পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমৰ বুৰঞ্জী টকা সােণৰ মােহৰ, আৰু ৬টা হাতী ক শােধাবলৈ মান্তি হৈ, কছাৰী ৰজাই মহাকা নৰনাৰায়ণৰ ধীনতা স্বীকাৰ কৰে। | শব্দন-নতুন উপনিবেশত থিতাপিত হােৱা কছাৰী ৰবিলাকৰ ভিতৰত শক্রমন এজন বৰ প্ৰতাপী ৰজা হৈ উঠিছিল। সপ্তদশ খ্ৰীষ্টাব্দৰ আৰণত কছাৰী ৰাৰ ডিমৰুৱাৰ শাসনকর্তা এভাকৰক জয়ন্তীয়া ৰা ধনমাণিকে বন্দী কৰি নিয়েছি। কছাৰী যা শাষনে ভতিজাক প্রভাকৰক এৰি দিবৰ কাৰণে এনােৱাতত জয়ন্তীয়া ৰজাই তালৈ আওকাণ কৰিলে। সেই কথাত কুপিত হৈ, শত্রুদমনে জয়ন্তীপুৰ আক্ৰমণ কৰেগৈ। ফলত, ধনমাণিক যুদ্ধত ঘাটি শত্রুদমনৰ শৰণাগত হয়। | ৰহাৰ -জয়ন্তীপুৰৰ যুদ্ধ সন্ধিৰ সুত্রমতে ধনমাণিক ৰজাৰ পুত্র যশমাণিক জামিন খণে কছাৰী ৰজাৰ নগৰত বন্ধুৱা হৈ ৰৈছিলগৈ। তাৰ পাচে, ধনমাণিক মৃত্যুৰ পাচত, শত্রুমনে যশমাণিকক মুক্তি দি পিহৰাজ্যত ৰজা পাতে। কিন্তু যণিকে সেই উপকাৰ পাহৰি, শক্ৰমনৰ দৰ্প ভ্রষ্ট কৰিবৰ অভিপ্রায়ে, তলে তলে, জীয়াৰী বিয়া দি, আহােম স্বৰ্গদেৱেৰে মিত্ৰতা কৰে। সেই আলমতে, যশমাণিকৰ সপকে চুচেংফা বা এতাপসিংহ স্বৰ্গদেৱে কছাৰী ৰাজ্য আক্রমণ কৰায় ; ৰণত ঘাটি কছাৰী ৰা মায়বলৈ পলাই যায়। তাৰ পাচত, মহা পৰাক্ৰমী শত্রুদমনে আকৌ আহি উলটি ধৰাত, ১৬৩০ খ্ৰীষ্টাব্দত, ৰহাত দুয়ােপক্ষৰ মাজত এখন ঘােৰতৰ যুদ্ধ হয়। সেই যুত জয়লাভ কৰি, শক্রমনে প্রতাপনাৰায়ণ’ বা ‘পদমন’ নাম লয়, আৰু নিজৰ ৰাজধানী মায়ৰদৰ নাম কীর্তিপুৰ ৰাখে। এনেতে আহোমৰ ৰাজ্যত মুছলমানৰ আক্ৰমণ পৰাত, আহােম গগনেৰে কছাৰী ৰজাৰ লগত লগা সেই যুদ্ধ স্থগিত ৰাখিলে। (১) মৰনাৰায়ণ-শত্রুদমনৰ লােকা হােৱাত, পুতেক নৰনাৰায়ণ ৰা হয়। তেওঁ শাসনাৰ লৈ আহােম আগন্তুক আক্রমণ নিবাৰণ কৰিবলৈ আয়ােজন কৰি থাকোতেই তেওঁৰ অকাল মৃত্যু ঘটে। ইয়াত ৰাজে নৰনাৰায়ণৰ ৰাৱণত লেখত লবলগীয়া ঘটনা হােৱা নাই। ভীমর্গ-নৰনাৰায়ণৰ পাচত, সদায়েক ভীমৰ্প কছাৰী ৰাজপাটত উঠে। তেওঁক ভীমৰল নামেও না যায়। শক্তমনৰ ৰাত আহােমকছাৰী ৰণত তেওঁ প্রধান সেনাপতিৰ বাৰ পাইছিল। ভীমৰ্ণ ৰৰ বাহুবলী ৰা আছিল। আহােম ৰ্গদেৱৰ বৰ্ণ চুর্ণ কৰিবৰ মনেৰে তেওঁ বিপুল আয়ােলনেৰে ধনশিৰীৰ সীমাত আহােমৰ বা ক্রমণ কৰিছিললৈ; কিন্তু সেই সময়ত আহােম ৰাজ্যত মুছলমানৰ আক্রমণ পৰাত মর্গলৈ এগৰাকী আহােম গাভৰ বিয়া দি, তেওঁৰ লগত মিতা স্থাপন কৰা হয়। এনেতে, ১৬৩৭ খ্রষ্টাব্দত ভীমৰ্পৰ অকাল মৃত্যু ঘটে। -ভীমৰ্পৰ পাচত, তেওঁৰ পুতেক ইবত মায়ং ৰা কীর্তিপুৰত । তে, আহেম বৰ্গছেৰে সৈতে পূনঃ মিলা-প্রতি আপনৰ অৰে, ভালেমান উপহাৰৰে সৈতে চুচেংফা স্বৰ্গদেৱৰ ওচৰলৈ ললেন-পত্ৰ দি কটকী পঠিয়াইছিল। কিন্তু, অর্গণে চুমোই কছাৰী ৰজাক স্বাধীন ৰা বুলি মানিৰলৈ মাতি হৈ, সেই কটক (১) এনীষণ কৰাৰত ভিত্তিক মি গৈ