পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কছাৰী ৰা এছু আছিল, আৰু কাছাৰ পাহাৰৰ কিয়দংশ সিবিলাকৰ দখলত পৰিছিল। চতুর্দশ খ্রীষ্টাব্দত দিখৌৰ পূবে বিস্তৃত হােৱা কছাৰী ৰা লাহে লাহে এৰা পৰিবলৈ ধৰে। পঞ্চদশ ষ্টাৰৰ শেহছােৱাত সেই সীমা লৈয়ে কছাৰী আৰু আহােম ৰজাৰ মাজত ৰণ-বিগ্রহ চলিছিল। প্রথম-প্ৰথমতে সেই ৰণত আহােম বা বাটিছিল ; কি তাৰ পাচত, আহােম ৰজাই কছাৰী ৰজাক জিনি, কছাৰী ৰা ক্ৰমাৎ ঠেলি নি, ধনশিৰী সীমা পােৱালেগৈ। | খুনখৰ-ৰাজ্যৰ সীমা লৈ কছাৰী ৰজা আৰু আহােম আৰ মাজত ভালেমান দিনলৈকে ৰ চলি আছিল। ১৫২৬ ষ্টাৰত ধনশিৰীশীমালৈ দুয়ােপক্ষ মাজত দুখন ৰণ লাগে। প্ৰথমখন ৰণত কছাৰী ৰজাৰ নৱ হৈছিল; কিন্তু পাচ খনত আহোম ৰজাৰ জয় ঠাৱৰ হয়। তাৰ পাচত, ১৫৩১ এটাৰত সেই যুদ্ধই আকৌ অলি উঠিছিল। এইবাৰ আহােম সেনাই কছাৰী সেনাক হোহকাই নি একেবাৰে সিবিলাকৰ ডিমাপুৰ নগৰ আক্ৰমণ কৰিলেগৈ, কছাৰী ৰজা খুনখৰ নিপায় হৈ পলাল ; কিন্তু তেওঁৰ ভায়েক ভেচ্ছক ধৰি বধ কৰা হ'ল। ডেট:-খুনখৰা ৰজা পাই যােত, তেওঁৰ কুটু ডেটচুক আহােম সেনাপতিয়ে ডিমাপুৰত ৰজা পাতি আহে। তেওঁ আহােমৰ বীকাৰ কৰি, ছবি এবাৰ মুকুতাৰ মণি, এখন দুগদুগ আৰু এটা মোৰ আহােম বজালৈ সন্মানী কৰ পঠিয়াবলৈ প্রতিশ্রুতি দিছিল। পিছে, সেই প্রতিশ্রুতি ডেটচুলে লপ পাচতে পাহৰি পেলালে। গতিকে সেই আপাহতে আহােম স্বৰ্গদে চুদে ১৫৫৬ এটাৰত ডিমাপুৰ ৰাজ্য পুনঃ আক্রমণ কৰালে। ভেটুচুকৰণত হৰুৱাই ৰধ কৰা হ'ল, তাৰ ফলত ডিমাপুৰ ৰাজ্য সম্পূর্ণ আহােম ৰজাৰ খাচ, দখলত পৰিল। তেতিয়াৰপৰা কছাৰীৰিক ভিমাপুৰৰ পৰা জাগি মায়ং ৰা মায়বাত থিতাপিত হ'লগৈ। | ডিমাপুৰ নগৰৰ ভগ্নাৱশেষে আজিও প্ৰৱল প্ৰতাপী কছাৰীৰ চিনাকি দিব লাগিছে। বর্তমান ভিমাপুৰ থানাৰ সমুখত, ধনশিৰী নৈৰ কিৰ পাৰত, সেই নগৰৰ পকী গড় আৰু ৰাৰ-দুৱাৰ অদ্যাপি দেখিবলৈ পােৱা যায়। নমূনালে তাৰ দুটা দীর্ণ চিত্ৰ আৰু পকী ৰাজ-দুৱাৰৰ চিত্ৰ এই পুখিত লগাই দিয়া হৈছে। | চক্রধাজ-দৈয়াং নৈৰ ওচৰত কাচাৰী পথাৰত আৰু এখন পুৰণি নগৰৰ চিন। পােৱা যায়। সেই নগৰ কছাৰী ৰজা চলে পাতিছিল বুলি জনা যায়। কি ইতিপুর্বেই ধনশিৰী উপত্যকা এৰি অহৰ নৈৰ দাতিত মা মায়ত কৰী উপনিবেশ স্থাপিত হৈছিল। বৰূপত, খঃ ১৬০০ চনলৈকে এইহােৱা ছাৰী অৰ যুগ। চিলাৰায়ৰ লা -মায়ং বা মায়বত গৈয়ে কছাৰীৰিলাকে শক আক্রমণৰ হাত নাৰিৰ পৰা নাছিল। ষােড়শ টাৰৰ মাজহােৱাত বিখ্যাত কে নামণৰ আরেক পকাত ফুৰ চিলাৰায় কী যাক এ কৰেগৈ (১); সেই আক্রমণ আৰী ৰা সম্পর্কে লি। এ বছৰি ৭০০০ টাকা, ১০০ ১ গোষ এইখানেই শেষ।