পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আধ্যা-৫ শ্ৰীহটৰৰজা হট এখন পুৰণি ৰাজ্য। এই ৰাজ্যৰ আদি নাম গোৰ বা গৌৰ। এই ৰাজ্যৰ নাম মহাৰততে উল্লিখিত আছে। কিন্তু, হট্টৰ কোনো লিখিত ভাল বুৰী পাৰলৈ নাই। হট সম্বন্ধে আজিলৈকে বুৰঞ্জীমূলক তথ্য যি কিকিমান আহৰণ কৰিৰ পৰা গৈছে, সি কেৱল জনশ্ৰুতিমূলক। অতি পুৰণি কাণত শ্ৰীহট্ট কামৰূপৰ অধীনত আছিল। ইয়াৰ উত্তৰ আৰু ক্ষিণ এত মানুহে বদোভাষা কোৱালৈ চাই, হট্টৰ আদিৰবিলাক কছাৰী ৰজাৰ সমীয়া আছিল বুলিব পাৰি। বিখ্যাত বল্লালসেনৰ দিনৰপৰা শ্ৰীহট্টৰ উত্তৰ অল বঙ্গদেশৰ সেনবংশী ৰবিলাকৰ অধীনত থকাৰ প্ৰমাণ পোৱা যায়। সেই সময়ত ইয়াৰ দক্ষিণ ভাগ এিপুৰাৰ ৰাৰ দখলত আছিল। হটৰ পুৰণি ৰাধীন ৰজাৰ আখ্যান পাবলৈ নাই। তথাপি, ভীয় খাদশ আৰু আয়োশ শতিকাত খৰৱান, গকুল, নাৰায়ণ, গোবিদেৱ বা কেশৱদেৱ, ঈশানদেৰ প্ৰভৃতি কেইজনমান ৰজাৰ নাম পোৱা যায়। এই তালিকাৰ শেহৰ দুজনৰ নামেৰে দান কৰা তামৰ ফলিও পোৱা গৈছে, তাত ১২০৫ খ্ৰীষ্টাব্দৰ কথা উল্লেখ আছে। ঐ চতুৰ্দশ শতিকাৰপৰা শ্ৰীহট্ট মূহলমান ৰজাৰ অধীনলৈ যায়। মোগল সম্ৰাট সকলে, চাকাৰ নৰাৰৰ অধীনত থৈ, শ্ৰীহট্ট ৰাজ্য শাসন কৰিছিল। হট অন্তৰ্গত লাউৰ ৰাজ্য আৰবৰ সম্ৰাটৰ দিনত মোগল ৰাজ্যৰ ভিতৰত পৰে। আৰেৰে পাছাই এটৰ ৰজা গোবিন্দকে দিল্লীলৈ মই নিয়াইছিল; তাতে তেওঁ মুছলমান ধৰ্ম গ্ৰহণ কৰে। মোগল সম্ৰাটৰ বিনত হষ্টৰ শাসনকৰ্বাবিলাকৰ খিতাপ ‘আমি’ আহিল। আমিলবিলাক চাকাৰ নৰাবৰ অধীনে চলিছিল। সিৰিলাৰ ভিতৰত ফা নামেৰে এখন আমি এখা? আছিল। তেওঁ ১৮৭৩ খ্ৰীষ্টাৰত এখন সঁকো নিৰ্মাণ কৰাইছিল, এটত সি আজিও তেওৰ নাম ৰাখিছে। | ১৬৭৫ ঐটাৰপৰা আহট বৃটিচ গৱৰ্ণমেন্ট আচ খনত পৰে। তেতিয়ালৈকে হটত ৰূপৰ টকা আৰু তাৰ পইচাৰ প্ৰচলন নাছিল। বৃটিচ, আমোল গাৰণত এট ২৫•••• টকা ৰাই উঠিছিল, আৰু সেই গোটেইখিনি ৰাহ কড়িৰে সৈতে শোধাৱা হৈছিল।