উত্তৰ ভাগ প্ৰতিনিধিৰূপে শাসন কৰিছিল। গোবিন্দচই বই এজেৰে সেই উৎপাত মাই কহিধন বধ কৰিলে। কিন্তু, তাৰ পাচত, আকৌ কহিধনৰ পুত্ৰ লাৰাম সেনাপতিয়ে কছাৰী ৰাজ্যৰ উত্তৰাংশৰ অধিপতি হৈ বিৰোধ-আন্দোলন চলাৰলৈ ধৰিলে। এনে বিপদৰ উপৰি, মণিপুৰৰপৰা মাৰ্জিংচি আক্ৰমণ পৰিলহি। গোবিন্দচন্দ্ৰই উপায় নাপাই মণিপুৰৰ নিৰ্বাসিত ৰজা চৌৰজিৎচিৰ সহায় গ্ৰহণ কৰিলে। কিন্তু, চৌৰজিৎচিতে সেই আলমতে নিজে কছাৰী ৰাজ্যৰ এক অংশ দখলহে কৰিলেগৈ। তাৰ পাচৰ বছৰত গভীৰচিং নামেৰে আৰু এজন মণিপুৰী কুটুম আহি লগ লাগিল। এইদৰে, কাছাৰ দেশ ৰা কছাৰী ৰাজ দৰাচলতে মণিপুৰী কোৱৰৰ অধিকাৰত পৰিল; কছাৰী ৰা গোবিন্দচন্দ্ৰলৈ ৰাজ্যৰ ভাগ একো নাথাকিলগৈ। সদৌশেহত, গোবিন্দ- চই ব্ৰহ্মা-ৰজাৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিলে। ব্ৰহ্মাৰ ৰজাই সেই অনুপৰি কছাৰী ৰজাক সহায় কৰিবলৈ সৈন্যদল পঠিয়ালে। সেই কথাৰ সম্ভেদ পাই বৃটিচ, গৱৰ্ণমেন্টে এগা ৰজাৰ উদ্দেশ্যৰ বিৰুদ্ধে যুগুত ব্যৱস্থা কৰিবৰ অৰ্থে গম্ভীৰচিঙ্গলৈ উপদেশ দি পঠিয়ালে। কিন্তু, তেওঁ বৃটিচ ৰাজৰ পৰামৰ্শ গ্ৰহণ নকৰি, তলে তলে ব্ৰহ্মাৰাৰ সেনাপতিৰে সৈতে সন্ধি পাতি কছাৰী ৰাজা ভগাই ল’বলৈ কাৰবাৰ কৰিলে। সেই কথাত বৃটিচ, গৱৰ্ণমেন্ট অসন্তুষ্ট হৈ, সেই গণ্ডগোেলৰ মাজত ইচ্ছা কৰি সোমাস। পিছে, ব্ৰহ্মা-ৰাৰ সেনাল বা মানবিলাক যেতিয়া ৰণত ঘাটি উলটিবলৈ বাধ্য হ'ল, তেতিয়া গভীৰচিদক ৰাজ্য ভোগৰপৰা বঞ্চিত কৰি, বৃটিচ, গৱৰ্ণমেন্টে গোবিন্দচন্দ্ৰক আকৌ কছাৰী ৰাজ্যত ৰা পাতিলে। ইমানতো গোবিন্দচন্দ্ৰৰ অশান্তিৰ অন্ত নপৰিল; তুলাৰাম সেনাপতিয়ে ৰাৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আন্দোলন তুলি খলক লগাবলৈ ধৰিলে। শেহাত, বৃটিচ ৰাজৰ পৰামৰ্শমতে চলি, গোবিন্দচন্দ্ৰই তাৰপৰা একপ্ৰকাৰ মুক্তিলাভ কৰিছিল; কিন্তু তেওঁৰ ৰাজৰ শেহুছোৱাত তেওঁ অতিকৈ প্ৰজাপীড়ক হৈ উঠাত, সেই আপাহতে এটা মণিপুৰীয়ে ছেগ চাই, ঐ ১৮৩০ চনত, তেওঁক বধ কৰে। গোবিন্দচন্দ্ৰ কছাৰী বংশৰ সদৌ শেহতীয়া ৰজা। তেওঁ অপুত্ৰক আছিল। গতিকে, তেওঁৰ মৰণৰ পাচত, ঐ: ১৮৩২ চনত, বৃটি, গৱৰ্ণমেন্টে কাছাৰ বা কছাৰী বা নিগাজীকৈ নিজৰ খাচ দখলৰ ভিতৰ কৰি লয়। এথমতে, কাছাৰ জিলা অসম কমিচনাৰৰ অধীনে এজন বৃটিচ, চুপাৰিণটেনডেন্টৰ শাসনত ৰখা হৈছিল; তাৰ পাচত, ১৮৩৫ Wাত কাছাৰ যিলা ঢাকা বিভাগত চামিল কৰি, এজন ডেপুটা কমিচনাৰৰ শাসনত ৰখা হয়। জুলাৰাম সেনাপতি। -হিধনৰ মৃত্যুৰ পাচতো পুতেক তুলাৰাম সেনাপতিয়ে কছাৰী ৰাৰ উত্তৰাংশৰ অধিপতি হৈ, ৰা গোবিন্দ থেচ্ছাচাৰিতাৰ বিৰুদ্ধে আন্দোলন চলাৰলৈ ধৰে। তুলাৰা এজন বৰ উচ্চাকাকী, বুদ্ধিমান, তেজীয়ান, ৰাহৰণী, প্ৰজাহিতৈষী পুৰুষ আছিল; সকল আন্দোলন চলাই উতে সিজি কৰিৰ নোৱাৰ যেন দেখি, তেওঁ গোবিন্দচত্ৰৰপৰা কছাৰী ৰাজপাট এনীয়াকৈ কাঢ়ি ল'বলৈ মন কৰিলে। সেই অৰ্থে, তেওঁ ১৮২৮ জাৰত, গোৰি নামেৰে ভঙ্গিক এক তেজী পুৱাৰ সেনাপতি পাতি গোবিন্দ নগৰ আকাৰ কৰিৰলৈ পঠিয়ালে।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৪
অৱয়ব