পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কছাৰী ৰা বিশ্বনাথ বৰাৰ পাতি, কছাৰী আৰু জয়ন্তীয়া দুয়াে ৰজাক আহােম স্বৰ্গদেৱত শৰ লগােৱাৰ বিষয়ে আহােম ৰাজত্বৰ বৰ্ণনাত বহলাই কোৱা গৈছে। বিশ্বনাথত দৰবাৰ পাতি, কছাৰী আৰু জয়ন্ত ৰাজ্য আহােম ৰাজ্যৰ চামিল কৰা ৰাজা * খােবণা কৰি কসিংহ বৰ্গদেৱে তাক মায়বাত শৰণীয়া ৰজা পাতিলে; আৰু ৰামচিঙৰ লগতে ৰংপুৰলৈ লৈ গ'ল। তাৰপৰা অলপ দিনৰ পাচতে টান নৰিয়াত পৰি তায়ধ্বজৰ মৃত্যু হয়। ইফালে, ৰংপুৰ নগৰত জয়ৰ ৰজা ৰামচিঙৰ অকাল মৰণ ঘটে। সুদর্পনাৰায়ণ :—তাম্ৰধ্বজৰ লােকান্তৰ হােৱাত, আহােম ৰাজপ্রতিনিধি গৈ, তেওঁৰ বছৰীয়া নাবালক পুত্র সুৰদৰ্পনাৰায়ণক মায়বাত শৰণীয়া ৰজা পাতি আহে। কিন্তু, আহােম ৰজাৰ তত্বাৱধানত বাৰ এছ মাথােন ৰাজত্ব কৰোতেই তেওঁৰ সকাল মৃত্যু হয়। সজিকাৰী-পুৰদৰ্পনাৰায়ণৰ পাচত হৰিশ্চন্দ্ৰনাৰায়ণ, কীর্তিচন্দ্ৰনাৰায়ণ প্রভৃতি কেইজনমান ৰজাই দুকুৰিমান বছৰ ৰাজত্ব কৰাৰ পাচত, সন্ধিকাৰী নামেৰে এজন ৰজা। কছাৰী ৰাজপাটত প্ৰতাপী হৈ উঠে। প্রচলিত নিয়ম অনুসাৰে, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে তেওঁক ৰংপুৰ নগৰলৈ মাতি পঠিওৱাত সন্ধিকাৰীয়ে সদর্পে আহােম কটকীক খেদি পঠিয়ালে। সেই কথাত কষ্ট হৈ, স্বৰ্গদেৱে বৰবৰুৱাক সসৈন্যে পঠিয়াই সধিকাৰীক ধৰাই আনিলে। পিচে, সজিকাৰীয়ে কাকুতি-মিনতি কৰি আহােম ৰজাৰ শৰণাগত হােৱাত, তেওঁক আকৌ এৰি দিয়া হয়। কিন্তু, তাৰ পাচত, তেওঁ আৰু সৰহদিন ৰাজ কৰিবলৈ নাপালে; ১৭৭১ খ্ৰীষ্টাব্দত হৰিশ্চন্দ্র ভূপতি নামেৰে এজন কছাৰী কোৱৰে তেওঁক তাজি নিজে ৰজা হ'ল। কফ -১৭৮ খ্ৰীষ্টাব্দত হৰিশ্চন্দ্র ভূপতিক জঙ্গি কৃষ্ণচন্দ্র কছাৰী কোৱৰ ৰজা হয়। তেওঁ ৰাজ্যৰ গ্ৰহণ কৰিয়েই, ভায়েক গােবিন্দচন্দ্ৰৰে সৈতে যথানিয়মে হিন্দু- ধৰ্ম গ্ৰহণ কৰে। ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজতে আহােম স্বৰ্গদেৱৰ বিষােহী এ মােৱামৰীয়া রিমানে কছাৰী ৰাজ্যত আৰয় লৈছিলগৈ। বৰ্গদেৱ কমলেশ্বৰসিংহই সেই ৰাজদ্রোহী- বিলাকক ৰখীয়া দি আনিবৰ কাৰণে সেনা পাঁচিলে। কিন্তু, কৃষ্ণচন্দ্র সাত মাতি হােৱাত, আহােম স্বৰ্গদেৱে আকৌ কছাৰী ৰাজ্য আক্রমণ কৰিবলগীয়া হয়। এইখন সদৌশেহতীয়া কছাৰীণ ১৮৩ ৪াৰৰপৰা ১৮৫ টালৈকে লাৰ পাচত, কছাৰী ৰক পৰাস্ত কৰি, আহােম ৰাজদ্রোহীবিলাকক ধৰাই আনি স্বৰ্গদেৱে পাতি যিয়ালে। তাৰপৰা আঠ বছৰৰ পাচত, ১৮১০ খ্রীষ্টাব্দত কৃষ্ণচন্দ্র ৰজাৰ মৃত্যু হয়। গােবিন -চন্দ্ৰৰ প্ৰত্যুৰ পাচত, ভায়েক গােবিন্দচই কছাৰী ৰাপাট লাভ কৰে। তেওঁৰ ৰাজত্বৰ আৰম্ভণতে কহিধন নামেৰে ৰা-কর্মচাৰীয়ে চিৰণ উপস্থিত কৰে। কহিধন কৃষ্ণচন্দ্ৰ ৰজাই পা এন বিষয়। তেওঁ কছাৰী ৰাজ্যৰ - h, orders wer carried out in Febru l7o8. Envoy announcinths a ard and sunte knon. bad bon onned to be donialon of o kir n a va, hons ad. we court Bris war Gaib al has