পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কছাৰী ৰা নীৰভাৱে বিদায় দিয়ে। সেই কথাত ইবতে নতুন জামণৰ আশা কৰি, ধনশিৰী সীমাৰপৰা তেওঁৰ শাসন একেবাৰে উঠাই নিয়ে। ইবতে, ১৬০০ এালৈকে, সাত এই মাথোন ৰা কৰে। বৰ্ণমায়ণ-ইৰ পাচত, বীৰ্ণনাৰায়ণ ৰা হয়। তেওঁ নিজৰ দুৰ্বলতা আনি, পাহোমৰে সৈতে বৈবাহিক সূত্ৰেৰে মিত্ৰতা কৰিবলৈ চেষ্টা কৰে। আৰ, তেওঁ আহোম স্বৰ্গদেৱৰ কৰ-কাটলীয় তলতীয়া ৰজা বুণিীকাৰ কৰাত, চুচেংফা স্বৰ্গদেৱে এগৰাকী আহোম গাভৰু তেওঁলৈ বিয়া দি মিত্ৰতা ৰক্ষা কৰিলে। কিন্তু, সেই মিত্ৰতা পেটেসমন্বিতে কোনো পক্ষেই গ্ৰহণ কৰা নাছিল। তাৰ পাচতো ভিতৰি আহোম অৰ্গদেৱ আৰু কৰী ৰাৰ মাজত মনান্তৰ চলি আছিল; আৰু ১৬৬• এটাৰ অৰ্গদেৰ জয়সিংহই ৰীৰ্পনাৰায়ণক প্ৰকাশ্যে সাৱধান কৰি দিব লগাত পৰিছিল। ৰী- নাৰায়ণ, ১৪৪ খ্ৰীষ্টাব্দৰপৰা ১৬৭১ খ্ৰীষ্টাব্দলৈকে, ২৭ বছৰ ৰাজৰ কৰে। ভায়খাজ-খ্ৰঃ ১৬৭১ চনত বীৰদৰ্পনাৰায়ণৰ লোকাভৰৰ পাচত, মায়ৰাত গড়ধ্বজনাৰায়ণ, নিৰ্ভয়নাৰায়ণ, মকৰধ্বজনাৰায়ণ, মেনাৰায়ণ, যশমতনাৰায়ণ, প্ৰতাপ নাৰায়ণ (২য়), বীৰদৰ্পনাৰায়ণ ২) উদয়াদিতনাৰায়ণ এই কেইজন ৰজাই ৩০ বছৰ ৰাজত্ব কৰে। তাৰ পাচত, ১৭০২ খ্ৰীষ্টাব্দত তাম্ৰধ কছাৰী ৰাজপাটত ৰহে। তেওঁ ৰা হৈয়েই আহোম স্বৰ্গদেৱৰ অধীনতা অস্বীকাৰ কৰি, নিজে স্বাধীন ৰা বুলি ঘোষণা কৰিলে। তাৰে ফলাফলত বিশ্বনাথৰ বিৰাট দৰবাৰত (১) কছাৰী আৰু জয়ন্তীয়া ৰজা আহোম স্বৰ্গদেৱৰ শৰণীয়া হয়। আহোমকছাৰী-জয়ন্তীয়াৰ মাজত সবাতোবৰ কৰা ৰং-ৰীৰজা তাম্ৰধ্বজৰ আচৰণত কুপিত হৈ, ১৬২৮ কত মহাৰজা কসিংহ স্বৰ্গদেৱে কছাৰী ৰাজ্য মাৰি খিলঞ্জীয়া খ্যাতি ৰাখিবলৈ মন মেলিলে। সেই আকাকাৰে স্বৰ্গদেৱে তিনিজনা ভাঙ্গলীয়া মুখ্য কৰি, বৰবৰুৱবৰফুকন সমম্বিতে সদৌ ফুকন, বখোৱা, বৰুৱা বিষয়- সকলৰ মতামত আহ্বান কৰিলে; সকলোৱেই একমত হৈ স্বৰ্গদেৱৰ প্ৰভাৱ সমৰ্থন কত, স্বৰ্গদেৱে অনতিপলমে কছাৰী ৰাজধানী মায়ং আক্ৰমণ কৰিবলৈ যুগত ব্যৱস্থাত ধৰিলে। সেই অৰ্থে, বিশ্বনাথত বাহৰ পতাই লৈ, বৰ্গদেৱ স্বয়ং তাত বিতাৰিত হ'লগৈ। তাৰ পাচত, তালৈকে উজনি আৰু নামনি অসমৰপৰা সসৈতে ৰৰবৰুৱা আৰু বৰফুকন প্ৰমুখ্যে বাহনীয় সেনা-সেনাপতিসমূহক সমবেত কৰোৱা হ’ল; শাইয়া ফুকন, ৰাজখোৱা, বৰুৱা, বিষয়াসকলেৰে সৈতে গুৱাহাটীৰপৰা ৰফুকন, পানী ফুকন আৰু পানীদিহিঙ্গীয়া, তৰুৱাদিহিঙ্গীয়', বৰ-অভয়পুৰীয়া, পানীয়পুৰীয়া, পানীশঙৰীয়া, ওপৰ-পয়জীয়া, আঠগঞ, ৰাজখোৱা-বিষয়া সকলোকে আদেশ দি অনাই অৰ্গদেৱে বিশ্বনাথ বাহৰত সমবেত কৰালে। তাতে, বৰ্গদেৱে বৰবৰুৱাক ঘাই সেনাপতি পাতি, তেওঁৰ তলে সকলে মেল আৰু খেল সেন'-সেনাপতি সমৰিতে মুঠ ২৫০৭৭ জন পুৱা মানুহ দি, বিপুল আয়োজনেৰে কছাৰী ৰাজ্য মাৰিবলৈ ৰণ-যাত্ৰা কৰালে। পৰ্বতীয়া | ১১ আসা এইখনেই পোবন কি না। এইগৰয়াৰ গালা আসিত আজাৰ সি যাই আট লাভ কৰে।