পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত বৃটি, গণমেণ্টৰ পাতনি মাল-টেন ধাৰ্য কৰা হৈছিল। ১৮৯২ চনৰপৰাহে সৰ্বসাধাৰণীয়া বা নিৰিখ লগোৱা হয়। এথমতে, মৌজাদাৰবিলাকৰ লগত কেইবছৰীয়াকৈ ৰন্দৰভী চলিছিল; ইতিমখ্যত বায়তৰ সংখ্যা বাঢ়ি ৰাহৰ যি বেছি উৎপন্ন হৈছিল, সেইটো মৌজাদাৰৰ লাভ হৈছিল। কিন্তু, সেই নিয়মে খানা ভোলা গৱৰ্ণমেন্টে লাভ নেধি মৌজা বা মহলৰ বছৰেকীয়া বন্দবস্তীৰ নিয়ম প্ৰচলন কৰিলে। খেলোৱাৰী প্ৰথামতে, ঐ: ১৮৩২-৩৩ চনলৈকে, কামৰূপ, দৰং আৰু নগাঁৱৰ ৰাজহ ক্ৰমান্বয়ে ১১•১৮১১ টকা, ৪১০ টকা, ৩১৫ টকা মাথোন উঠিছিল। এই বছৰৰ পাচত, মাটিৰ ৰাহ কামৰূপত ২০২৯৯১১ টকা, দক্ষত ১৩৫৪৫৪ টকা, নগাঁৱত ১১৩১৫ টকা, শিৱসাগৰত ৮৮৪ টকা, লক্ষীমপুৰত ৩৪৭৩০ টকাকৈ তোলা হৈছিল। মুঠৰ ওপৰত, খাট অসমৰ মুঠ ৰাজহ ৬১৪৩৩২ টা পোৱা গৈছিল। আৰু দহ বছৰৰ পাচত সেই ৰাজহ ৭০৩৬৮০ টকালৈ উঠে (১)। (মানৰ দিনে বেমেজালি লগোৱা অসম দেশৰ বাজে তিৰে গঢ় গতি লগাই, পুনঃ শান্তি স্থাপনৰ চেষ্টা কৰি থাকোতেই, ১৮৩১ খ্ৰীষ্টাব্দৰ ২০ আগষ্টত, মিঃ ডেভিড, ৰুট চাহাবৰ অকাল মৰণ ঘটে; চোপুঞ্জিত তেওঁৰ শৱ সমাধিস্থ কৰি মৈদাম বাই তাৰ ওপৰত স্মৃতিফলক প্ৰতিষ্ঠা কৰা হয়। তেওঁ এজন বিচক্ষণীয়া ৰাজনীতি কৰ্মচাৰী আৰু প্ৰজাৰক শাসনকৰ্তা আছিল। মিঃ ডেভিড, স্কটৰ অকালমৃত্যুত গৱৰ্ণমেন্টে আৰু প্ৰজাই সমানে পূৰাব নোৱাৰা ক্ষতি বোধ কৰিছিল (৭)। | মিষ্টাৰ টি. চি.ৰবাৰ্টচ:মিঃ ডেভি, ঋ চাহাবৰ লোকান্তৰ হোৱাত, মিষ্টাৰ টি. চি. ৰবাৰ্টচনে তেওঁৰ বিষয়বাব লয়হি। তেওঁ আহিয়েই অসম উপত্যকাৰ উনি খণ্ডত, ডেভিড, স্কটে এৰি যোৱা প্ৰাৱমতে পুৰন্দৰসিংহ স্বৰ্গদেৱক পুনঃ না পাতেহি। সেই অৰ্থে, ১৮৩২ খ্ৰীষ্টাব্দত এটা সব্ধি কৰা হয়; সেই সন্ধি মতে মটকৰ ৰাজ্য আৰু শদিয়া অঞ্চল বাজ কৰি, উজনি অসমৰ উত্তৰপাৰে ভৈৰৱী আৰু দক্ষিণপাৰে ধনশিৰীৰপৰা পুৰাগ ৰাজ্য অৰ্গদেৱ পুৰন্দৰসিংহক এৰি দিয়া হয়। সেই সময়ত অসমৰ গুৱালপাৰ, কাপ, নগাওঁ আৰু দৰং এই চাৰিখন জিলা মাথোন বৃটিচৰ খাচ দখলত ৰখা হৈছিল। উত্তৰণাৰে বিশ্বনাথৰপৰা উজনি অশ লক্ষীমপুৰ আৰু ক্ষিণপাৰে কলিয়াবৰৰপৰা পূৰ্বাংশ শিৱসাগৰ এই দুখন জিলা তেতিয়ালৈকে আহোম স্বৰ্গদেৱৰ দখলত ৰৈছিল। (১) মিল,8ix Edward Gait 'sitory of Assam, Page 990. (২) চেপুষ্টি মি ডেজিজ, ই চাহাৰৰ মৈদামৰ ওপৰত লোধি ঋতিফলত এইখিৰি লিখিত আছে- | "in memory of David Boot, Agent to the owner Generp of the North-Eas Bronties of Bengal, and Commissioner of parent and circuit in the District of Man, Aorth- Etern part of Bangpur, sherpur and sylhot. Died 0.August isl, bed 5 year 4 montha. This Monument is road by order of pro Government or public ১nd looking record did copteralon for a personal o ne of the doood ১nd tip tinion of the onion alorerdord by ht. in the minision of the exanuarrikory porad bin h e F ১dorso ho ourmanent hu been deprived of no polouble sad now o n who lo doopy lasna, whilp none wl long hd in a somembrac and reporation by tho na Poprlation, to wor how just o by bto impartotdoponation of ju , bl kind ond conollow u s and at content and unwearied endeavour o promote oi hopne w