পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কিন্তু, গােবিন্দৰামে গােবিন্দ ফৌজক ঘটাই উঠি, উলটি আমাকে তুলাৰামক আক্ৰমণ কৰিলেহি। হঠাৎ সেই আত্ম-বিদ্রোহত তুলাৰাম বিচুর্তি হৈ জয়ন্তীপুৰলৈ সাম্প্রতিকভাৱে আঁতৰি যায়। কিন্তু ঘূৰি বছৰতে, ১৮২০ টাকা, তেওঁ মণিপুৰী কোৱৰ গভীৰচিৰ সহায় লৈ, তেওঁৰ আৰু ভfতাক আক্রমণ কৰিলেহি। গােৰিমে ৰীৰ তুলাৰামৰ সিংহ-বিক্ৰমৰ আগত তভিৰ নােৱাৰি, বৰপুৰলৈ পলাই গৈ, গােৰিচন্দ্ৰৰ লগত যোগ দিলে। এনে অৱস্থাত, তুলাৰাম সেনাপতি উত্তৰ- কাছাৰৰ স্বাধীন অধিপতি বুলি মানি, তেওঁক শান্ত কৰিবৰ নিমিতে বৃটিচ, কমিচনাৰ ডেফিত, কটু চাহাবে গােবিন্দচন্দ্ৰক পৰামর্শ দিয়ে। কিন্তু, তেওঁ সেই পৰামর্শ নােলােৱাৰ ফলত, স্বদেশহিতৈষী তুলাৰাম সেনাপতি ভীষণ আক্রমণ সহিব লগাত পৰিল। গােবিন্দচত্ৰ মৰণলৈকে তুলাৰামে ভীম-পৰাক্ৰমেৰে তেওঁক অস্থিৰ কৰি বাণিছিল। গােবিন্দচন্দ্র অপুত্ৰক অৱস্থাত বগী হােৱাত, তুলাৰাম সেনাপতিয়ে কী ৰাপাটলৈ উত্তৰাধিকাৰীৰ আগবঢ়াইছিল; কিন্তু তেওঁ সি-ফুটা কছাৰী ৰাজ বংশধৰ নােহােৱা হেতুকে, বৃটিচ, গৱৰ্ণমেন্টে তেওঁৰ প্রার্থনা গ্রাহ নকৰিলে। তথাপি, ’ খিতাপ দিয়া নহ'ল যদিও, তেওঁক গােবিন্দচন্দ্ৰৰ দিনত ভােগ কৰা ৰাভ্যাংশ অধিকাৰী বা জমিদাৰ পতা হ’ল। তেওঁৰ সেই দখল দক্ষিণে মহৰ নৈ আৰু নগা পর্বত, উত্তৰে যমুনা আৰু ছৈয়াং নৈ, পূবে ধনশিৰী নৈ আৰু পছিমে দৈয়াং নৈ, এই চতু সীমাৰ ভিতৰত আছিল (১)। অসমত মেয়ে পােনত্ৰথম জমিদাৰী। সেই জমিদাৰীৰ হশ্বৰূপে তেওঁ বৃটিচ, গৱৰ্ণমেণ্টক প্রথমে বছৰি এটা হাত-পাত শােধাৰলৈ গাত লৈছিল, কিন্তু পাচলৈ তাৰ সলনি ৪ টকা নগদ কৰ শােধাইছিল; আনহাতে, তেওঁ বৃটিচ, গৱৰ্ণমেণ্টৰপৰা মাহে ৫ (আঢ়ৈকুৰি) টক শেন পাইছিল। তুলাৰাম সেনাপতি মৰণৰ সময়ত, আঃ ১৮৪৪ চনত, তেওঁৰ আবেদন অনুসৰি, তেওঁৰ ৰাজ বা জমিদাৰী তেওঁৰ দুই পুতেক নকুলৰাম বৰ্মণ আৰু এজনাথ বৰ্মণ বৃটি, গৱৰ্ণমেন্টে ভগাই দিয়ে; কিন্তু সিবিলাকৰ ভিতৰত ঘৰুৱা কল আৰু চুবুৰীয়া আগামী নাবিলাকৰে সৈতে সততে বিবাদ লগােৱাৰ ফলত, শেহান্তত সিবিলাক কামিল হৈ পৰাত, ১৮ষ্টাৰত, সিবিলাকৰ সেই জমিদাৰী বা তুলাৰাম সেনাপতি মুয়ায় বা উত্তৰ-কাছাৰ মহকুমাৰ লগত চামিল কৰি, বৃটিচ, গৱৰ্ণমেন্টে সেনাপতিৰ পৰিয়ালক লেন দিয়াৰ নিয়ম নিৰ্ব কৰে (২)। পাচে পাচলৈ নামনি অসমত, ক্ৰমাৎ বিনী, মোৰ, চিলী, গৌৰীপুৰ, ৰগৰীৰাৰী, চিৰাং, বিষ্ণু, এইবােৰ জমিদাৰী ৰাপিত হয়। ১৯১৭ চনৰপৰা মোৰ জমিদাৰী আৰু ১৯২১ চনৰপৰা বিজনী জমিদাৰী বৃষ্টিচ, গৱৰ্ণমেণ্টৰ কোট-ওৱাৰ্ডৰ তত্বাৱধানত চলিছে। চিলী জমিদাৰী গৱৰ্ণমেন্টে চলায়; জমিৰে সলিকানা বুলি মাৰপৰা শতকৰা ২০ টকাকৈ ৰাহৰ গ পায়। গৌৰীপুৰ এমুখ্যে কেখনমান মিজাৰী পূৰ্বৰ তৰীয়া ব্যৱস্থাতে ৰৈছে। ঃ ১৯০১ চনৰপৰা গৌৰীপুৰৰ জমিদাৰক বজ-বাহাদুৰ ৰা ৰিজনীৰ জমিদাৰক এ ১৯৩১ চনৰপৰা ভূপ-ৰাহাদুৰ খিতাপেৰে বিভূষিত কৰা হৈছে। (৯, ২ লি —&ir dward Gai ainery of Mon', ৮e bos, bit.