পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমৰ বুৰী | গ লিং :-১৮৩৩ ষ্টাৰত শদিয়া আৰু মটক ৰাজ্যত বাজে, উনি , অৰ্থাৎ এতিয়াৰ শিৱসাগৰ আৰু লক্ষীমপুৰ এই দুখন জিলা, বৰ্গয়ে পুলিং ফলত ৰখা হয়। সেই সময়ত এই যাওৰ ৰাই অনুমান ১০,০০০ টকাৰখা হৈছিল। সেই অৰ্থে গৱে ইণ্ডিয়া কোম্পানী নিয়ম-এনালীতে শাসন কৰিবলৈ মাৰি হৈ বৃটি, গণমেণ্টৰ লগত সজি কৰে। কিন্তু, ৰচাৰে পাচত, অৰ্গদেৱে নিৰ্ধাৰিত কৰ বছৰি ••••১ হাজাৰ টকা শোধাৰ নোৱাৰি ৰা এৰি দিয়াত, ১৮৩৮ খ্ৰীষ্টাব্দত সেই দুখন জিলাও নামনি অসমৰ লগত চামিল কৰি বৃটিচৰ খচখললৈ পাৰ কৰা হয়। সিমানতে আহোম ৰাজত্ব সমূলঞ্চে অন্ত হয়। | মেয়ে জেকি:- মিষ্টাৰ ৰবাৰ্টচনৰ পাচত, ১৮৩৪ খ্ৰীষ্টাব্দত, জেনেৰেল জেকি অসমৰ কমিচনাৰ আৰু গৱৰ্ণৰজেনেৰেলৰ এজেন্ট হৈ আহে। তেওঁ আহিয়েই বৃটিচ, শাসনাধীন এলম ও দং, নগাও, কামৰূপ আৰু গুৱালপাৰা এই চাৰিখন জিলাত বিভক্ত কৰে। জেনেৰেল গেঞ্চিৰ আমোতে, ১৮৩৬ এটাৰত, কাছাৰ জিলা বৃটিচ, শাসনাধীনলৈ নিয়া হয়। চিলচৰত তাৰ সদৰ পাতি, সেই চনতে ঢাকা কমিচনাৰ তলতীয়াকৈ ভাত এজন ডেপুটী কমিচনাৰ ৰখাৰ নিয়ম কৰা হয়। সেই চনতে, এয়াৰ শেহতীয়া ৰজা ৰামচিৰ পুত্ৰ ৰাচিক ৰজা আদি জয়ন্তা ৰাজ্য সম্পূৰ্ণ বৃটিচ, শাসনৰ তললৈ নিয়া হয়। তাৰপৰা বছৰদিয়েকৰ পাচত, ১৮৩৮ খ্ৰীষ্টাৰত, পুৰসিংহ স্বৰ্গদেৱে পূৰ্বৰ বৰ্ণবমতে কৰ শোধাৰলৈ অপাৰগ হৈ এৰি দিয়াত, আহোম অৰ্গদেৱৰ ৰাজত্বৰ অন্ত পেলাই, উজনি অসমকো বৃটিচ গৱৰ্ণমেণ্টৰ খচ দখলত ভুক্ত কৰা হয়, আৰু পাহোমৰা পৰিয়ালক ‘পেন দিয়াৰ নিয়ম বা হয়। চাৰ এভোৱাৰ্ড গেইটে তেওঁৰ অসম বুৰঞ্জীৰ টকাত লিখিছে যে ১৮৫০ টাৰত অনুসন্ধান লওঁতে, আহোম বংশ মানুহক মাহে ১২••• টকা পে দিয়াৰ হিচাপ পোৱা গৈছিল। এই দৰেই, ১৮৪২-৪৩ টাকা, শদিয়াখোৱগগাহাঞি আৰু বৰগেনাপতিৰ বংশধৰসকলৰ ৰাৎ বৃষ্টিচ, গৱৰ্ণমেন্ট খচ দখলৰ ভিতৰ কৰা হয়। তাৰ পাচত, গৱৰ্ণমেন্টে বৰ সেনাপতি পৰিয়ালৰ বছৰি ••• সাত হাজাৰ টকা পে দিবলৈ নিয়ম ধাৰ্য কৰে, আৰু উত্তৰ লক্ষীমপুৰপৰা সৰ তুলি নি মটকৰ ৰাজধানী ডিব্ৰুগড়ত পাতে। খামতি- বিলাকে পলিটিকেল এজেন্ট কৰ্ণেল হোৱাইটক ৰং কৰাৰ অপৰাধত, সিবিলাক ঠাঠান কবি, এগ নাৰায়ণপুৰত আৰু এগ শদিয়াৰ ওপৰে মিচিমি পৰ্বতৰ নামনি • in his fro to Government r. obarson wrot v tulow eading Purn a qunoon. গ have had town inario wi১ Purand এ ৫০hali, and two no roon, from his outward appearance and manner, don as a to be dirl, to which all unite in profering him to houlyrial Chondrana, Puranda Bab in your na, Parently be b ro ক. i countanua০e in pleaving and hi nanor somoly cood. a hur ১৫. a pocha and his dispoon ma pa pasia, Now what and donnan Mithi and utherford are ul desiday in opinion thousand s h the Paro be at d to be a bed of that which short ৫ . to s e" -Political presedint of the Goran a font . Raur, 1, No. 10, nota by Bir pard did in his Ei a A ,