰ নিচেই উনিভাগ মটক আৰু খামতিক ভগাই দিয়া হৈছিল; তাৰ নামনি ভাগ আহোম বৰ্গকে এৰি দিয়া হৈছিল। পিচে, জেনেৰেল জেকিৰ আমোলত সেই আটাই- বিলাক ৰাজ্য বৃষ্টিচৰ খাচ, দখললৈ নিয়া হ’ল১৮৫৭ খ্ৰীষ্টাব্দত ভাৰতৰত যি ভয়ানক চিপাহী বিদ্ৰোহ হয়, সেই আলমতে সমতো এটা বিস্ৰোহ ঘটিবলৈ ধৰিছিল। পিছে, মণিৰাম দেৱানক তাৰ মূল ভাবি, চোৰ ওপৰত, ফঁচি দিয়াত, বিদ্ৰোহীৰিলাকে ভয় পাই মিটাৰ মাৰিলে। তাৰপৰা তিনিবছৰৰ পাচত, ১৮৬০ খ্ৰীষ্টাৰত, অসমত চলি থকা আখেতি ৰহিত হয়। তেতিয়াৰপৰা প্ৰজাই এই খেতি কৰিব নোৱাৰা হ'ল। আৰু তেতিয়াৰপৰা এই খেতি বৃটি, গৱৰ্ণমেণ্টৰ এটা অৰ্জনৰ কাৰবাৰ হ'ল। ইয়াৰপৰা গৱৰ্ণমেণ্টৰ বিতৰ লাভ হয়। “মণিৰাম দেৱানৰ ফাচি” আৰু “আখেতি ৰহিত” এই হুটা অসমত এধান ঘটনা। গা মানুহে এই দুটা ঘটনাৰ কালশক আৰু চনৰ আৰম্ভণৰ নিচিনাকৈ লেখত ধৰে। অসমত বৃটিচ, শাসনৰ এই ছোৱাত (জঃ ১৮২৫-৭২) শঙ আহাই, লৰ্ড বেন্টিঙ্ক, লৰ্ড অকলেণ্ড, লৰ্ড এলেন, লৰ্ড হাৰ্ভি (১ম), লৰ্ড ডালহৌচি, লৰ্ড কেনিং, লৰ্ড এলপিন, লৰ্ড লৰেন্স, লৰ্ড মেয়ো এই কেইন ভাৰতৰৰ গৱৰ্ণৰ জেনেৰেল আছিল। লৰ্ড কেনি মোলৰপৰা গৱৰ্ণৰ জেনেৰেল পাৰীৰ লগত ‘আইচ বিণ লগোৱৰ নিয়ম প্ৰচলিত হয়। লৰ্ড মহাৰ দিনত ব্ৰহ্ম-মুৰ ফলত বৃটিশ এ, আৰাকান, টেনাচৰি আৰু টেয় এই কেইখন দেশ না; বেটি দিনত ঠগ মন; অকলে নিত আফগান-যু; এলেনৰবাৰ শাসনত গোলিয়-যু; হাত আমোত চীখ-যুত; ভালহৌচিৰ আমোলত অযোধ্যা, ৰে, চেতা, নাগপুৰ, খালি এৰোৰ অঞ্চল বৃটি, সাজ্যত চামিল, আৰু কহিনুৰ মস্তকণি’ ভাৰতৰপৰা ইংলণ্ডলৈ পাৰ কৰা; লৰ্ড কেনিৰ আমোসত তাৰকুৰি চিপাহী বিদ্ৰোহ, “ইইণ্ডিয়া কোম্পানীৰ হাতৰণৰা ভাৰমান্য বৃটিচ ৰাৰ হাতলৈ নিয়া, মহাৰাণী ভিক্টোৰিয়া গোপনে নিও টোন মেমোৰ শাসনত ‘কলিয়াপানী বা আমাৰ পৰিন কৰিবলৈ যাওতে চেৰ আলি নামেৰে এটা মেয়ে কে বু বিটাৰীৰে খুটি ৰং কৰা; এইৰৰেই এই যুগত ভাৰত বুৰঞ্জীৰ যাই ঘটনা।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৮
অৱয়ব