পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অত বৃষ্টি, গৰম পানি খিণিত কৰা হয়। ১৮০০ খ্ৰীষ্টান্ত, নকুলৰাম বৰ্মণ নানা নামেৰেই পুতেকক কছাৰী ৰা ভগাই দিয়াৰ পাচত, তুলাৰাম সেনাপতিৰ পৰলোক হয়। পিছে, শোপতি লোকাৰৰ পাচত, তেওঁৰ দুই পুতেকৰ ভিতৰত কল লাগি ৰাত শান্তি বাঢ়িবলৈ ধৰাৰ চেগতে কৰ্ণেল জেনকিকে, ১৮৫ টাত কছাৰী ৰাৰ তুলা সেনাপতিৰ অংশও বৃটিচৰ খাচ, দখলৰ ভিতৰ কৰি, উত্তৰ কাছাৰৰ লগত চামিল কৰে; আৰু সেনাপতিৰ উত্তৰাধিকাৰীক ভাৰ জৰিকাৰ পতা হয়। এই নেই, কৰ্ণেল দেন কি আমোলত গোটই অসম দেশ বৃটিচ, গৱৰ্ণমেণ্ট খাচ, দখলত ভুক্ত হয়। মণিৰাম দেৱানৰ চি (১)-অসমত বৃষ্টিচ গৱৰ্ণমেণ্টৰ আদিছোৱাত মণিৰাম দত্ত বৰুৱা চাৰিং ৰজাৰ দেৱান আছিল। চাৰিং ৰা নাৰালৰ গতিকে, মণিৰাম দেৱানেই তেওঁৰ ৰাজ্যখণ্ড বা জমিদাৰীৰ অধ্যক্ষ কাম নাইছিল। পিচে, ১৮৫৭ ঠাৰ শেহ ছোৱাত, ডিব্ৰুগড়ত থকা বৃটিচ, ৰেজিমেন্টৰ টিপাহৰিলাকে চাহাৰাৰ কি বাতৰি এটা পাই হঠাৎ কি উঠিল, আৰু তলে তলে সিহঁতে চাৰিং ৰাৰ লগত যোগ হৈ বিদ্ৰোহ ঘটাবলৈ যড়যন্ত্ৰ কৰিলে। সেই সময়ত মণিৰাম দেৱান কলিকতাত নাছিল। সেই হেগতে, চিলাহীৰ বড় নাত হোৱাত, ইফালে চাৰিং ৰক বন্দী কৰি, সিফালে মণিৰাম দেৱানক ৰী কৰোৱা হয়। থানালাত, গৰিং ৰাৰ ঘৰত, সেই ষড়যন্ত্ৰত যোগ মিয়া বিষয়ক, মণিৰামৰ কিমান এপ (১) পোবা। যায়। সেই অপৰাধত কলিকতাৰপৰা ধৰাই আনি, যোৰহাটত মণিৰাম দেৱানক, এ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাচি দিয়া হয়। মণিৰাম দেৱানেই বশে ‘ক’ উপাধি পোন-প্ৰথমে অসমত উলিয়ায়হি; আজিকালি সমৰ কাকলি অম্বলোকে সেই উপাধি গৌৰৱেৰে ব্যৱহাৰ কৰে। | কৰ্ণেলপকিন-জেনেৰেল জেকি চাহাৰৰ পাচত, ১৮৬) মত, কৰ্ণেল হপকিনচন চাহাৰ অসমৰ কমিচনাৰ নিযুক্ত হৈ আহে। তেওঁৰ শাসনৰ কালত, খ্ৰীঃ ১৮৬৪-৬৫ চনত, তোটান ৰাই ইংৰাজৰ কটকী মোৰ এভেন চাহাৰক অপমান কৰাৰ বাবে, ভোটান ৰাজ্য আক্ৰমণ কৰা হয়। যুদ্ধত ভুয়াৰিলাৰু খাটিন, দেৱানগিৰি নামেৰে টোন ৰাৰ নামনি ও ৰুচি ৰ লগত গালি কৰা। এইখন মূৰপৰাই অসমত, ১৮৬৬ এটাৰপৰা টেলিগ্ৰাফ বা বিজ্ঞান সূ হয়; আৰু সেই সময়ত গৱৰ্ণমেণ্টৰ প্ৰায় ৮ ,০৫টা গগন হয়। সেইবোৰ খনৰ যোগান ৰিৰ অৰ্থে দেশত ৰাৰ নিৰিখ বাবলগীয়া হোৱাত, কৰ্ণেল হাকিম ১) লি অসমত আলিকোপতি মণিৰাৰ ৱোন নাম দিলাম আৰ নোনাবিত যুক্ত আছে। বেদে, কণৰ মোৰোত থালি ঐ মণি, সোথৰ যোৱাগোত থাশি; কোলাশীৰ ফলত টিলৈ এ কাললৈ বিয়াতি গলি। ” (৯ এশিয়ান সেনৰ হাতত নচাৰে অ আখৰেৰে লিখা পত্ৰও সেই গুগল বা পোয় গৈল। সে পোৰ কেঁচুৰ ৰসেৰে লিখা দিন পোত, বাতিল নামলো সোনালী আৰে যিকি। গুলা যায় সমৌণেত, চিাৰত মণি নেয়াৰ নিৰে সাত , on ফাটিন ল ক বৈলি। পিছে, কাচাৰীৰ লোন পল কান পাত সিলেটি কামাল।