আধ্যা-৪ জয়ন্তাৰ ৰজা খাচী (১) আৰু জয়ন্তীয়া পৰ্বত শাৰীয়েই আদি জয়া ৰাজ্য। পাচত জয়ন্তীয়া পৰগণা নামেৰে ভৈয়ামৰ এক অংশ তাত লগ লগোৱা হয়। সেই অংশ এতিয়া হিট জিলাৰ ভিতৰ। কছাৰী ৰাৰ দৰেই জয়ন্তীয়া ৰাৰে লিখিত বুৰঞ্জী নাছিল। আনকি, জয়ন্তীয়া ৰা সম্বন্ধীয় কিম্বদন্তীও ভৈয়ামৰ জয়ন্তীয় প্ৰজাৰ মুখেহে শুনিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ লিখা ভাষা আছিল, আৰু আজিকালি খাচীয়া ভাষাই বিশ্ববিদ্যালয়ত ঠাই পাইছে। তথাপি, বুৰঞ্জী ৰাখিবলৈ যত্ন নোহোৱাৰপৰা বুজা যায় যে তেতিয়া সেই ৰাজত সভ্যতাৰ পোৰ ভালকৈ পৰা নাছিল। এতিয়াও, আহোম-বুৰঞ্জীৰ সংলগ্নতহে জয়ন্তীয়া ৰজাৰ বুৰঞ্জীমূলক তথ্য কিঞ্চিৎমান পাবলৈ আছে॥ | আনৰিলাৰু পৰ্বতীয়া জাতিৰ দৰে, জয়ন্তীয়া জাতিৰ মাজতো অসংখ্য খেল আৰু খেলেপতি একোজন গাম্ বা গাওঁবুঢ়া কিম্বা গঞাৰা আছিল। সেই গঞা বিষয়াবিলাকৰ ভিতৰত সততে বিবাদ চলিছিল; আৰু যাৰ বল, তাৰে ৰূল প্ৰথাৰে সিবিলাকৰ শাসনকাৰ্য নিৰ্বাহ হৈছিল। খাচীয়া আৰু জয়ন্তীয়া দুয়োৰ একে ভাষা, একে আচাৰ- ব্যৱহাৰ আৰু একে ৰীতি-নীতি। সিবিলাকৰ ভিতৰত উত্তৰাধিকাৰীৰ বহু পুৰৰ নাই। কন্যাৰহে পিতৃ-সম্পত্তিৰ ওপৰত অধিকাৰ। | জয়ন্তীদেবী বা ৰাণীসিংহ-অতিপূৰ্বত কেদাৰেশ্বৰ ৰাই, ধনেশ্বৰ ৰাই, কন্দৰ্প ৰাই, মাণিক ৰাই, জয়ন্ত ৰাইকে শেহ ধৰি জয়স্তাত অনেক ব্ৰাহ্মণ ৰজা হৈ যায়। শেহৰ না জয়ন্তীয়া ৰা জয়ন্ত অপুত্ৰক আছিল। বহু সাধনাৰ ফলত, জয়ন্ত সৰ্ব লক্ষণী। এটি কন্যা লাভ হোৱাত, কন্যাৰ নাম জয়ন্তী ৰখা হয়। পিচে, জয়ন্তী যুৱতী হোৱাত, তেওঁলৈ চণ্ডব পুৰোহিতৰ পুতেক লাগাৰৰ চপাই লোৱা হয়। কালত, সিংহ নামেৰে জয়ৰীদেৱী জয়ন্তাৰ অধিশ্বৰী হয়। মুঠতে, এই কেইজন জয়ন্তীয়া ৰাৰ কিম্বদন্তীমূলক নাম-চি পোৱা যায় -- গগাহাঁইৰাই, বৰপাতৰাই, বিজয়মাণিক, ৰামধৰমাণিক, ধনমাণিক, যশমাণিক, সোলই, সৰুপৰ্বতৰাই, যশমতই, মানচিং, এচিং , লক্ষ্মীটিং, ৰামচি (২)। সিবিলাকে ১৫•• এটাৰপৰা ১৭৭ ৰালৈকে ৰা কৰে। সিবিলাকৰ মাজৰ (১) খাসি (খাদী)' খাচী’ নামৰ কাৰণ: পূৰ্বে অজপুত যুধিষ্ঠিৰৰ দিন ধৰি ৰা ৰা অনেক গৈল। বুধিৰি বাৰ বিকালত বাৰ ব কৰিলে সেই কালত যজ্ঞ শিমি গাধা এক্তিত্ব সকলক পালে। গলে চাৰিকি বিলি এক আকৈ আছিল। সেই লো সনাইজমক অনাৰ কৰিমাই গল। জমেও এ যেন আদি নামাতি গিয়ালে। এবাৰ ও বিসিল। সেই কাৰণে মা যা খালি নাম কিল। সেই ঠাইলে এলাপি খাসিপুৰ বোলে। ” -বাৰাৰ সুকুম ভূঞা সম্পাদিত ‘খিযিৰ ও গ্ৰী,২০ জে, ১৬৯ পৃষ্ঠা। (২ যিলয়ৰ কুমাৰ ভুল সম্পাদিত বিধি ও যুগী ১৬, ১৭, ১৭৫ পৃ: ৩২৭
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৬
অৱয়ব