আহোমৰীয়া কথা গোহাঞি, দাগত জাগিয়াল গোহা,ি গুৱাহাটীত বসুন, না ভি-কাৰত ৰাজন। ৰাজখোৱা উপাধিধাৰী আহোম আকৰ্মচাৰীয়ে আহোম মহাৰজাৰ এতিনিধিস্থলে শাসনৰ তাৰ পাইছিল। এইসকল বিষয়াত বাজে, নাজকাৰ্যৰ ভাগ অনুসৰি, আগে ভাগে বৰুৱা, ফুকন, বৰা, শইকীয়া, হাজৰিকীয়া, কাতী, কটকী আদি বিষয়া আৰু ৰাজ-কৰ্মচাৰী আছিল। সিবিলাকৰ তালিকা চমুকৈ তলত দিয়া হৈছে। আহোম ৰাৰ ৰিচাৰ-প্ৰণালী বৰ পকা আৰু কটকটীয়া আছিল। বিচাৰকে বাদী, বিনী মা সাক্ষীৰ জৱানবন্দী' লিখি লোৱাৰ নিয়ম চলিছিল। প্ৰাণদণ্ড বিহিৰৰ ক্ষমতা কেৱল ৰজা আৰু ঘাইমগ্ৰীৰ হাতত ৰখা হৈছিল। আহোম ৰজাসকলৰ দিনত হোৱা বুলি যি উগ্ৰদণ্ডৰ কথা এতিয়া অতিৰঞ্জিতকৈ ৰণোৱা শুনা যায়, এতে সি তেনেকুৱা নাছিল। আহোম ৰাজ্যৰ শেহছোৱাত, যেতিয়াৰপৰ দেশত বিদ্ৰোহাদিৰ উৎপাত হ’বলৈ ধৰিলে, তেতিয়াৰপৰাহে উগ্ৰ শান্তি দিয়াৰ নিয়ম চলিবলৈ ধৰে। মুঠতে, ক’বলৈ গ'লে, আহোম ৰজাসকলৰ ৰাজত্বৰ কালত এই দেশৰ কোনো দুখ-কই নাছিল, আৰু শেহছোৱাত যেনে অন্যায়, অধম, অত্যাচাৰ আদি হৈছিল, সেইবোৰ আগেয়ে একোৱেই নাছিল। এজ- সকলে মাটি-বাৰীৰ ৰাহৰ সলনি সততে ৰজাঘৰত খাটি দিয়াৰ নিয়ম চলিছিল; জাগো প্ৰজাৰ দুখ-অভাৱ গুচাবৰ কাৰণে যি যি কৰিব লাগে সকলো কৰিছিল। ৰা কৰ্মচাৰী বা বিষয়াসকলেও ৰজাঘৰৰপৰা অৰ্থ-কড়িৰে সৈতে ৰা বানচ, নাপাইছিল; ভাৰ সলনি সিবিলাকে পাইক, বা সিবিলাকক আলি খুৱাবলৈ এবিধ প্ৰজা পোৱাৰ নিয়ম চলিছিল। ৰজা আৰু বিষয়াৰ ঘৰত বৈ দিবলগীয়া প্ৰজা-শ্ৰেণীক কড়ী বা পাইক ৰোল হৈছিল। সেই পাইক চাৰি-চাৰিটাই একগোট বুলি লেখ হৈছিল; আৰু এটাক গুটীয়াকৈ এপোৱাৰ লেখত ধৰা হৈছিল। প্ৰতি কুৰিগোটৰ ওপৰত এজন ৰ; পাঁচজন বৰাৰ ওপৰত এজন ‘শইকীয়া’; দহজন শইকীয়াৰ ওপৰত এন হাজৰিকীয়া’; দহজন টেকেলাৰ ওপৰত এজন ‘টেকেলা-ব'; এই নিয়মে পাইক চলোৱা কৰ্মচাৰী আছিল। পাইক বাড়ী -লীৰ পৰা চমুৱালৈ উঠিব লাগে; তাৰপৰাহে কোনো উপযুক্ত লোক মোগ্যতা ফেত বিষয়ালৈ উঠিব পাৰিছিল। | ভাঙ্গৰীয়াসকলক ৰজাঘৰৰপৰা সুকীয়া আহিলা-পাতি দি, গতিবিধিৰ নিয়ম- নিৰ্ণ কৰি দিয়া হৈছিল। সেই সকলে ৰাজকীয় ম্যাচ অনুসৰি হে নিৰ্যাতি হিলা-পাতি ব্যৱহাৰ কৰিবলৈ পাইছিল। চাল-চলনতো ৰাজকীয় নীতি-নিয়ম পালন কৰি চলিবলৈ সিবিলাক বাধ্য আছিল। বুঢ়াগোহা,ি বৰগোহাঞি আৰু ৰৰপাৰগোগাহাঞি এই তিনিজনা আৰীয়াৰ সমান মৰ্যাদা। গতিকে, সিবিলাক তিনিও কেঁকোৰা-দোলা, সোণ চুলাৰে পানী-গণি, পাখি-বিছনি, কেপকৰা তলিচা ইত্যাদি আহিলা-পাতি সমানে ব্যৱহাৰ কৰিবলৈ পাইছিল। \ চাল-চলনভো তেনেকু। নিয়ম-নিৰ্ব আছিল। ভাৰীয়াসকল বাহিৰলৈ ওলালে, আগত ৰিলতীয়া গানে খাই খাই, কালীয়াই কালি মাৰি যাৰ লগে, যা চুলিৰে বহি আৰু চুলিলগা মা শত পালি যা দি আছিল। ৰাটত ৰাৰে সৈতে জেট শত, অৰ্গদেৱ যি ৰানত আছে, তেনে যান কামাল বাতি কে যি
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৯
অৱয়ব