পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আধ্যা-৬ মণিপুৰৰ ৰজা মণিপুৰ এখন অতি পুৰণি ৰাজ্য। ইয়াৰ নাম মহাৰততো পোয় যায়। মহাভাৰতৰ মতে, মণিপুৰীয়া ৰজা তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ বৰুবাহনৰ বংশধৰ বুলি জানা যায় (১)। সেই যুক্তিৰেই, মণিপুৰীয়াবিলাকে ক্ষত্ৰিয় বুলি চিনাকি দিয়ে। মণিপুৰী মানুহবিলাকৰ সামাজিক নিয়ম-কাৰণ আৰু আচাৰ-ব্যৱহাৰলৈ চাই, সিলিক ত বৈষ্ণৱ হিন্দু বুলি ধৰা যায়। সি যি হওক, লেফটেনেন্ট পেমনৰ মতে, মণিপুৰীয়াৰ আঁতিগুৰি তাৰত হে ওলাইছে গৈ; আৰু সিবিলাকৰ প্ৰথম প্ৰখ্যাত জাজনক নগাবংশী মানুহ বুলিহে চাৰ এভোৱাৰ্ড গেইটে ঠাৱৰাইছে। পুৰণি মণিপুৰৰ অসমীয়া নাম ‘মগলাও'। মণিপুৰ পুৰণি ৰা বুলিও, ইয়াৰ আগছোৱাৰ সত্য তথ্য আৰু বহল বিৱৰণ পাবলৈ নাই। ব্ৰহ্মদেশৰ অন্তৰ্গত আভা নগৰত হে ইবিলাকৰ বুৰী ৰখা হৈছিল। সেই মতে খ্ৰীষ্টাৰ আৰম্ভণৰ ৩শ বছৰৰপৰা মণিপুৰীয়া ৰাৰ নাম পোৱা যায়। তেতিয়াৰপৰা ঐঃ ১৭১৪ চনলৈকে ৪৭ জন ৰজা হোৱাৰ লেখ পোৱা যায়। (২) গৰীবনেৱা -পামহাইবা নামেৰে এজন নগা-নেতাই ১৭১৪ ষ্টাৰত মণিপুৰ দখল কৰে। তেওঁ মণিপুৰত ৰা হৈয়ে হিন্দুধৰ্ম গ্ৰহণ কৰি, গৰীৰনে নাম নয়। তেওঁ এজন বৰ প্ৰভাপী ৰা আছিল। গৰীবনেৱাৰে কেইবাৰালে দেশ আক্ৰমণ কৰি তাৰ দাতিলীয়া ৰাজ্যৰ ভালেখিনি নিজৰ ৰাৰ ভিতৰ কৰি লৈছিল। আৰ কি, তেওঁ আ নগৰ দখল কৰিবলৈকো হাত মেলিছিল। এনেতে নিৰ পুতেক আগতচাহ বা কাকীলাল ঠাৰাৰ চক্ৰান্তত তেওঁ দেশান্তৰিত হয়। সদৌশেহত, সেই পুতেকৰ হাততে তেওঁৰ অপমৃত্যু ঘটে। | গাই বা কাকীলাল ঠা-পিতৃক বধ কৰি, সিংহাসন কাঢ়ি লৈ, কাকীলালে ১৭৫• এটাৰপৰা মণিপুৰৰ ৰাজপাটত ৰহে। কিন্তু বছৰচাৰেকলৈ মাখোন তেওঁ নামমাত্ৰ ৰজা আছিল। তাৰ পাচত, ১৭৫৫ ধাৰত ৰক্ষাৰ ৰাই মণিপুৰ আৰু কৰি আগেয়ে গৰীবনেৱাজে দখল কৰা ৰাজ্য আকৌ কাঢ়ি ল'লে; কাকীল দেশ এৰি পলাৰ লগাত পৰিল। | সি-১৭ এটাৰত অৱচিং মণিপুৰৰ ৰা হয়। তেওঁ ৰা হৈয়ে এটি গৱৰ্ণমোৰ লগত সজি স্বপন কৰে। সেই মতে, ৰা ৰজাই কাঢ়ি লোৱা ৰাইৰ কৰি দিবলৈ বৃটিচ, গৱৰ্ণমেণ্ট মান্তি হৈছিল। কিন্তু, অচিঙে বৃটি, সেনা খৰছ যোগাৰ- ০ ১) he Monipur sondoned in aerob৯১ ০ ০ ১ ১১un, king o clips. It and therefore, hat sundo e' out of sor of North dutta + + + + to post us কy; at as a b no dos war w ৩০০ ornoon As - rad ৫l, A .B 0. (২) মিল-sir award-Gai Eto a n , Pos , a কে